• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

টিৰাপ আৰু বুঢ়ী দিহিং নদীৰ গৰাহখহনীয়াত জাহ গ’ল মুলাং গাঁৱৰ ৭০০ বিঘাৰো অধিক ভূমি

অভিক চক্ৰৱৰ্তী by অভিক চক্ৰৱৰ্তী
January 29, 2018 7:51 pm
Mulang village
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত কেইবা বছৰ ধৰি গৰাহখহনীয়াৰ দৰে গভীৰ সমস্যাত ভাৰাক্ৰান্ত হৈ আছে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা উপ-বিভাগৰ অধীনৰ মুলাং গাঁৱবাসী। টিৰাপ আৰু বুঢ়ী দিহিং নদীৰ বোৱঁতি সোতত মুলাং গাঁৱবাসীৰ কৃষিভূমিৰ লগতে জাহ গৈছে অধিক সা-সম্পত্তি।

উল্লেখযোগ্য যে তিনিচুকীয়াৰ পৰা ৪৭ কিলোমিটাৰ নিলগত অৱস্থিত মাৰ্ঘেৰিটা অঞ্চলৰ নদীপৰীয়া গাঁৱবাসীয়ে গৰাহখহনীয়াত সৰ্বস্বান্ত হোৱা পৰিলক্ষিত হৈছে।

Apply Now

স্মৰ্তব্য যে এই পৰ্যন্ত ৭০০ বিঘাৰো অধিক ভূমি টিৰাপ আৰু বুঢ়ী দিহিং নদীৰ বুকুত জাহ গৈছে। মুলাং গাঁৱত বাস কৰা সৰ্বমুঠ ১০ হেজাৰ লোকে গৰাহখহনীয়া সমস্যাৰে ভাৰাক্ৰান্ত।

‘গৰাহখহনীয়া সমস্যাই আমাৰ গাঁৱৰ লোকসকলক যথেষ্ট ক্ষতিগ্ৰস্ত কৰিছে। দিনে দিনে নদীয়ে ধাৰণ কৰিছে কালন্ত ৰূপ। ১৯ শতিকাৰে লিড’ মুলাং খামটি বৌদ্ধিষ্ট মঠটোও নদীৰ বুকুত জাহ যাবলৈ মাত্ৰ কেইমিটাৰ মানহে বাকী। আমাৰ এই অঞ্চলবাসীয়ে বিগত সময়ৰ পৰাই গৰাহখহনীয়া ৰোধ কৰাৰ বাবে উচিত পদক্ষেপ গ্ৰহণৰ বাবে অনুৰোধ কৰি আহিছো যদিও এই পৰ্যন্ত আমাৰ দাবী সম্পূৰ্ণ আওকান কৰিছে চৰকাৰে’, মুলাং গাঁৱৰক্ষী বাহিনীৰ সভাপতি চন্দ্ৰ গৌতমে আমাৰ সাংবাদিকৰ আগত এইদৰে মনৰ কথা প্ৰকাশ কৰে।

মনকৰিবলগীয়া যে মাৰ্ঘেৰিটা সাংবাদিক সন্থাৰ এখন বৈঠকত য’ত মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মা আৰু মুলাং গাঁৱৰ প্ৰতিনিধিসকলে গৰাহখহনীয়া ৰোধ সম্পৰ্কে আলোচনা কৰে। আলোচনাতে বিধায়কগৰাকীয়ে ৰাজ্যচৰকাৰৰ সহায়ত সমস্যাটো অতি শীঘ্ৰে সমাধান কৰিব বুলি আশ্বাস প্ৰদান কৰিছিল।

বাৰম্বাৰ অনুৰোধ কৰাৰ পিছতো চৰকাৰে কোনো বিহিত ব্যৱস্থা নোলোৱা বুলি স্থানীয়লোকে চৰকাৰৰ ওপৰত অভিযোগ উত্থাপন কৰে।

‘পূৰ্বৰ কংগ্ৰেছ চৰকাৰে গৰাহখহনীয়া ৰোধ কৰাত কোনো ব্যৱস্থা নললে যাৰ বাবে আমি পৰিৱৰ্তনৰ স্বাৰ্থত বিজেপিক ভোটদান কৰিছিলো। কিন্তু এই চৰকাৰখনেও এতিয়ালৈ আমাৰ এই সমস্যা সমাধানত সদিচ্ছা দেখুওৱা পৰিলক্ষিত হোৱা নাই। প্ৰত্যেক বছৰে প্ৰলয়ংকাৰী বানত আমাৰ হেজাৰ হেজাৰ কৃষি শস্য নস্ত হোৱাৰ লগতে শ শ কৃষিভূমি জাহ গৈ আছে’, এই মন্তব্য স্থানীয় লোকৰ।

উল্লেখ্য যে সমস্যা সমাধান নকৰাৰ প্ৰতিবাদত ৰাজ্যত হ’বলগীয়া সমাগত পঞ্চায়ত নিৰ্বাচনৰ পৰা গাঁৱবাসীৰ কিছু লোক বিৰত থাকিব বুলিও আমাক জানিবলৈ দিয়ে।

অভিক চক্ৰৱৰ্তী

অভিক চক্ৰৱৰ্তী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

July 16, 2026 8:44 pm
কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

July 16, 2026 7:59 pm
খিলঞ্জীয়াৰ মাটি ৰক্ষাৰ সংকল্প: কাৰাৰুদ্ধ নেতাসকলৰ মুক্তিৰ দাবীত গুৱাহাটীত গুৰুত্বপূৰ্ণ নাগৰিক সভা

খিলঞ্জীয়াৰ মাটি ৰক্ষাৰ সংকল্প: কাৰাৰুদ্ধ নেতাসকলৰ মুক্তিৰ দাবীত গুৱাহাটীত গুৰুত্বপূৰ্ণ নাগৰিক সভা

July 16, 2026 7:43 pm
সোণম ৱাংচুকৰ অনশনৰ ১৯ দিন: ৯ কেজিতকৈও অধিক ওজন হ্ৰাস, স্বাস্থ্যৰ অৱনতিক লৈ উদ্বেগ

সোণম ৱাংচুকৰ অনশনৰ ১৯ দিন: ৯ কেজিতকৈও অধিক ওজন হ্ৰাস, স্বাস্থ্যৰ অৱনতিক লৈ উদ্বেগ

July 16, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

July 16, 2026 8:44 pm
কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

July 16, 2026 7:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd