• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোকৰাঝাৰ ছেৰফাংগুৰীত বনভোজস্থলী উন্মোচন কৰি ভাৰত-ভুটান সীমান্তৰ বনাঞ্চল পৰিদৰ্শন বন মন্ত্ৰী প্ৰমীলা ৰানী ব্ৰহ্মৰ

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
December 29, 2017 10:36 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হেল ৰিভাৰ গ্ৰীণ ভেলী ইক’ টুৰিছিম ডেভলপমেন্ট ছোছাইটি নামৰ  বে- চৰকাৰী সংস্থাৰ উদ্যোগত  কোকৰাঝাৰ জিলাৰ ছেৰফাংগুৰী থানাৰ অন্তৰ্গত শিয়ালমাৰী ময়নাগুৰী অঞ্চলত  এখন বনভোজস্থলী শুভ উদ্বোধন কৰে ৰাজ্যৰ বন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই। উক্ত উদ্বোধন অনুষ্ঠানত বন মন্ত্ৰী গৰাকীৰ লগত বি পি এফৰ মহিলা নেতৃ উমা ৰাণী বসুমাতাৰী, বিপিএফৰ দোতমা ব্লক সম্পাদক ধৰণী নাৰ্জাৰী প্ৰমূখ্যে বহু নেতা উপস্থিত থাকে। ইয়াৰ উপৰি অনুষ্ঠানত উপস্থিত থাকে যুদ্ধ বিৰতিত থকা এন ডি এফ বিৰ ৰঞ্জন দৈমাৰী গোটৰ কৰ্মকৰ্তা, এবছুৰ নেতা কৰ্মী, বিভিন্ন দল সংগঠনৰ  নেতৃবৃন্দৰ লগতে স্থানীয় সমাজ সেৱক সকল। বন মন্ত্ৰীগৰাকীয়ে  বনভোজস্থলী উন্মোচন কৰাৰ পিছতেই  স্থানীয় লোকৰ মাজত আনন্দৰ লহৰ বৈছে। কিয়নো এই বনভোজস্থলীৰ ফলত পৰ্যটন ক্ষেত্ৰ আৰু স্থানীয় লোক অৰ্থনৈতিক ভাবে লাভান্বিত হ’ব বুলি মত প্ৰকাশ কৰিছে স্থানীয় লোকে।

আনহাতে বনভোজস্থলী উন্মোচন কৰি বন মন্ত্ৰীগৰাকীয়ে ভূটানৰ সীমান্তবৰ্তী অঞ্চলৰ বনাঞ্চল পৰিদৰ্শন কৰে। বৰ্তমান সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা বনাঞ্চল সমূহৰ বহুমূলীয়া গছ কাটি চোৰাং ব্যৱয়ায়ী সকলে বন ধ্বংস যজ্ঞ  অব্যাহত ৰাখিছে। ঠিক  সেই সময়তে  অসমৰ বন আৰু পৰিৱেশ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই স্বয়ং কোকৰাঝাৰ জিলাৰ অন্তৰ্গত কোচুগাঁৱ বন সংমণ্ডলৰ গভীৰ বনাঞ্চল পৰিদৰ্শন কৰি অৱস্থাৰ বুজ ল’লে।  কোকৰাঝাৰ চহৰৰ পৰা কমেও  পঞ্চাশ কিলোমিটাৰ নিলগৰ ভাৰত-ভুটান সীমান্ত অঞ্চলৰ ফৰেষ্ট ৰাইড নং ১০ ত প্ৰকাণ্ড শাল গছ দেখি বন মন্ত্ৰীয়ে অভিভূত হৈ নিজেই উক্ত শাল গছৰ জোখ-মাখ কৰিলে। বৃটিছৰ দিনৰে প্ৰায় ২০০ বছৰৰ প্ৰকাণ্ড শাল গছ দেখি আপ্লুত আৰু গৌৰৱ অনুভৱ প্ৰকাশ কৰি অসমৰ কোনো ঠাইতে নোপোৱা শাল গছৰ দৰে বহুমূলীয়া গছ সমূহ সংৰক্ষণ কৰাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈ  উক্ত বনাঞ্চল সংৰক্ষিত কৰিবলৈ আহ্বান কৰে বি টি চি প্ৰশাসনক। আনহাতে উক্ত বনাঞ্চলতে চোৰাং কাঠ ব্যৱসায়ীসকলে শাল গছ সমূহ কাটি লৈ যোৱা তথা অপ্ৰয়োজনীয় শাল গছৰ কুণ্ডা পৰি থকা দেখি দুখ প্ৰকাশ কৰে আৰু অতি শীঘ্ৰে কোচুগাঁও বন সংমণ্ডলৰ বিষয়াক উক্ত বনাঞ্চলখনৰ সংৰক্ষণৰ ব্যৱস্থা কঠোৰ কৰিবলৈ নিৰ্দেশ দিয়ে।

ৰিনয় বসুমতাৰী

ৰিনয় বসুমতাৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত বিএমডব্লিউৰ খুন্দাত বিত্ত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াৰ মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য, চলিছে তদন্ত

দিল্লীত বিএমডব্লিউৰ খুন্দাত বিত্ত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াৰ মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য, চলিছে তদন্ত

September 15, 2025 8:28 am
পাকিস্তানৰ আত্মসমৰ্পণ! উত্তাপহীন মেচত সূৰ্য-কূলদীপৰ দমনীয় প্ৰদৰ্শনেৰে মসৃন জয় ভাৰতৰ

পাকিস্তানৰ আত্মসমৰ্পণ! উত্তাপহীন মেচত সূৰ্য-কূলদীপৰ দমনীয় প্ৰদৰ্শনেৰে মসৃন জয় ভাৰতৰ

September 15, 2025 7:51 am
মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

September 14, 2025 9:30 pm
ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

September 14, 2025 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত বিএমডব্লিউৰ খুন্দাত বিত্ত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াৰ মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য, চলিছে তদন্ত

দিল্লীত বিএমডব্লিউৰ খুন্দাত বিত্ত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াৰ মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য, চলিছে তদন্ত

September 15, 2025 8:28 am
পাকিস্তানৰ আত্মসমৰ্পণ! উত্তাপহীন মেচত সূৰ্য-কূলদীপৰ দমনীয় প্ৰদৰ্শনেৰে মসৃন জয় ভাৰতৰ

পাকিস্তানৰ আত্মসমৰ্পণ! উত্তাপহীন মেচত সূৰ্য-কূলদীপৰ দমনীয় প্ৰদৰ্শনেৰে মসৃন জয় ভাৰতৰ

September 15, 2025 7:51 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd