• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চূণচালিত চলি থকা পাহাৰ খননৰ বিৰুদ্ধে সৰব কৃষক নেতা অখিল গগৈ : প্ৰয়োজন হ’লে বিধায়ক অতুল বৰালৈ সমৰ্থনৰ আশ্বাস

এন ই নাও নিউজ by এন ই নাও নিউজ
March 11, 2018 9:11 pm
Akhil press meet
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চূণচালিত অবৈধভাৱে পাহাৰ খনন কৰি সৃষ্টিনগৰ নামৰ নতুন টাউনশ্বিপ নিৰ্মাণ কৰি থকাৰ বিৰুদ্ধে ১০ মাৰ্চত সংবাদমেল দি সৰৱ হৈ পৰা দিচপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাক এই বিষয়টোত প্ৰয়োজনসাপেক্ষে সমৰ্থন দিয়াৰ আশ্বাস দিছে কৃষক মুক্তিৰ নেতা অখিল গগৈয়ে।

আজি আয়োজিত সংবাদমেলত কৃষক নেতাজনক এই অবৈধ পাহাৰ খনন সন্দৰ্ভত সৰব হৈ উঠা দেখা গ’ল। ‘২০১৫ চনত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আন্দোলন কৰি সৃষ্টিনগৰ নামৰ টাউনশ্বিপৰ কাম বন্ধ কৰিছিল। কিন্তু প্ৰদূষণ মুক্ত অসম গঢ়াৰ সপোন দেখুওৱা সৰ্বানন্দ সোণোৱাল চৰকাৰখনে গোপনে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে বন্ধ কৰি দিয়া সৃষ্টিনগৰৰ কামটো পুনৰ আৰম্ভ কৰিলে।’ -এইদৰে কয় কৃষক নেতাজনে।

তদুপৰি তেওঁ বিজেপি চৰকাৰক কটাক্ষ কৰি কয়, ‘চূণচালি পাহাৰৰ প্ৰায় ৬,০০০ বিঘা মাটি আগুৰি থকা পাহাৰসমূহ কাটি ধ্বংস কৰাৰ বাবে বিজেপি চৰকাৰে গোপনে এই সংস্থাক অনুমতি প্ৰদান কৰিছে।’

আনহাতে বৰ্তমানলৈকে প্ৰায় দুটাকৈ পাহাৰ সৃষ্টিনগৰ নিৰ্মাণৰ নামত ধ্বংস কৰা হ’ল বুলি কৃষক নেতাজনে মন্তব্য কৰে। তেওঁ ইয়াৰ ফটো আৰু ভিডিঅ’ ক্লিপ সংগ্ৰহ কৰা বুলিও সদৰী কৰে।

এই সন্দৰ্ভত বন বিভাগৰ ওচৰত তথ্য বিচাৰি আৰ টি আই কৰা বুলি মন্তব্য কৰি অখিলে কয়, ‘আমি আৰ টি আই কৰিছিলো যদিও সৌভাগ্যজনক কথা যে শাসকীয় দলৰে বিধায়ক অতুল বৰাই নিজে এই কেলেংকাৰিৰ কথা উদঙাই দিলে।‘

লক্ষণীয় যে কৃষক নেতাজনে বিধায়ক অতুল বৰাক ধন্যবাদ জ্ঞাপন কৰি কয়, ‘আমি তেওঁক এই কেলেংকাৰি ফাদিল কৰাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছো যদিও অলপ দিন যোৱাৰ পিছত পূৰ্বৰ দৰে যাতে মনে মনে বহি নাথাকে তাৰ বাবেও আহ্বান জনাইছো। অন্যথা আমি ভাবিবলৈ বাধ্য হ’ম আপুনি মন্ত্ৰীসভাত আসন পোৱাৰ বাবে এনেদৰে নাটকবাজি কৰি আছে। আমি লক্ষ্য কৰিছো আপুনি এটা এটা সমস্যাৰ বিষয়ে মাত মাতে যদিও কেইদিনমান যোৱাৰ পিছত মনে মনে বহি থাকে।’

আনহাতে কালি বিধায়ক অতুল বৰাই নিজেই গৈ সৃষ্টিনগৰ উচ্ছেদ কৰাৰ হুংকাৰ দিয়া সন্দৰ্ভত কৃষক মুক্তিৰ নেতাজনে কয়, ‘যদি বিধায়গৰাকীয়ে বিচাৰে তেন্তে কৃষক মুক্তি সংগ্ৰাম সমিতি দলে-বলে আপোনাৰ সৈতে উচ্ছেদ কাৰ্য্যত সহযোগিতা আগবঢ়াম।’

ইয়াৰোপৰি তেওঁ আৰ টি আই তথ্য তেওঁলোকৰ হাতলৈ আহিলে ফাইল আকাৰত সমগ্ৰ তথ্য সাংবাদিকক প্ৰদান কৰাৰ আশ্বাস প্ৰদান কৰে।

লক্ষণীয় যে কৃষক নেতাজনে বিধায়ক অতুল বৰাই গুৰুত্ব সহকাৰে বিষয়টো গ্ৰহণ কৰিলে প্ৰয়োজন সাপেক্ষে তেওঁক গামোচা পিন্ধাব বুলিও মন্তব্য কৰে। লগতে যদি গোপনভাৱে যদি বিধায়কগৰাকীয়ে এই নিৰ্মাণ কাৰ্য্য পুনৰ আৰম্ভ কৰাৰ অনুমতি দিলে তেওঁৰ বিৰুদ্ধেও কৃষক মুক্তিয়ে হুংকাৰ দিব বুলি মন্তব্য কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd