• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চীনা সামগ্ৰী বৰ্জন দূৰৰ কথা; এইবাৰ দুৰ্গা পূজাকে স্পনছ’ৰ কৰিব চীনে

দিবাকৰ বৰুৱা by দিবাকৰ বৰুৱা
May 29, 2018 6:55 pm
bj-block durga puja kolkata to be sponsored by china
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ একাংশ ৰাজনৈতিক নেতা আৰু সংগঠনে সময়ে সময়ে, বিশেষকৈ পূজাৰ সময়ত, চীনা সামগ্ৰী বৰ্জনৰ আহ্বান দি অহাৰ বিপৰীতে এইবাৰ দুৰ্গা পূজাৰ প্ৰাণকেন্দ্ৰ কলকাতাত পূজা স্পনছ’ৰ (  Durga Puja sponsored by China ) কৰিবলৈ আগবাঢ়িছে চীন।

কলকতাৰ ছল্ট লে’ক বিধাননগৰৰ আটাইতকৈ পুৰণি (১৯৮৩ চনৰ পৰা চলি অহা) বি জে’ ব্লক ৰাজহুৱা দুৰ্গা পূজাৰ সমস্ত ব্যয় বহন কৰিব চীনৰ কলকাতাস্থিত চীনা কনচ্যুলে’ট জেনেৰেলে।

পূজাৰ ব্যয় বহন কৰাই নহয় চীনৰ নিপুণ স্থপতিৰ পৰা চীনা স্থাপত্যৰ আৰ্হি শিকিবৰ বাবে শীঘ্ৰেই চীনা দূতাৱাসে কলকাতাৰ কাৰিকৰক চীনৰ য়ুনান প্ৰদেশৰ কুন্মিঙত প্ৰশিক্ষণ দিয়াই আনিব। তাৰোপৰি চীনা পৰম্পৰাগত বাঁহীবাদক, ড্ৰেগন নৃত্য শিল্পী আদি প্ৰদৰ্শনৰ বাবে চীনৰ পৰা শিল্পীও অনা হ’ব।

‘এইবছৰ চীনক আমি ছল্টলে’কলৈ লৈ আহিম’, সংবাদ মাধ্যমক জনালে কলকাতাস্থিত চীনৰ কনচ্যুল জেনেৰেল মা ঝানউৱে।

বৈঠকৰ ছবি

‘কলকাতাৰ দুৰ্গা পূজাই ধৰ্মীয় পাৰ্থক্য উৰ্ধ্বলৈ গৈ সকলোকে এক কৰে। স্বাভাৱিকতে আমি চীনা কনচ্যুলে’টেও এই উৎসৱৰ সৈতে যথেষ্ট পৰিমাণে জৰিত হৈ পৰিছো,’ ঝানউৱে ক’লে।

পুজা সমিতিখনৰ যুটীয়া সম্পাদক উমাশংকৰ ঘোষ দস্তিদাৰ আৰু ভাস্কৰ সিনহা ৰয়ৰ সৈতে যোৱা ২৩ মে’ত ঝানউৱে এক বৈঠকত মিলিত হোৱাৰ পিছত ক’লকাতাস্থিত চীনা কনচ্যুলে’ট জেনেৰেলে এই বিবৃতি জাৰি কৰিছে।

উল্লেখযোগ্য যে এমেৰিকাৰ এম আই টি মিডিয়া লেব (MIT media lab)ৰ Observatory of Economic Complexityৰ হিচাপ অনুসৰি ২০১৬ চনত ভাৰতে চীনৰ পৰা কৰা আমদানিৰ পৰিমাণ ৭৩.৩ বিলিয়নৰ বিপৰীতে চীনলৈ ভাৰতে কৰা ৰপ্তানিৰ পৰিমাণ ১৩.৩ বিলিয়ন এমেৰিকান ডলাৰ।

চীন পৃথিৱীৰ বৃহত্তম ৰপ্তানি অৰ্থনীতি (export economy) আৰু দ্বিতীয় বৃহত্তম আমদানি কৰা দেশ।

দিবাকৰ বৰুৱা

দিবাকৰ বৰুৱা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অচিৰেই কার্যকৰী হ’ব গ্ৰাহকৰ ব্যক্তিগত তথ্য সুৰক্ষাৰ আইন! শ্বপিং মলসমূহত এতিয়াৰ পৰা সুধিব নোৱাৰিব গ্ৰাহকৰ মোবাইল নম্বৰ

অচিৰেই কার্যকৰী হ’ব গ্ৰাহকৰ ব্যক্তিগত তথ্য সুৰক্ষাৰ আইন! শ্বপিং মলসমূহত এতিয়াৰ পৰা সুধিব নোৱাৰিব গ্ৰাহকৰ মোবাইল নম্বৰ

August 28, 2025 12:52 pm
৩১ ডিচেম্বৰ পৰ্যন্ত কপাহৰ শুল্কমুক্ত আমদানি তিনিমাহ বৃদ্ধিৰ ঘোষণা চৰকাৰৰ

৩১ ডিচেম্বৰ পৰ্যন্ত কপাহৰ শুল্কমুক্ত আমদানি তিনিমাহ বৃদ্ধিৰ ঘোষণা চৰকাৰৰ

August 28, 2025 12:31 pm
ভাৰতীয় সেনাৰ বৃহৎ সফলতা: জম্মু-কাশ্মীৰত সেনাৰ প্ৰতি আক্ৰমণত নিহত ২ সন্ত্ৰাসবাদী

ভাৰতীয় সেনাৰ বৃহৎ সফলতা: জম্মু-কাশ্মীৰত সেনাৰ প্ৰতি আক্ৰমণত নিহত ২ সন্ত্ৰাসবাদী

August 28, 2025 12:08 pm
NITI আয়োগৰ প্ৰতিবেদনত উন্মোচিত হ’ল উন্নয়ৰ আচল ৰূপ!  অসম চৰকাৰক তীব্ৰ সমালোচনা গৌৰৱ গগৈৰ

NITI আয়োগৰ প্ৰতিবেদনত উন্মোচিত হ’ল উন্নয়ৰ আচল ৰূপ!  অসম চৰকাৰক তীব্ৰ সমালোচনা গৌৰৱ গগৈৰ

August 28, 2025 11:17 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অচিৰেই কার্যকৰী হ’ব গ্ৰাহকৰ ব্যক্তিগত তথ্য সুৰক্ষাৰ আইন! শ্বপিং মলসমূহত এতিয়াৰ পৰা সুধিব নোৱাৰিব গ্ৰাহকৰ মোবাইল নম্বৰ

অচিৰেই কার্যকৰী হ’ব গ্ৰাহকৰ ব্যক্তিগত তথ্য সুৰক্ষাৰ আইন! শ্বপিং মলসমূহত এতিয়াৰ পৰা সুধিব নোৱাৰিব গ্ৰাহকৰ মোবাইল নম্বৰ

August 28, 2025 12:52 pm
৩১ ডিচেম্বৰ পৰ্যন্ত কপাহৰ শুল্কমুক্ত আমদানি তিনিমাহ বৃদ্ধিৰ ঘোষণা চৰকাৰৰ

৩১ ডিচেম্বৰ পৰ্যন্ত কপাহৰ শুল্কমুক্ত আমদানি তিনিমাহ বৃদ্ধিৰ ঘোষণা চৰকাৰৰ

August 28, 2025 12:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd