• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এক দশক পাছতো চলি থাকিব ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়া : প্ৰাক্তন গৃহ সচিব পিল্লাইৰ দাবী

এন ই নাও নিউজ by এন ই নাও নিউজ
June 23, 2018 3:02 pm
NRC
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এনআৰচি চমুকৈ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ পাছত বাংলাদেশী বুলি চিনাক্ত হোৱা এজনো লোকক গ্ৰহণ নকৰে বাংলাদেশে। ভাৰত আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত একাধিক দ্বিপাক্ষিক বৈঠকত দিল্লীৰ তৰফৰ পৰা বাংলাদেশী অনুপ্ৰৱেশৰ কথা উত্থাপন কৰা হৈছিল। পিছে দেশখনে অসম কিম্বা ভাৰতত বাংলাদেশী অনুপ্ৰৱেশকাৰী আছে বুলি মানি লোৱা নাই। বাংলাদেশৰ আৰ্থ-সামাজিক অৱস্থা ভাৰততকৈ যথেষ্ট উন্নত বুলি যুক্তি প্ৰদৰ্শনেৰে নতুন দিল্লীৰ এই অভিযোগ ঢাকাই বাৰম্বাৰ অস্বীকাৰ কৰি আহিছে।

দ্বিপাক্ষিক বৈঠকৰ ‘মাইনিউটছ’ কেন্দ্ৰীয় গৃহ বিভাগৰ কাৰ্যালয়ত মজুত আছে। কোনোৱাই আৰ টি আই কৰিলেই এই কথা ওলাই পৰিব।‘—নতুন দিল্লীত কালি অনুষ্ঠিত ‘ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী’ শীৰ্ষক এক আলোচনা-চক্ৰত অতি তাৎপৰ্যপূৰ্ণ এই বক্তব্য কৰিছে কেন্দ্ৰৰ প্ৰাক্তন গৃহ সচিব গোপালকৃষ্ণ পিল্লাই।

দ্বিপাক্ষিক পৰ্যায়ৰ আলোচনাকালত তেওঁ নিজেই একাধিকবাৰ উপস্থিত থকা বুলি উল্লেখ কৰি পিল্লায়ে কয় যে এনআৰচিৰ পৰা বাদ যোৱা লোকসকলক কোনোপধ্যেই বাংলাদেশলৈ খেদি পঠিওৱাটো সম্ভৱ নহয়। সেয়েহে চিহ্নিত বাংলাদেশীসকলক ‘ৱৰ্ক পাৰ্মিট’ প্ৰদান কৰিব লাগে বুলি তেওঁ কয়।

পিল্লায়ে কয় যে কেন্দ্ৰীয় গৃহ বিভাগৰ যুটীয়া সচিব হিচাপে উত্তৰ-পূৰ্বাঞ্চলৰ দায়িত্বত থকাৰ সময়ত তেওঁ তদানীন্তন গৃহমন্ত্ৰী লালকৃষ্ণ আদৱানিৰ ওচৰতো ৱৰ্ক পাৰ্মিটৰ বিষয়টো উত্থাপন কৰিছিল। পাছত কেন্দ্ৰীয় গৃহ সচিব হিচাপে তদানীন্তন গৃহমন্ত্ৰী পি চিদাম্বৰমৰ সৈতেও ৱৰ্ক পাৰ্মিটৰ বিষয়টো আলোচনা কৰিছিল।

কিন্তু বিজেপিয়েই হওক বা কংগ্ৰেছ হওক ৱৰ্ক পাৰ্মিটৰ বিষয়টো মুঠেই মানি ল’ব বিচৰা নাছিল বুলি পিল্লায়ে শুকুৰবাৰে জানিবলৈ দিয়ে।

আনহাতে ৩০ জুনৰ নাগৰিকপঞ্জীৰ খচৰা প্ৰকাশ পালেই যে অবৈধ বাংলাদেশীক চিনাক্ত হ’ব, সেই কথা ভাবিব নোৱাৰি বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াইছে পিল্লাই। পিল্লাইৰ দাবী— ‘এক দশক পাছতো ৰাষ্ট্ৰীয় নাগৰিকৰপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়া অব্যাহত থাকিব’। আলোচনা চক্ৰত কৃষক নেতা অখিল গগৈ উপস্থিত থাকে যদিও এই সন্দৰ্ভত কোনো বক্তব্য প্ৰকাশ কৰাৰ পৰা বিৰত থাকে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm
হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

September 18, 2025 7:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd