• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুৱাহাটীত প্ৰখ্যাত অভিনেত্ৰী ৰাধিকা আপ্তে : ব্লে’ণ্ডাৰ্ছ প্ৰাইড মেজিকেল নাইটছৰ ৰেম্পত খোজ দি মুহিলে দৰ্শকক

এন ই নাও নিউজ by এন ই নাও নিউজ
March 25, 2018 5:54 pm
153
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীত অনুষ্ঠিত ব্লেণ্ডাৰ্ছ প্ৰাইড মেজিকেল নাইটছৰ ৰেম্পত শনিবাৰে খোজ দিলে প্ৰখ্যাত অভিনেত্ৰী ৰাধিকা আপ্তেই।

দেশৰ বহুকেইখন নগৰত অনুষ্ঠিত হোৱা এই নাইটটো গুৱাহাটীৰ নভতে’ল হটেলত অনুষ্ঠিত হৈছিল।

ডিজাইনাৰ আনন্দ ভূষন আৰু সংগীতকাৰ সৌন্দৰ্য্যই আগবঢ়োৱা এই ব্লেণ্ডাৰ্ছ প্ৰাইড মেজিকেল নাইটছ সমসাময়িক ডিজাইন আৰু সুন্দৰ সংগীতৰ এক সংমিশ্ৰণ।

প্ৰতি বছৰে পাৰ্নড ৰিকাৰ্ড ইণ্ডিয়াই এই অনুষ্ঠানৰ আয়োজন কৰি আহিছে।

চিনে’মাৰ পূৰ্বে নাটকত অভিনয় কৰা ৰাধিকা আপ্তেই হিন্দী ৱাহ! লাইফ হ’ ত’ এইচি! (২০০৫ চন)ত এটা চমু ভূমিকাৰে চিনে’মাত অভিনয় আৰম্ভ কৰিছিল।

হিন্দীৰ উপৰি আপ্তেই তামিল, তেলুগু, মালায়ালম, বাংলা আৰু মাৰাথী ছবিতো অভিনয় কৰিছে।

Recent News

মেঘালয়ত ৰাজা ৰঘূবংশী হত্যাকাণ্ডৰ পাছত ব্যক্তিগত মালিকানাধীন স্কুটাৰ আৰু গাড়ী ভাড়াত দিয়াত নিষেধাজ্ঞা

মেঘালয়ত ৰাজা ৰঘূবংশী হত্যাকাণ্ডৰ পাছত ব্যক্তিগত মালিকানাধীন স্কুটাৰ আৰু গাড়ী ভাড়াত দিয়াত নিষেধাজ্ঞা

গুৱাহাটীৰ মাজ-মজিয়াত যুৱতীৰ ৰহস্যজনক মৃত্যু! দূৰ সম্পৰ্কীয় মোমায়েকে প্ৰেমৰ জালত পেলাই ধন-সম্পত্তি দাবীৰ অভিযোগ পৰিয়ালৰ

গুৱাহাটীৰ মাজ-মজিয়াত যুৱতীৰ ৰহস্যজনক মৃত্যু! দূৰ সম্পৰ্কীয় মোমায়েকে প্ৰেমৰ জালত পেলাই ধন-সম্পত্তি দাবীৰ অভিযোগ পৰিয়ালৰ

উৰিষ্যাৰ সমুদ্ৰ তীৰত লোমহৰ্ষক ঘটনা : প্ৰেমিকৰ সমুখতে দলৱদ্ধ ধৰ্ষণ যুৱতীক, গ্ৰেপ্তাৰ ৮ পৰ্যটক

উৰিষ্যাৰ সমুদ্ৰ তীৰত লোমহৰ্ষক ঘটনা : প্ৰেমিকৰ সমুখতে দলৱদ্ধ ধৰ্ষণ যুৱতীক, গ্ৰেপ্তাৰ ৮ পৰ্যটক

আদানিৰ স্বাৰ্থত জলাঞ্জলি জনজাতিৰ ভূমি! ভূমিপুত্ৰৰ প্ৰতিবাদে চকু মেল খুৱাবনে ‘খিলঞ্জীয়া’ চৰকাৰৰ?

আদানিৰ স্বাৰ্থত জলাঞ্জলি জনজাতিৰ ভূমি! ভূমিপুত্ৰৰ প্ৰতিবাদে চকু মেল খুৱাবনে ‘খিলঞ্জীয়া’ চৰকাৰৰ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd