• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মেঘালয়মুখী হৈছে অসমৰ মদৰ দামত অতিষ্ঠ সুৰাপায়ী! ৩৩% হ্ৰাস পাইছে সুৰাৰ বিক্ৰী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 18, 2024 1:36 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সুৰাৰ দাম বৃদ্ধি কৰি মহাবিপদত পৰিছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰ৷কাৰণ দাম বৃদ্ধিৰ পাছতে অসমত হ্ৰাস পাইছে বিলাতী সুৰাৰ বিক্ৰী৷সম্প্ৰতি সুৰা বিক্ৰী হ্ৰাস পোৱাক লৈ উগ্বিগ্ন হৈ পৰিছে দিছপুৰ৷উল্লেখ্য যে অসমৰ ৰাজহ সংগ্ৰহৰ সিংহভাগ আহে সুৰা বিক্ৰীৰ জৰিয়তে লাভ কৰা ৰাজহৰ পৰা এনে অৱস্থাত পূৰ্বৰ তুলনাত সুৰা বিক্ৰীৰ হাৰ হ্ৰাস পোৱা ঘটনাই ঋণৰ বোজাত ককবকাই থকা অসমৰ বাবে অশনি সংকেত কঢ়িয়াই আনিছেহাজাৰ কোটিৰ ঋণ লোৱা অসম চৰকাৰৰ এইবাৰ শেষ ভৰষা সুৰা৷কিছুমানৰ আগতে প্ৰকাশ পাইছিল যে, অসমত অভাৱনীয় হাৰত হ্ৰাস পাইছে সুৰাৰ বিক্ৰীৰ পৰিমাণ৷প্ৰতিবেদনত প্ৰকাশ পাইছিল যে অসমত ৫০% মদৰ বিক্ৰী হ্ৰাস পাইছে৷মদৰ বিক্ৰী হ্ৰাস হোৱাত ৰাজধানী দিছপুৰত হুৱাদুৱা লাগিছিল৷যাৰ পৰিপ্ৰেক্ষিতত এইবাৰ দিছপুৰে সুৰা ব্যৱসায়ীসকলক বান্ধি দিছিল সুৰা বিক্ৰীৰ টাৰ্গেট৷

আবকাৰী বিভাগে প্ৰকাশ কৰা অনুসৰি অসমত বৰ্তমান ১৭০৭খন ৱাইন শ্বপ,৯২৩খন বাৰ আৰু ৩৭৩খন দেশীয় সুৰাৰ বিপনী আছে৷তদুপৰি আবকাৰী বিভাগে নতুনকৈ ২৬খন জিলাত ২০৩খন সুৰাৰ বিপনীৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে৷চলিত বৰ্ষৰ জানুৱাৰী পৰ্যন্ত ৰাজ্যত আবকাৰী ৰাজহ সংগ্ৰহ হৈছে ৩,৮১৬কোটি টকা৷কিন্তু ঋণৰ দ্বাৰা ৰাজ্য চলোৱা হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আবকাৰী ৰাজহ বৃদ্ধিৰ উদ্দেশ্যে ৮ মাহত দুবাৰকৈ সুৰাৰ দাম বৃদ্ধি কৰে আৰু আবকাৰী ৰাজহ ৪,৫০০ কোটি সংগ্ৰহৰ লক্ষ্য বান্ধি লয়৷

তথ্য অনুসৰি আবকাৰী বিভাগে গুৱাহাটীৰ প্ৰতিখন ৱাইন শ্বপক প্ৰতিমাহে ৪,৫০০ লিটাৰ বিলাতী সুৰা আৰু ৩,৩১০ লিটাৰ বীয়েৰ বিক্ৰীৰ টাৰ্গেট বান্ধি দিছে৷কিন্তু এইবাৰ চৰকাৰৰ সকলো পৰিকল্পনা ধূলিসাৎ হৈ পৰিছে৷এখন অসমীয়া বাতৰি কাকতে আবকাৰী বিভাগৰ শীৰ্ষ বিষয়াৰ উদ্ধৃতি দি উল্লেখ কৰিছে যে,উৎসৱৰ দিনত গতানুগতিক সুৰা বিক্ৰীতকৈ অধিক সুৰা বিক্ৰী হোৱাৰ বিপৰীতে সাধাৰণ দিনত ৬-৭ কোটি টকা সুৰা বিক্ৰী হৈছিল কিন্তু এই পৰিমাণ এতিয়া ৪-৫কোটিলৈ হ্ৰাস পাইছে যি পূৰ্বৰ তুলনাত ৩৩% হ্ৰাস পাইছে৷তদুপৰি মদৰ দামবৃদ্ধিৰ পাছতে অসমৰ একাংশ গ্ৰাহকে খানাপাৰাস্থিত মেঘালয়ৰ সুৰাৰ বিপনীত সুৰা ক্ৰয় কৰিছে যাৰ বাবে অসম চৰকাৰে চুবুৰীয়া ৰাজ্যখনক মদৰ দাম বৃদ্ধি কৰিবলৈ আহ্বান জনাইছে৷

Apply Now
এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd