• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গোচৰৰ পিছত গোচৰ ৰুজু : মমতাৰ বিৰুদ্ধে এইবাৰ গোচৰ তৰিলে আছাম পাব্লিক ৱৰ্কছে

এন ই নাও নিউজ by এন ই নাও নিউজ
August 4, 2018 2:08 pm
mamata-story-fb_647_033116082938_111117011507
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এন আৰ চিক লৈ তৃণমূল কংগ্ৰেছৰ নেত্ৰী তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া ক্ৰমাৎ অসমত বৃদ্ধি পাবলৈ লৈছে। অসমৰ বৰাক উপত্যকাত এন আৰ চিকলৈ সভা পাতিবলৈ অহা তৃণমূলৰ প্ৰতিনিধি দলক শিলচৰৰ বিমানবন্দৰৰ পৰাই কাচাৰ জিলা প্ৰশাসনে ঘুৰাই পঠোৱাৰ পিছত পৰিস্থিতি আৰু জটিল হৈ পৰিছে।

এন আৰ চিকলৈ কৰা মন্তব্যৰ বাবে আজি মমতা বেনাৰ্জীৰ বিৰুদ্ধে আছাম পাব্লিক ৱকৰ্ছে এটা গোচৰ ৰুজু কৰে। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ উচটনিতে অসমত এন আৰ চিকলৈ সভা পাতিবলৈ অহা তৃণমূল কংগ্ৰেছৰ ৮ জনীয়া প্ৰতিনিধি দলটোৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰে। আছাম পাব্লিক ৱৰ্কছৰ সঞ্চালক অভিজিৎ শৰ্মাই গুৱাহাটীৰ গীতানগৰ থানাত ভাৰতীয় দণ্ডবিধিৰ অধীনত ১২০ বি, ১৫৩এ / ২৯৮ ধাৰাত এটা গোচৰৰুজু কৰে।

ইপিনে, যোৱা ২ আগষ্টত চানমাৰিৰ মলিন শৰ্মা নামৰ লোক এজনে দাখিল কৰা এজাহাৰৰ ভিত্তিত এটা গোচৰ ৰুজু কৰা হৈছিল। এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ পিছত মমতা বেনাৰ্জীয়ে কৰা মন্তব্যৰ দ্বাৰা অশান্তি আৰু সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰিব পাৰে বুলি এই গোচৰ তৰা হৈছিল।

মলিন শৰ্মাই গুৱাহাটী আৰক্ষী আয়ুক্তৰ ওচৰত দাখিল কৰা এজাহাৰখন আৰক্ষী আয়ুক্তই পানবজাৰ থানালৈ প্ৰেৰণ কৰাৰ পিছত পানবজাৰ আৰক্ষীয়ে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১২০ বি/ ১৫৩ এ/ ২৯৮/২৯৪/৫০৬ ধাৰাৰ অধীনত ৪৬৬/২০১৮ নং এটা গোচৰ ৰুজু কৰিছিল।

আনহাতে, যোৱা ৩১ জুলাইত ভাৰতীয় জনতা পাৰ্টীৰ যুৱ শাখা ভাৰতীয় জনতা যুৱ মৰ্চাই ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া আৰক্ষী থানাত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিপক্ষে এখন এজাহাৰ দাখিল কৰিছিল। অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ অন্তিম খচৰা প্ৰকাশিত হোৱাৰ পিছত পশ্চিম বংগৰ মুখ্য মন্ত্ৰীগৰাকীয়ে কৰা প্ৰৰোচনামূলক মন্তব্যৰ বাবে তেওঁৰ বিপক্ষে এজাহাৰ দাখিল কৰিছিল ভাৰতীয় জনতা যুৱ মৰ্চাই। মৰ্চাই অভিযোগ কৰিছিল যে পশ্চিম বংগৰ মুখ্য মন্ত্ৰীগৰাকীয়ে কৰা প্ৰৰোচনামূলক মন্তব্যই সমিলমিলেৰে সহাৱস্থান কৰা সম্প্ৰদায়সমূহৰ মাজত ঘৃণা আৰু উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰিছে।

উল্লেখযোগ্য যে অসমত চলি থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ সন্দৰ্ভত তৃণমূল কংগ্ৰেছে চলিত বৰ্ষৰ ৪ জানুৱাৰীত লোকসভাত ইয়াক অসমৰ পৰা বাঙালীসকলক খেদি পঠোৱাৰ ষড়যন্ত্ৰ বুলি অভিযোগ কৰিছিল। অৱশ্যে কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে লগে লগে এই অভিযোগ খণ্ডন কৰে। শূন্যকালৰ প্ৰাৰম্ভতেই তৃণমূল কংগ্ৰেছৰ সৌগত ৰয়ে বিষয়টো উত্থাপন কৰি কৈছিল যে অসমৰ ৩.২৯ কোটি মুঠ জনসংখ্যাৰ ১.৩ কোটি লোকৰ নাম প্ৰথমখন খচৰাত প্ৰকাশ হোৱা নাই, যিসকলক অবৈধ অনুপ্ৰৱেশকাৰী বুলি চিনাক্ত কৰাৰ লক্ষ্য আছে।

আনহাতে, গুৱাহাটীত কৃষক শ্ৰমিক কল্যাণ পৰিষদে এই ধৰণৰ উচটনিমূলক মন্তব্য কৰা বাবে মমতা বেনাৰ্জীৰ বিৰুদ্ধে দিচপুৰ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰিছিল। একেসময়তে বিজেপিৰ নেতা বিজন মহাজনেও লতাশিল থানাত নেত্ৰীগৰাকীৰ বিৰুদ্ধে এটা গোচৰ দিয়াৰ কথা জানিব পৰা গৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd