কাৰ্বি আংলঙৰ ফুলনিত ভয়াৱহ অগ্নিকাণ্ড

অগ্নি সংযোগ

কাৰ্বি আংলঙৰ ফুলনিত ভয়াৱহ অগ্নিকাণ্ড। চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ চৌহদত থকা তিনিখনকৈ দোকানত জুই লাগি লক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত হয়। অগ্নি নিৰ্বাপক বাহিনীয়ে এতিয়াও জুই নুমোৱাৰ চেষ্টা অৱ্যাহত ৰাখিছে।