• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, November 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিবাহিতা মহিলাৰ হাতত ৫০০ গ্ৰাম পৰ্যন্ত সোণ থাকিলে জনাব লাগিব উৎস! ৰায় উচ্চতম ন্যায়ালয়ৰ

সৰ্বোচ্চ আদালতে কয় যে সোণ জব্দ নকৰাৰ চৰকাৰী নিৰ্দেশ আৰু ধনৰ উৎসৰ বিষয়ে ব্যাখ্যা দিয়া দুটা বেলেগ কথা। অঘোষিত ধন-সম্পত্তিৰ ক্ষেত্ৰত অভিযুক্তই তেওঁৰ জ্ঞাত আয় আৰু সম্পত্তিৰ মাজত থকা অমিলৰ ব্যাখ্যা দিব লাগিব।

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
November 13, 2026 9:53 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ঘৰত সোণৰ গহনা ৰখাৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে ডাঙৰ ৰায় দিছে। নিয়ম অনুসৰি বিবাহিত মহিলাৰ ৫০০ গ্ৰাম, অবিবাহিত মহিলাৰ ২৫০ গ্ৰাম আৰু পুৰুষৰ ১০০ গ্ৰাম সোণ থাকিলে আয়কৰ বিভাগে কোনো প্ৰশ্ন উত্থাপন কৰিব নোৱাৰে।

কিন্তু ২০২৬ চনৰ ২ নৱেম্বৰত ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তই এই ধাৰণাটোৰ আইনী সীমা স্পষ্ট কৰি দিছে। এটা গোচৰক লৈ যথেষ্ট পানী ঘোলা হৈছে।  সৱিশেষ জানো আহক।

ঘৰত ৫০০ গ্ৰাম সোণ থাকিলেই নিশ্চিন্ত নহয়!

এই গোচৰটো বিহাৰৰ ফুলপাৰী কুমাৰী নামৰ এগৰাকী মহিলাৰ সৈতে জড়িত। তেওঁৰ বিৰুদ্ধে আয়ৰ সৈতে অসামঞ্জস্যপূৰ্ণ সম্পত্তি থকাৰ অভিযোগ উঠে। শীর্ষ আদালতে কয় যে চৰকাৰী নিৰ্দেশনাত উল্লেখিত সোণৰ পৰিমাণ উল্লেখ কৰি সম্পদৰ উৎসৰ প্রশ্ন সমাধান কৰিব নোৱাৰি৷

Apply Now

দৰাচলতে বিহাৰৰ প্ৰাক্তন চিডিপিঅ’ ফুলপাৰী কুমাৰীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছিল। তেওঁৰ আয়ৰ সৈতে অসামঞ্জস্যপূৰ্ণ সম্পত্তি থকাৰ বাবে ২০১৫ চনৰ ১১ মে’ত ভিজিলেন্স বিভাগে তেওঁৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিছিল। এই গোচৰত তেওঁৰ স্বামীৰ নামো অভিযুক্ত হিচাপে উল্লেখ কৰা হৈছে।

তদন্তৰ সময়ত তেওঁৰ ঘৰৰ পৰা সম্পত্তিৰ নথি-পত্ৰ আৰু ৬৪৬.৪০০ গ্ৰাম সোণৰ গহনা উদ্ধাৰ কৰা হয়। উদ্ধাৰ হোৱা গহনা কেৱল তেওঁৰ নহয়, পৰিয়ালৰ আন সদস্য আৰু তেওঁৰ অবিবাহিত কন্যাৰো আছিল বুলি দাবী কৰে ফুলপাৰী কুমাৰীয়ে। নিজৰ পক্ষৰ সমৰ্থনত থিয় দি চিবিডিটিৰ পুৰণি নিৰ্দেশনাৰ উদ্ধৃতি দি আইনী প্ৰতিকাৰ বিচাৰিছিল। এই গোচৰটো পাটনা উচ্চ ন্যায়ালয় গৈ পায়।

পাটনা উচ্চ ন্যায়ালয়ৰ সিদ্ধান্ত কি আছিল?

ভিজিলেন্স বিভাগৰ এই কাৰ্য আৰু সোণ জব্দ কৰাৰ বিৰুদ্ধে পাটনা উচ্চ ন্যায়ালয়ত যুঁজ দিবলৈ সিদ্ধান্ত লয় ফুলপাৰী কুমাৰীয়ে। এই গোচৰত ফুলপাৰী কুমাৰীৰ অধিবক্তাই যুক্তি দিছিল যে চিবিডিটিৰ নিৰ্দেশনা অনুসৰি পৰিয়ালটোৰ গহনা চৰকাৰে নিৰ্ধাৰিত সীমাৰ ভিতৰত পৰে। গতিকে কেৱল উদ্ধাৰ হোৱা সোণৰ আধাৰত তেওঁৰ বিৰুদ্ধে ব্যৱস্থা লোৱাটো যুক্তিসংগত নহয়। ২০২৬ চনৰ ১৪ মে’ত পাটনা উচ্চ ন্যায়ালয়ে ফুলপাৰী কুমাৰীৰ বিৰুদ্ধে চলি থকা আইনী প্ৰক্ৰিয়া খাৰিজ কৰে। ইয়াৰ পিছতে বিহাৰ চৰকাৰে উচ্চতম ন্যায়ালয়ত এই সিদ্ধান্তক প্ৰত্যাহ্বান জনায়।

সৰ্বোচ্চ আদালতে কয় যে সোণ জব্দ নকৰাৰ চৰকাৰী নিৰ্দেশ আৰু ধনৰ উৎসৰ বিষয়ে ব্যাখ্যা দিয়া দুটা বেলেগ কথা। অঘোষিত ধন-সম্পত্তিৰ ক্ষেত্ৰত অভিযুক্তই তেওঁৰ জ্ঞাত আয় আৰু সম্পত্তিৰ মাজত থকা অমিলৰ ব্যাখ্যা দিব লাগিব। সোণ ৰখাৰ ক্ষেত্ৰত ৫০০, ২৫০ আৰু ১০০ গ্ৰামৰ সীমা সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ আইনী স্থিতি স্পষ্ট কৰি দিছে উচ্চতম ন্যায়ালয়ে।

আদালতে কয় যে আয়কৰ বিভাগে তালাচীৰ সময়ত নিৰ্দিষ্ট পৰিমাণৰ সোণ জব্দ কৰাত নিষেধাজ্ঞা আৰোপ কৰাৰ অৰ্থ এইটো নহয় যে সোণৰ উৎসৰ হিচাপ লোৱা নহ’ব। উচ্চতম ন্যায়ালয়ে লগতে কয় যে কেৱল এটা নিৰ্দিষ্ট পৰিমাণৰ সোণৰ কথা উল্লেখ কৰাৰ অৰ্থ এইটো নহয় যে ইয়াৰ অৰ্জনৰ হিচাপ দিয়া নহয়।

আদালতে স্পষ্ট কৰি দিয়ে যে কেৱল চৰকাৰী বিজ্ঞপ্তি দেখুৱালেই এই সোণ বৈধ আয়ৰ পৰা ক্ৰয় কৰা হৈছে বা ইয়াৰ উৎস স্বচ্ছ বুলি প্ৰমাণিত নহয়। সেয়ে উচ্চ ন্যায়ালয়ে এই ভিত্তিত গোচৰ খাৰিজ কৰি সঠিক কাম কৰা নাই। অৱশেষত উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে পাটনা উচ্চ ন্যায়ালয়ৰ সিদ্ধান্ত বাতিল কৰি প্ৰাক্তন চিডিপিঅ’ ফুলপাৰী কুমাৰীৰ বিৰুদ্ধে ন্যায়িক কাৰ্য্যবিধি পুনৰ বাহাল ৰাখে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিবাহিতা মহিলাৰ হাতত ৫০০ গ্ৰাম পৰ্যন্ত সোণ থাকিলে জনাব লাগিব উৎস! ৰায় উচ্চতম ন্যায়ালয়ৰ

বিবাহিতা মহিলাৰ হাতত ৫০০ গ্ৰাম পৰ্যন্ত সোণ থাকিলে জনাব লাগিব উৎস! ৰায় উচ্চতম ন্যায়ালয়ৰ

November 13, 2026 9:53 am
দুবছৰত প্ৰথমবাৰ দেশৰ খুচুৰা মুদ্ৰাস্ফীতি ৬ শতাংশ অতিক্ৰম! সাধাৰণ জনতাৰ মূৰত মাধমাৰ

দুবছৰত প্ৰথমবাৰ দেশৰ খুচুৰা মুদ্ৰাস্ফীতি ৬ শতাংশ অতিক্ৰম! সাধাৰণ জনতাৰ মূৰত মাধমাৰ

November 13, 2026 8:47 am
সন্ত্ৰাসবাদী আক্ৰমণ? হোৱাইট হাউছৰ কাষতে বন্দুকধাৰীৰ নিৰ্বিচাৰ গুলীচালনা! ১ জন নিহত, ৪ জন আহত

সন্ত্ৰাসবাদী আক্ৰমণ? হোৱাইট হাউছৰ কাষতে বন্দুকধাৰীৰ নিৰ্বিচাৰ গুলীচালনা! ১ জন নিহত, ৪ জন আহত

November 13, 2026 7:50 am
লক্ষ্য ২০২৯ চনৰ নিৰ্বাচন! মহিলা সংৰক্ষণ বিধেয়ক গৃহীত কৰিবলৈ কেন্দ্ৰৰ বিশেষ অধিৱেশনৰ পৰিকল্পনা

লক্ষ্য ২০২৯ চনৰ নিৰ্বাচন! মহিলা সংৰক্ষণ বিধেয়ক গৃহীত কৰিবলৈ কেন্দ্ৰৰ বিশেষ অধিৱেশনৰ পৰিকল্পনা

November 12, 2026 8:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিবাহিতা মহিলাৰ হাতত ৫০০ গ্ৰাম পৰ্যন্ত সোণ থাকিলে জনাব লাগিব উৎস! ৰায় উচ্চতম ন্যায়ালয়ৰ

বিবাহিতা মহিলাৰ হাতত ৫০০ গ্ৰাম পৰ্যন্ত সোণ থাকিলে জনাব লাগিব উৎস! ৰায় উচ্চতম ন্যায়ালয়ৰ

November 13, 2026 9:53 am
দুবছৰত প্ৰথমবাৰ দেশৰ খুচুৰা মুদ্ৰাস্ফীতি ৬ শতাংশ অতিক্ৰম! সাধাৰণ জনতাৰ মূৰত মাধমাৰ

দুবছৰত প্ৰথমবাৰ দেশৰ খুচুৰা মুদ্ৰাস্ফীতি ৬ শতাংশ অতিক্ৰম! সাধাৰণ জনতাৰ মূৰত মাধমাৰ

November 13, 2026 8:47 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd