• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুৱাহাটীত অনুষ্ঠিত হ’ব ডান্স ইণ্ডিয়া ডান্স লিটল মাষ্টাৰ্চৰ অডিশ্যন

এন ই নাও নিউজ by এন ই নাও নিউজ
January 19, 2018 2:39 pm
111
VIEWS
Share on FacebookShare on Twitter

জি টিভিৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব’ ডান্স ইণ্ডিয়া ডান্স, লিটল মাষ্টাৰ্চৰ বাবে গুৱাহাটীত অনুষ্ঠিত হ’ব প্ৰতিযোগিতাখনৰ বাচনি শিবিৰ। গুৱাহাটীৰ খানাপাৰাস্থিত নেৰিম প্ৰতিষ্ঠানত ১৯ জানুৱাৰি, শুকুৰবাৰে ৰাতিপুৱা ৯ বজাৰ পৰা আৰম্ভ হ’ব প্ৰতিযোগিতাখনৰ অডিশ্যন।

২০০৯ চনত আৰম্ভণি হোৱা প্ৰথম সংস্কৰণৰ পৰাই জনপ্ৰিয় ৰিয়েলিটি শ্ব’ ডান্স ইণ্ডিয়া ডান্স আগশাৰীৰ টেলিভিছন জি টিভিত সম্প্ৰচাৰ হৈ আহিছে। প্ৰতিযোগিতাখনৰ প্ৰথন সংস্কৰণত বলিউডৰ দাদা হিচাপে খ্যাত মিথুন চক্ৰৱৰ্তীৰ লগতে বলিউডৰ লগত জড়িত আন তিনিগৰাকীৰ সৈতে বিচাৰকৰ আসনৰ দায়িত্বত আছিল।

উল্লেখযোগ্য যে ভাৰতৰ প্ৰায় সকলো ডাঙৰ চহৰতে ডান্স ইণ্ডিয়া ডান্স প্ৰতিযোগিতাৰ অডিশ্যন হ’ব। এই মুকলি অডিশ্যনত ১৬ বছৰৰ তলৰ সকলো শিশুৱে অংশগ্ৰহণ কৰিব পাৰিব। মুকলি অডিশ্যন সফলতাৰে পাৰ কৰাৰ পিছত লিটল মাস্তাৰ্চ সকলে এটা মেগা অডিশ্যনৰ মাজেৰে নিজৰ নিজৰ প্ৰতিভা দেখুৱাই পৰৱৰ্তী ৰাউণ্ডলৈ প্ৰৱেশ কৰিব পাৰিব। চূড়ান্ত ৰাউণ্ডত মুঠ ১৮ গৰাকী শিশুৱে খিতাপ দখলৰ বাবে প্ৰতিদ্বণ্ডী সকলৰ সৈতে যুঁজ দিব। এই প্ৰতিযোগিতাত দেশৰ বিভিন্ন ৰাজ্যৰ জাতি-জনগোষ্ঠীৰ নৃত্য-কলা আদি দেখিবলৈ সক্ষম হয়।

বিগত কিছু বছৰৰ পৰা জি টিভিয়ে আয়োজন কৰি অহা ডান্স ইণ্ডিয়া ডান্স, লিটল মাষ্টাৰ্চৰ জৰিয়তে দেশৰ সকলো প্ৰান্তৰে শিশু সকলে নিজৰ প্ৰতিভা বিকাশ কৰাৰ সম্পূৰ্ণ সুযোগ পোৱাৰ উপৰি অৰ্থনৈতিকভাবে দুৰ্বল পৰিয়ালৰ সন্তানে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি স্বাবলম্বী হোৱা পৰিলক্ষিত হৈছে। তদুপৰি এই প্ৰতিযোগিতাৰ জৰিয়তে বহু নৃত্য শিল্পী বলিউডত খোপনি পুতিবলৈও সক্ষম হৈছে।

Recent News

নিৱনুৱা পুত্ৰৰ চিন্তা! ফেৰীৰ পৰা ব্ৰহ্মপুত্ৰত জাপ দিলে এজন লোকে; মুখ্যমন্ত্ৰীলৈ লিখি থৈ গ’ল পত্ৰ

নিৱনুৱা পুত্ৰৰ চিন্তা! ফেৰীৰ পৰা ব্ৰহ্মপুত্ৰত জাপ দিলে এজন লোকে; মুখ্যমন্ত্ৰীলৈ লিখি থৈ গ’ল পত্ৰ

ইউনুছক সেনা প্ৰধানৰ সকীয়নি! কোন দিশে অশান্ত-অস্থিৰ বাংলাদেশ?

ইউনুছক সেনা প্ৰধানৰ সকীয়নি! কোন দিশে অশান্ত-অস্থিৰ বাংলাদেশ?

এনেকুৱাও ঘটে! ২৫ বাৰ বিয়া, শহুৰেকৰ ঘৰৰ পৰা লাখ লাখ টকা-গহনা লুট! গ্ৰেপ্তাৰ ‘চুৰুণী কইনা’

এনেকুৱাও ঘটে! ২৫ বাৰ বিয়া, শহুৰেকৰ ঘৰৰ পৰা লাখ লাখ টকা-গহনা লুট! গ্ৰেপ্তাৰ ‘চুৰুণী কইনা’

‘ফ্ৰী পেলেষ্টাইন’ শ্লোগান! ৱাশ্বিংটনত দুই ইজৰাইলী দূতাবাসৰ কৰ্মীক গুলীয়াই হত্যা

‘ফ্ৰী পেলেষ্টাইন’ শ্লোগান! ৱাশ্বিংটনত দুই ইজৰাইলী দূতাবাসৰ কৰ্মীক গুলীয়াই হত্যা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd