• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গোলোক চন্দ্র গোস্বামীলৈ ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা ভাষা-সাহিত্য বটাঁ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 12, 2018 10:10 am
md533574205

প্ৰতিনিধিত্বমূলক ফটো

443
VIEWS
Share on FacebookShare on Twitter

অসমীয়া ভাষা-সাহিত্যৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা জীৱনজোৰা বিশিষ্ট বৰঙণিৰ বাবে গৱেষক, পণ্ডিত গোলোক চন্দ্ৰ গোস্বামীলৈ আগবঢ়োৱা হৈছে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা ভাষা-সাহিত্য বটাঁ।

আনহাতে, পণ্ডিত হেমচন্দ্ৰ বৰুৱাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ সমাজৰ কুসংস্কাৰ, বৰ্ণবৈষম্যৰ বিৰুদ্ধে আৰু চিকিৎসা গৱেষণাৰ বাবে মৰণোত্তৰ দেহ তথা মানৱ অংগ দানৰ হকে গণ সচেতনতা বৃদ্ধিৰ বাবে কাম কৰি অহা ইলোৰা বিজ্ঞান মঞ্চলৈ হেমকোষপ্ৰাণ দেৱানন্দ বৰুৱা সমাজ চেতনা বটাঁ আগবঢ়োৱা হৈছে।

দীৰ্ঘদিন ধৰি হেমচন্দ্ৰ বৰুৱাৰ জন্মদিনটোক কুসংস্কাৰ-বিৰোধী দিৱস হিচাপে ইলোৰা বিজ্ঞান মঞ্চই উদ্‌যাপন কৰি আহিছে।

উল্লেখ্যযোগ্য যে চলিত বৰ্ষৰ পৰা দুবছৰৰ মূৰে মূৰে হেমকোষ প্ৰকাশন আৰু সাদিন-প্ৰতিদিন গোষ্ঠীয়ে আগবঢ়াব লগীয়া উক্ত বটাঁপ্ৰাপকৰ বাবে গঠিত পাঁচজনীয়া বাছনি সমিতিয়ে মঙলবাৰে অনুষ্ঠিত এখন বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰে।

হেমকোষ প্ৰকাশন আৰু সাদিন-প্ৰতিদিন গোষ্ঠীয়ে আনুষ্ঠানিকভাৱে জনোৱা মতে অহা ১৭ বহাগ তথা ১ মে’, ২০১৮ত হেমচন্দ্ৰ বৰুৱাৰ মৃত্যু দিৱসৰ দিনা গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত পণ্ডিত হেমচন্দ্ৰ বৰুৱাৰ পূৰ্ণ অৱয়ব  ব্ৰঞ্জৰ মূৰ্তি এটা উন্মোচন কৰিব সাহিত্য অকাডেমিৰ সভাপতি চন্দ্ৰশেখৰ কাম্বাৰে। এই ব্ৰঞ্জৰ মূৰ্তিটো নিৰ্মাণ কৰিছে ভাস্কৰ্য শিল্পী বিজু কুমাৰ দাসে।

দহ ফুট উচ্চতাৰ সুবিশাল এই প্ৰতিমূৰ্তি উন্মোচনৰ দিনাই পুৱা ১১ বজাত বিশ্ববিদ্যালয়ৰ বিৰিঞ্চ কুমাৰ বৰুৱা প্ৰেক্ষাগ্ৰহত উপাচাৰ্য ড০ মৃদুল হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হ’ব লগা এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উক্ত বটাঁ দুটাও প্ৰদান কৰা হ’ব। হেমচন্দ্ৰ বৰুৱা ভাষা-সাহিত্য সাধনা বটাঁত থাকিব দুই লাখ টকাৰ চে’কৰ লগতে প্ৰশস্তি-পত্ৰ আৰু অন্যান্য উপহাৰ। সেইদৰে হেমকোষপ্ৰাণ দেৱানন্দ বৰুৱা সমাজ চেতনা বটাঁত থাকিব এক লাখ টকাৰ চে’ক, প্ৰশস্তি-পত্ৰ আৰু অন্যান্য উপহাৰ।

Recent News

চিকিৎসাৰ বাবে ছয় ঘন্টা অপেক্ষা : বিহাৰত দলিত কিশোৰীক ধৰ্ষণ কৰি হত্যা

চিকিৎসাৰ বাবে ছয় ঘন্টা অপেক্ষা : বিহাৰত দলিত কিশোৰীক ধৰ্ষণ কৰি হত্যা

পিতৃ-মাতৃৰ সলনি ব্যৱহাৰ হ’ব ‘অভিভাৱিকা’ শব্দ : ‘গৰ্ভৱতী পুৰুষ’ৰ সপক্ষে ঐতিহাসিক ৰায় কেৰালা উচ্চ ন্যায়ালয়ৰ

পিতৃ-মাতৃৰ সলনি ব্যৱহাৰ হ’ব ‘অভিভাৱিকা’ শব্দ : ‘গৰ্ভৱতী পুৰুষ’ৰ সপক্ষে ঐতিহাসিক ৰায় কেৰালা উচ্চ ন্যায়ালয়ৰ

মহিলাতকৈ পুৰুষ ওখ হয় কিয়? উত্তৰ বিচাৰি পালে বিজ্ঞানীসকলে

মহিলাতকৈ পুৰুষ ওখ হয় কিয়? উত্তৰ বিচাৰি পালে বিজ্ঞানীসকলে

“মাগোৰ উকমুকনি লাগিছে। সি মুধচখনৰ ফালে চাই ওপৰমুৱা হৈ শুই আছে।”কেনিয়াৰ বিখ্যাত লেখক পণ্ডিত আৰু সংগ্ৰামী নগুগি ওৱা থিৱং’ওলৈ শ্ৰদ্ধাঞ্জলি

“মাগোৰ উকমুকনি লাগিছে। সি মুধচখনৰ ফালে চাই ওপৰমুৱা হৈ শুই আছে।”কেনিয়াৰ বিখ্যাত লেখক পণ্ডিত আৰু সংগ্ৰামী নগুগি ওৱা থিৱং’ওলৈ শ্ৰদ্ধাঞ্জলি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd