• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গৰমত দেহ-মন জুৰাৱলৈ শীৰ্ষ পাঁচখন পাহাৰীয়া ঠাইৰ ভিতৰত শ্বিলং, গেংটক

এন ই নাও নিউজ by এন ই নাও নিউজ
March 19, 2018 9:32 am
Wards-Lake-570x320

শ্বিলঙৰ ৱাৰ্ড লেকৰ নিশাৰ দশ্য : ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গ্ৰীষ্মৰ দহনৰ পৰা নিশ্চিত সকাহ বিচাৰি ভ্ৰমণ কৰিবলগীয়া পাঁচখন পাহাৰীয়া পৰ্যটনস্থলীৰ ভিতৰত আছে উত্তৰ-পূৰ্বাঞ্চলৰ দুই ৰাজ্যৰ ৰাজধানী চহৰ শ্বিলং আৰু গেংটক। নিউজ পৰ্টেল ‘দ্য কুইন্ট’ এ মেঘালয়ৰ ৰাজধানী চহৰ শ্বিলঙক গৰমকালি শীতল পৰিৱেশৰ আটাইতকৈ জনপ্ৰিয় পাহাৰীয়া কেন্দ্ৰ হিচাপে স্থান দিছে।

নিউজ পৰ্টেলটোৰ মতে শ্বিলং উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ ধুনীয়া পাহাৰীয়া পৰ্যটন কেন্দ্ৰ আৰু তালিকাত স্থান লাভ কৰাৰ বাবে নিশ্চিতভাৱে যোগ্য। ই লগতে আঙুলিয়াই দিয়ে যে শ্বিলঙত কেইবাটাও আকৰ্ষণৰ কেন্দ্ৰ আছে যাৰ ভিতৰত এলিফেন্ট ৱাটাৰফল্ছ, মাওলাইনং ভিলেজ, ৱাৰ্ডছ লেক অন্যতম।

‘’জলবায়ু প্ৰায়েই ঠাণ্ডা, মোহনীয় নৈসৰ্গিক শোভা আৰু স্থানীয় সংস্কৃতিৰ আকৰ্ষণে আপোনাক এটা ভাল সময় কটোৱাৰ সুযোগ দিব,’’-নিউজ পৰ্টেলটোৱে এইদৰে উল্লেখ কৰাৰ লগতে উনুকিয়াই দিয়ে যে বজাৰ কৰাৰ চখ থকা সকলে নিশ্চয়কৈ এবাৰ পুলিচ বজাৰ ভ্ৰমণ কৰিব। ‘’স্থানীয় শিল্প বিক্ৰতাসকলে আপোনাৰ পৰা অধিক ধন বিচাৰিব পাৰে যদিও আপুনি দৰ-দাম কৰিবলৈ নাপাহৰিব আৰু নিশ্চিতভাৱে দৰ-দাম কৰিবই,’’-দ্য কুইন্টে এইদৰে পৰামৰ্শ দিছে।

গৰমৰ দিনত ভ্ৰমণ কৰিবলগীয়া দেশৰ শীৰ্ষ পাঁচটা স্থানৰ ভিতৰত ছিকিমৰ ৰাজধানী গেংটকে চতুৰ্থ স্থান লাভ কৰিছে।

নিউজ পৰ্টেলটোৰ মতে গেংটকত ছুটী কটোৱাৰ সময়ত সুদৃশ্য জলপ্ৰপাত, পাহাৰচূড়াত থকা আকৰ্ষণীয় হোটেলবোৰ আৰু নিৰ্জন বিস্তীৰ্ণ হ্ৰদবোৰে পৰ্যটকক প্ৰকৃতিৰ নিকট সান্নিধ্যলৈ আমন্ত্ৰণ কৰে।

প্ৰকৃতিৰ মাজত ‘য়াক ছাফাৰী’কে ধৰি ইয়াৰ স্থানীয় খাদ্যৰ সোৱাদ ল’বলৈও ই পৰামৰ্শ আগবঢ়াইছে।

শ্বিলং আৰু গেংটকৰ বাহিৰে পৰ্টেলটোৱে বাচি উলিওৱা পাহাৰীয়া পৰ্যটন কেন্দ্ৰ কেইটা হ’ল- উত্তৰাখণ্ডৰ নাইনিতাল,হিমাচল প্ৰদেশৰ কছৌলী আৰু তামিলনাডুৰ কুন্নুৰ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজহুৱা শৌচাগাৰ ব্যৱহাৰ কৰি আৰ্জি নল’ব বিপদ : জানি লওক সাৱধান হোৱাৰ উপায়

ৰাজহুৱা শৌচাগাৰ ব্যৱহাৰ কৰি আৰ্জি নল’ব বিপদ : জানি লওক সাৱধান হোৱাৰ উপায়

September 19, 2025 6:30 am
পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজহুৱা শৌচাগাৰ ব্যৱহাৰ কৰি আৰ্জি নল’ব বিপদ : জানি লওক সাৱধান হোৱাৰ উপায়

ৰাজহুৱা শৌচাগাৰ ব্যৱহাৰ কৰি আৰ্জি নল’ব বিপদ : জানি লওক সাৱধান হোৱাৰ উপায়

September 19, 2025 6:30 am
পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd