• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এইচ আই ভিত মৃত্যুৰ ক্ষেত্ৰত এছিয়াৰ ভিতৰত পঞ্চম, নৱম আৰু দশম স্থানত আছে ক্ৰমে ম্যানমাৰ, নেপাল আৰু বাংলাদেশ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 27, 2018 12:33 pm
hiv-deaths-ann-wb-678x381

এছিয়াত এইচ আই ভিত মৃত্যু হোৱা সম্পৰ্কত ৰাষ্ট্ৰসংঘৰ এইডছ সম্পৰ্কীয় প্ৰতিবেদন

202
VIEWS
Share on FacebookShare on Twitter

এছিয়াত এইডছ সম্পৰ্কীয় মৃত্যুৰ ঘটনা হ্ৰাস পোৱাৰ পিছতো অঞ্চলটোত এই ৰোগত মৃত্যু হোৱাৰ ঘটনা অব্যাহত আছে। ৰাষ্ট্ৰসংঘৰ এইডছ সম্পৰ্কীয় প্ৰতিবেদনত এছিয়াৰ দেশসমূহৰ ভিতৰত এইচ আই ভিত মৃত্যুবৰণ কৰা ৰোগীৰ তালিকাত ম্যানমাৰ পঞ্চম, নেপাল নৱম আৰু বাংলাদেশ দশম স্থানত আছে। ৬২,০০০ লোকৰ মৃত্যুৰে তালিকাৰ শীৰ্ষত আছে ভাৰত।

প্ৰতিবেদন অনুসৰি ২০১৬ ত এইডছত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰা লোকৰ সংখ্যা ম্যানমাৰত ৭,৮০০ গৰাকী, নেপালত ১,৭০০ গৰাকী আৰু বাংলাদেশত প্ৰায় ১,০০০গৰাকী।

২০১৬ চনত হিচাপ অনুসৰি এছিয়াৰ দেশসমূহত ১৭০,০০০ এইডছ সম্পৰ্কীয় মৃত্যুৰ ঘটনা ঘটিছে। ২০১০ চনত এই সংখ্যা আছিল ২৪০,০০০ টা।

২০১৭ চনৰ ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন অনুসৰি এছিয়াৰ এই দেশসমূহত প্ৰায় ৫.১ নিযুত লোক এইচ আই ভি আক্ৰান্ত। ইয়াৰে ২.৪ নিযুত লোকে চিকিৎসা সেৱা লাভ কৰিছে। এইক্ষেত্ৰত চীনৰ তথ্য সুলভ নহয়।

দক্ষিণ আফ্ৰিকা আৰু নাইজেৰিয়াৰ পিছতে এই আই ভি আক্ৰান্ত লোকৰ ক্ষেত্ৰত তৃতীয় স্থানত থকা দেশখন হৈছে ভাৰত।

চীনত এইচ আই ভি আক্ৰান্ত লোকৰ সংখ্যা হিচাপ অনুসৰি ৪৩০,০০০ আৰু ১.৫ নিযুতৰ মাজত হ’ব বুলি কোৱা হৈছে। অৱশ্যে প্ৰতিবেদনত এইডছ সম্পৰ্কীয় ৰোগত মৃত্যু হোৱা লোকৰ তথ্য সুলভ নহয়।

২০১৬ চনত এই ৰোগত ভাৰতত ৩৮,০০০ লোকে প্ৰাণ হেৰুৱাইছিল। নতুনকৈ এইচ আই ভি আক্ৰান্তৰ সংখ্যা দেশখনত হ্ৰাস পাইছে যদিও এইডছ সম্পৰ্কীয় মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে।

এইডছ সম্পৰ্কীয় মৃত্যুৰ ক্ষেত্ৰত এছিয়াৰ ভিতৰত তৃতীয় স্থানত আছে থাইলেণ্ড। ২০১৬ চনত ১৬,০০০ লোক এই ৰোগত মৃত্যু হোৱা দেশখনে ২০২৩ চনৰ ভিতৰত এইডছৰ ভয়াবহতা নিৰ্মূল কৰিবলৈ ২০১৭ ত ৰাজহুৱা স্বাস্থ্য সেৱাৰ এক নতুন নীতি মুকলি কৰিছে।

এই ৰোগত ২০১৬ চনত ৮,০০০ লোকৰ মৃত্যু হোৱা ভিয়েটনাম এছিয়াৰ ভিতৰত চতুৰ্থ স্থানত আছে। দেশখনত নতুনকৈ আক্ৰান্ত লোকৰ লগতে এই ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা হ্ৰাস পোৱা পৰিলক্ষিত হৈছে।

এই ৰোগত মৃত্যু হোৱা তথা নতুনকৈ আক্ৰান্ত হোৱা লোকৰ সংখ্যা বাংলাদেশত সামান্য বৃদ্ধি পাইছে। অৱশ্যে সামগ্ৰিকভাৱে এইচ আই ভি প্ৰসাৰৰ ক্ষেত্ৰত বাংলাদেশৰ হাৰ তলতেই আছে।

প্ৰতিবেদনৰ মতে এছিয়াৰ এই অঞ্চলসমূহত এইডছ সম্পৰ্কীয় মৃত্যুৰ হাৰ ৩৯ শতাংশ হ্ৰাস পাইছে।

Recent News

ভুৱা এক্স একাউণ্ট সন্দৰ্ভত চৰকাৰৰ সতৰ্কবাণী! আনুষ্ঠানিক এক্স একাউণ্ট নই ব্যোমিকা সিং আৰু ছফিয়া কুৰেশীৰ

ভুৱা এক্স একাউণ্ট সন্দৰ্ভত চৰকাৰৰ সতৰ্কবাণী! আনুষ্ঠানিক এক্স একাউণ্ট নই ব্যোমিকা সিং আৰু ছফিয়া কুৰেশীৰ

ঘন জংঘলত চলোৱা হৈছিল ‘অপাৰেচন সংকল্প’; ছত্তীশগড়-তেলেংগানা সীমান্তত নিহত ৩১মাওবাদী

ঘন জংঘলত চলোৱা হৈছিল ‘অপাৰেচন সংকল্প’; ছত্তীশগড়-তেলেংগানা সীমান্তত নিহত ৩১মাওবাদী

১৯ মে’ত ভাৰত-পাকিস্তানৰ পৰিস্থিতিৰ বিষয়ে সংসদত সম্বোধন কৰিব বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে

১৯ মে’ত ভাৰত-পাকিস্তানৰ পৰিস্থিতিৰ বিষয়ে সংসদত সম্বোধন কৰিব বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে

ইখনৰ পিছত সিখন গাঁৱৰ পৰা আহিছে মৃত্যুৰ খবৰ; বিষাক্ত সুৰা পান কৰি কমেও ১৪ জন লোকৰ মৃত্যু

ইখনৰ পিছত সিখন গাঁৱৰ পৰা আহিছে মৃত্যুৰ খবৰ; বিষাক্ত সুৰা পান কৰি কমেও ১৪ জন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd