• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

টিৰাপ আৰু বুঢ়ী দিহিং নদীৰ গৰাহখহনীয়াত জাহ গ’ল মুলাং গাঁৱৰ ৭০০ বিঘাৰো অধিক ভূমি

অভিক চক্ৰৱৰ্তী by অভিক চক্ৰৱৰ্তী
January 29, 2018 7:51 pm
Mulang village
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত কেইবা বছৰ ধৰি গৰাহখহনীয়াৰ দৰে গভীৰ সমস্যাত ভাৰাক্ৰান্ত হৈ আছে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা উপ-বিভাগৰ অধীনৰ মুলাং গাঁৱবাসী। টিৰাপ আৰু বুঢ়ী দিহিং নদীৰ বোৱঁতি সোতত মুলাং গাঁৱবাসীৰ কৃষিভূমিৰ লগতে জাহ গৈছে অধিক সা-সম্পত্তি।

উল্লেখযোগ্য যে তিনিচুকীয়াৰ পৰা ৪৭ কিলোমিটাৰ নিলগত অৱস্থিত মাৰ্ঘেৰিটা অঞ্চলৰ নদীপৰীয়া গাঁৱবাসীয়ে গৰাহখহনীয়াত সৰ্বস্বান্ত হোৱা পৰিলক্ষিত হৈছে।

স্মৰ্তব্য যে এই পৰ্যন্ত ৭০০ বিঘাৰো অধিক ভূমি টিৰাপ আৰু বুঢ়ী দিহিং নদীৰ বুকুত জাহ গৈছে। মুলাং গাঁৱত বাস কৰা সৰ্বমুঠ ১০ হেজাৰ লোকে গৰাহখহনীয়া সমস্যাৰে ভাৰাক্ৰান্ত।

‘গৰাহখহনীয়া সমস্যাই আমাৰ গাঁৱৰ লোকসকলক যথেষ্ট ক্ষতিগ্ৰস্ত কৰিছে। দিনে দিনে নদীয়ে ধাৰণ কৰিছে কালন্ত ৰূপ। ১৯ শতিকাৰে লিড’ মুলাং খামটি বৌদ্ধিষ্ট মঠটোও নদীৰ বুকুত জাহ যাবলৈ মাত্ৰ কেইমিটাৰ মানহে বাকী। আমাৰ এই অঞ্চলবাসীয়ে বিগত সময়ৰ পৰাই গৰাহখহনীয়া ৰোধ কৰাৰ বাবে উচিত পদক্ষেপ গ্ৰহণৰ বাবে অনুৰোধ কৰি আহিছো যদিও এই পৰ্যন্ত আমাৰ দাবী সম্পূৰ্ণ আওকান কৰিছে চৰকাৰে’, মুলাং গাঁৱৰক্ষী বাহিনীৰ সভাপতি চন্দ্ৰ গৌতমে আমাৰ সাংবাদিকৰ আগত এইদৰে মনৰ কথা প্ৰকাশ কৰে।

মনকৰিবলগীয়া যে মাৰ্ঘেৰিটা সাংবাদিক সন্থাৰ এখন বৈঠকত য’ত মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মা আৰু মুলাং গাঁৱৰ প্ৰতিনিধিসকলে গৰাহখহনীয়া ৰোধ সম্পৰ্কে আলোচনা কৰে। আলোচনাতে বিধায়কগৰাকীয়ে ৰাজ্যচৰকাৰৰ সহায়ত সমস্যাটো অতি শীঘ্ৰে সমাধান কৰিব বুলি আশ্বাস প্ৰদান কৰিছিল।

বাৰম্বাৰ অনুৰোধ কৰাৰ পিছতো চৰকাৰে কোনো বিহিত ব্যৱস্থা নোলোৱা বুলি স্থানীয়লোকে চৰকাৰৰ ওপৰত অভিযোগ উত্থাপন কৰে।

‘পূৰ্বৰ কংগ্ৰেছ চৰকাৰে গৰাহখহনীয়া ৰোধ কৰাত কোনো ব্যৱস্থা নললে যাৰ বাবে আমি পৰিৱৰ্তনৰ স্বাৰ্থত বিজেপিক ভোটদান কৰিছিলো। কিন্তু এই চৰকাৰখনেও এতিয়ালৈ আমাৰ এই সমস্যা সমাধানত সদিচ্ছা দেখুওৱা পৰিলক্ষিত হোৱা নাই। প্ৰত্যেক বছৰে প্ৰলয়ংকাৰী বানত আমাৰ হেজাৰ হেজাৰ কৃষি শস্য নস্ত হোৱাৰ লগতে শ শ কৃষিভূমি জাহ গৈ আছে’, এই মন্তব্য স্থানীয় লোকৰ।

উল্লেখ্য যে সমস্যা সমাধান নকৰাৰ প্ৰতিবাদত ৰাজ্যত হ’বলগীয়া সমাগত পঞ্চায়ত নিৰ্বাচনৰ পৰা গাঁৱবাসীৰ কিছু লোক বিৰত থাকিব বুলিও আমাক জানিবলৈ দিয়ে।

অভিক চক্ৰৱৰ্তী

অভিক চক্ৰৱৰ্তী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম চৰকাৰে পৰিবহন নিগমৰ ৭৭১ গৰাকী কৰ্মচাৰীক বৰ্খাস্তৰ সিদ্ধান্তক সমৰ্থন উচ্চ ন্যায়ালয়ৰ

অসম চৰকাৰে পৰিবহন নিগমৰ ৭৭১ গৰাকী কৰ্মচাৰীক বৰ্খাস্তৰ সিদ্ধান্তক সমৰ্থন উচ্চ ন্যায়ালয়ৰ

September 17, 2025 12:30 pm
চাৰ্লি কাৰ্ক হত্যাকাণ্ডৰ গোচৰত ফাদিল হ’ল গোপন বাৰ্তা : কি লিখিছিল অভিযুক্তই?

চাৰ্লি কাৰ্ক হত্যাকাণ্ডৰ গোচৰত ফাদিল হ’ল গোপন বাৰ্তা : কি লিখিছিল অভিযুক্তই?

September 17, 2025 11:08 am
আদানীৰ কু-কীৰ্তি উদঙাই বিপদত সংবাদ মাধ্যম : ভিডিঅ’ ডিলিট কৰিবলৈ কেইবাটাও সংবাদ মাধ্যম আৰু ইউটিউবলৈ নিৰ্দেশ চৰকাৰৰ

আদানীৰ কু-কীৰ্তি উদঙাই বিপদত সংবাদ মাধ্যম : ভিডিঅ’ ডিলিট কৰিবলৈ কেইবাটাও সংবাদ মাধ্যম আৰু ইউটিউবলৈ নিৰ্দেশ চৰকাৰৰ

September 17, 2025 10:45 am
৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

September 17, 2025 9:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম চৰকাৰে পৰিবহন নিগমৰ ৭৭১ গৰাকী কৰ্মচাৰীক বৰ্খাস্তৰ সিদ্ধান্তক সমৰ্থন উচ্চ ন্যায়ালয়ৰ

অসম চৰকাৰে পৰিবহন নিগমৰ ৭৭১ গৰাকী কৰ্মচাৰীক বৰ্খাস্তৰ সিদ্ধান্তক সমৰ্থন উচ্চ ন্যায়ালয়ৰ

September 17, 2025 12:30 pm
চাৰ্লি কাৰ্ক হত্যাকাণ্ডৰ গোচৰত ফাদিল হ’ল গোপন বাৰ্তা : কি লিখিছিল অভিযুক্তই?

চাৰ্লি কাৰ্ক হত্যাকাণ্ডৰ গোচৰত ফাদিল হ’ল গোপন বাৰ্তা : কি লিখিছিল অভিযুক্তই?

September 17, 2025 11:08 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd