• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডিজিটেল ইণ্ডিয়াৰ নগ্ন স্বৰূপ; গোহালি সদৃশ কোঠাত শিক্ষাগ্ৰহণ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ

মিণ্টু দাস by মিণ্টু দাস
June 30, 2018 4:09 pm
nagaon school
194
VIEWS
Share on FacebookShare on Twitter

এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়। বিদ্যালয়খনৰ পৰিবেশ দেখিলে আপোনাৰ মনত পৰিব ১৯ বিংশ শতিকালৈ। বিদ্যালয়খনৰ ছাত্র-ছাত্রীৰ পঢ়া-শুনা ব্যৱস্থাই প্ৰত্যাহ্বান জনাইছে নৰেন্দ্ৰ মোদীৰ ডিজিটেল ইণ্ডিয়া আৰু সৰ্বানন্দৰ এডভান্স আসামক।

হয়, এয়া নগাঁও জিলাৰ বঢ়মপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত আৰু ৰূপহী শিক্ষাখণ্ডৰ অধীনৰ বালিজুৰি তিনিআলি চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ ছবি। বিদ্যালয়খনত কি ঘটিছে সেয়া শিক্ষা বিভাগত উন্নয়নৰ ঢাক-ঢোল বজোৱা চৰকাৰখনে হয়তো খবৰ ল’বলৈ সময় নাপায়।

উল্লেখ্য যে আজিৰ তাৰিখত এটা জুপুৰি সদৃশ ঘৰত পাঁচটাকৈ শ্ৰেণী কোঠাত শিক্ষা দান কৰিছে দুজন শিক্ষকে। ছাত্র-ছাত্রীৰ বাবে নাই সু-আন্তঃগাঁ‌থনি। ডিজিটেল ইণ্ডিয়া বা এডভাঞ্চ আচামে ঢুকি নোপোৱা এইখন বিদ্যালয়ত মাটিত বস্তা পাৰি শিক্ষা গ্ৰহণ কৰিছে শিক্ষাৰ্থীয়ে।

balijuri primay school

চৰকাৰী বিদ্যালয়ৰ এনে দুৰৱস্থাই ছাত্র-ছাত্রীক কেনেকৈ মানৱ সম্পদ ৰূপে গঢ়িব ই এতিয়া কোটি টকীয়া প্ৰশ্ন। এনে অৱস্থাত অভিভাৱকসকল চৰকাৰী বিদ্যালয়ৰ পৰিৱৰ্তে কিয় বাৰু ব্যক্তিগত বিদ্যালয়লৈ ধাৱমান নহ’ব বুলিও সচেতন মহলে মতপোষণ কৰিছে।

এনেবোৰ শিক্ষাব্যৱস্থাৰ পৰা চৰকাৰী বিদ্যালয় সমূহক মুক্ত কৰিবলৈ চৰকাৰে কিবা পদক্ষেপ গ্ৰহণ কৰিবনে সেয়া লৈ এতিয়া সচেতন মহলৰ মাজত প্ৰশ্নৰ উদয় হৈছে।

Recent News

বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ কন্যাক সামাজিক মাধ্যমত ট্ৰল একাংশৰঃ উদ্বেগ প্ৰকাশ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ

বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ কন্যাক সামাজিক মাধ্যমত ট্ৰল একাংশৰঃ উদ্বেগ প্ৰকাশ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ

অধিক শক্তিশালী হ’ব ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাঃ ভাৰতে অতি সোনকালে লাভ কৰিব ৩টা নতুন ক্ষেপণাস্ত্ৰ

অধিক শক্তিশালী হ’ব ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাঃ ভাৰতে অতি সোনকালে লাভ কৰিব ৩টা নতুন ক্ষেপণাস্ত্ৰ

চীন-আমেৰিকাৰ শুল্ক যুদ্ধত সাময়িক বিৰতি : ৯০ দিনৰ বাবে শুল্ক কমোৱাৰ সিদ্ধান্ত দুই ৰাষ্ট্ৰৰ

চীন-আমেৰিকাৰ শুল্ক যুদ্ধত সাময়িক বিৰতি : ৯০ দিনৰ বাবে শুল্ক কমোৱাৰ সিদ্ধান্ত দুই ৰাষ্ট্ৰৰ

মনোবল বৃদ্ধি আৰু কৃতজ্ঞতা প্ৰকাশৰ বাবে বায়ুসেনাৰ বীৰ জোৱানক সাক্ষাৎ নৰেন্দ্ৰ মোদীৰ

মনোবল বৃদ্ধি আৰু কৃতজ্ঞতা প্ৰকাশৰ বাবে বায়ুসেনাৰ বীৰ জোৱানক সাক্ষাৎ নৰেন্দ্ৰ মোদীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd