• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এ পি এছ চি কেলেংকাৰি : অচিৰেই গ্ৰেপ্তাৰ হ’ব আৰু কেইজনমান বিষয়া

এন ই নাও নিউজ by এন ই নাও নিউজ
August 7, 2018 9:15 am
এ পি এছ চি ভৱন

প্ৰতিনিধিত্বমূলক চিত্ৰ

165
VIEWS
Share on FacebookShare on Twitter

এ পি এছ চি কেলেংকাৰিত জড়িত আটাইকেইজন অভিযুক্তক এতিয়াও গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী। অৱশ্যে, সকলোবোৰ অভিযুক্ত গ্ৰেপ্তাৰ  নহ’লেও ডিব্ৰুগড় আৰক্ষীয়ে চূড়ান্ত চাৰ্জশ্বীট দাখিল কৰিব বুলি জানিব পৰা গৈছে। এই মাহৰ শেষত বা ছেপ্টেম্বৰ মাহৰ প্ৰথম ভাগতেই চূড়ান্ত চাৰ্জশ্বীট দাখিল কৰা হ’ব।

আনহাতে, জালিয়াতিৰে ৰাজপত্ৰিত বিষয়া পদলৈ বাছনি হৈ চৰকাৰী চাকৰি কৰি থকা আৰু কেইজনমান বিষয়াক অচৰেই গ্ৰেপ্তাৰ কৰিব। এক সূত্ৰৰ মতে ইয়াৰ পাছতেই আৰক্ষীয়ে চূড়ান্ত চাৰ্জশ্বীট দাখিল কৰিব।

জানিব পৰা মতে, চূড়ান্ত চাৰ্জশ্বীট দাখিল নকৰালৈকে অভিযুক্ত হৈ কাৰাগাৰত থকাসকলে জামিন পোৱাৰ সম্ভাৱনা নাই। চূড়ান্ত চাৰ্জশ্বীট দাখিল কৰাৰ পাছত আদালতে সেই চূড়ান্ত চাৰ্জশ্বীট পৰীক্ষা কৰি  অভিযুক্তসকলক জামিন দিব নে নিদিয়ে সেই কথা স্পষ্ট হ’ব।

ইপিনে, চৰকাৰৰ ফালৰ পৰাও অভিযুক্তসকলৰ বিৰুদ্ধে আদালতত সবল যুক্তি দাঙি ধৰা হৈছে। ইতিমধ্যে চাৰি-পাঁচবাৰলৈকে বহুকেইজন অভিযুক্তৰ জামিন আবেদন আদালতে নাকচ কৰিছে।

এক সূত্ৰই জানিব দিয়া মতে ইতিমধ্যে ফৰেনছিক পৰীক্ষাগাৰৰ পৰা অহা শেহতীয়া প্ৰতিবেদন ডিব্ৰুগড় আৰক্ষীয়ে লাভ কৰিছে। এতিয়া তেওঁলোকে সেই প্ৰতিবেদনৰ ভিত্তিত অন্তিম পৰ্যায়ত কেইজনমান বিষয়াক গ্ৰেপ্তাৰ কৰিবলৈ সাজু হৈছে।

ইপিনে, পলাই থকা দালালকেইজনক বিচাৰি নাপালেও আৰক্ষীয়ে চূড়ান্ত চাৰ্জশ্বীট দাখিল কৰিব। অভিযুক্ত কোনো দালালক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলেও চূড়ান্ত চাৰ্জশ্বীট দাখিল কৰাত ডিব্ৰুগড় আৰক্ষীৰ কোনো সমস্যা নাই।

এ পি এছ চিৰ কেলেংকাৰিত জড়িত অভিযুক্ত দালালৰ বিৰুদ্ধে ইতিমধ্যে সম্পূৰ্ণ তথ্য লাভ কৰিছে আৰক্ষীয়ে। সেয়ে দালালকেইজন পলাই থাকিলেও এতিয়া দীৰ্ঘ দিনৰ বাবে অপেক্ষা নকৰি চূড়ান্ত চাৰ্জশ্বীট দাখিল কৰিবলৈ সাজু হৈছে আৰক্ষী।

Recent News

সন্ত্ৰাসবাদী মাছুদ আজহাৰক ১৪ কোটি টকা দিব পাকিস্তান চৰকাৰেঃ অপাৰেশ্যন সিন্দুৰত মৃত্যু হোৱা পৰিয়ালৰ লোকৰ ক্ষতিপূৰণ হিচাপে এই ধন

সন্ত্ৰাসবাদী মাছুদ আজহাৰক ১৪ কোটি টকা দিব পাকিস্তান চৰকাৰেঃ অপাৰেশ্যন সিন্দুৰত মৃত্যু হোৱা পৰিয়ালৰ লোকৰ ক্ষতিপূৰণ হিচাপে এই ধন

মাত্ৰ ৩৬ দিনৰ কাৰ্যকাল! ২০২৭ চনত প্ৰথমগৰাকী মহিলা ন্যায়াধীশ পাব ভাৰতে

মাত্ৰ ৩৬ দিনৰ কাৰ্যকাল! ২০২৭ চনত প্ৰথমগৰাকী মহিলা ন্যায়াধীশ পাব ভাৰতে

এটা দশকৰ পাছত সলনি হ’ব গুগলৰ ল’গ’! কি তাৎপৰ্য বহন কৰে এই পৰিৱৰ্তনে?

এটা দশকৰ পাছত সলনি হ’ব গুগলৰ ল’গ’! কি তাৎপৰ্য বহন কৰে এই পৰিৱৰ্তনে?

বস্তিৰ পৰা সুপ্ৰিম কোৰ্টলৈ প্ৰেৰণাদায়ক যাত্ৰা: দেশৰ ৫২তম মুখ্য ন্যায়াধীশ ৰূপে শপত গ্ৰহণ ভূষণ ৰামকৃষ্ণ গাভাইৰ

বস্তিৰ পৰা সুপ্ৰিম কোৰ্টলৈ প্ৰেৰণাদায়ক যাত্ৰা: দেশৰ ৫২তম মুখ্য ন্যায়াধীশ ৰূপে শপত গ্ৰহণ ভূষণ ৰামকৃষ্ণ গাভাইৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd