• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ঢেকীয়াজুলিত ভুৱা নথি আৰু আনৰ লিগেচিৰে এন আৰ চিত নাম অন্তৰ্ভুক্তিৰ চেষ্টা কৰা তিনিজনক আটক

এন ই নাও নিউজ by এন ই নাও নিউজ
May 16, 2018 1:05 pm
nrc.
87
VIEWS
Share on FacebookShare on Twitter

এন আৰ চিত নাম অন্তৰ্ভুক্তিৰ বাবে ভুৱা নথি দিয়াৰ লগতে আনৰ লিগেচি তথ্য নিজৰ নামত ব্যৱহাৰ কৰাৰ অভিযোগত ১৫ মে’ত দৰং জিলাৰ ঢেকীয়াজুলিত তিনিজন লোকক আৰক্ষীয়ে আটক কৰে।

জানিব পৰা মতে, ঢেকীয়াজুলিৰ চিৰাজুলি নিৱাসী প্ৰয়াত মৰজত আলী, মাতৃ আমিনা খাতুনৰ লিগেচি নম্বৰ ৩২০৪০৩৩৫৯১৮ ব্যৱহাৰ কৰিছিল দৰং জিলাৰ খাৰুপেটীয়াৰ গণশিমলুৰ মহম্মদ আলী (৫০), ফজল আলী (৫২) আৰু জামাল উদ্দিন নামৰ এই তিনিজন ভাই-ককায়ে।

তিনিওজনে নিজকে লিগেচিৰ গৰাকীৰ পুত্ৰ সজাবলৈ বহু চেষ্টা কৰাৰ লগতে কেতবোৰ ভুৱা নথি-পত্ৰও দাখিল কৰিছিল বুলি এন আৰ চি কৰ্তৃপক্ষৰ পৰা জানিব পৰা গৈছে। কিন্তু বংশবৃক্ষ পৰীক্ষণৰ বাবে তিনিওজনকে ১৫ মে’ত ঢেকীয়াজুলি ডাক বঙলাৰ এন আৰ চি সেৱাকেন্দ্ৰত প্ৰয়োজনীয় নথি-পত্ৰ লৈ হাজিৰ হ’বলৈ নিৰ্দেশ দিছিল এন আৰ চি কৰ্তৃপক্ষই। সেইমৰ্মে মঙলবাৰে পুৱাই তিনিওজনেই হাজিৰ হৈ এন আৰ চিৰ জিলা তদন্তকাৰী দণ্ডাধীশ পংকজ ভৰালী, ঢেকীয়াজুলিৰ ৰাজহ চক্ৰ বিষয়া সাব্যসাচী কাশ্যপৰ উপস্থিতিত শুনানি দিয়াৰ সময়ত তিনিওজনে নিজকে লিগেচিৰ গৰাকীৰ পুত্ৰ বুলি দেখুৱাবৰ চেষ্টা কৰে। কিন্তু জেৰাৰ সময়ত প্ৰকৃত তথ্য ওলাই পৰে।

তিনিওজনে শেষত জালিয়াতিৰে আনৰ লিগেচি ব্যৱহাৰ কৰা বুলি দণ্ডাধীশৰ সন্মুখত স্বীকাৰ কৰে। লগতে জানিবলৈ দিয়ে যে খাৰুপেটীয়া এজন পঞ্চায়ত সভাপতিয়ে ধন লৈ এই কাৰ্যত তেওঁলোকক সহায় কৰিছিল। পিছত এন আৰ চি কৰ্তৃপক্ষৰ খবৰৰ ভিত্তিত আৰক্ষীয়ে তিনিওজনকে আটক কৰে। ঘটনা সন্দৰ্ভত এন আৰ চিৰ বিষয়াই এজাহাৰ দাখিল কৰা বুলি জানিব পৰা গৈছে।

Recent News

জনজাতিৰ মৰ্যদা নাপালে ২০২৬ ৰ নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ : ৰাজ্যজুৰি প্ৰতিবাদ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ

জনজাতিৰ মৰ্যদা নাপালে ২০২৬ ৰ নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ : ৰাজ্যজুৰি প্ৰতিবাদ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ

গ্ৰাহক ৰজা, নিৰামিষ ৰান্ধিছে নে আমিষ সেই বিষয়ে জনাৰ অধিকাৰ আছে: উচ্চতম ন্যায়ালয়

গ্ৰাহক ৰজা, নিৰামিষ ৰান্ধিছে নে আমিষ সেই বিষয়ে জনাৰ অধিকাৰ আছে: উচ্চতম ন্যায়ালয়

১৯৯ কোটি টকাৰ কৰ ফাঁকিৰ গোচৰত বিপদত পৰিছে কংগ্ৰেছ, ‘কোনোধৰণৰ সকাহ নাই’ বুলি জনালে ন্যায়াধিকৰণে

১৯৯ কোটি টকাৰ কৰ ফাঁকিৰ গোচৰত বিপদত পৰিছে কংগ্ৰেছ, ‘কোনোধৰণৰ সকাহ নাই’ বুলি জনালে ন্যায়াধিকৰণে

উজনি অসমতো উচ্ছেদ কৰা হ’ব খিলঞ্জীয়া লোক : শদিয়া ভ্ৰমণৰ সময়ত ইংগিত মুখ্যমন্ত্ৰীৰ

উজনি অসমতো উচ্ছেদ কৰা হ’ব খিলঞ্জীয়া লোক : শদিয়া ভ্ৰমণৰ সময়ত ইংগিত মুখ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd