• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ত্ৰিপুৰাত মহিলাৰ মাজত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কৰ্কট ৰোগৰ ঘটনা

এন ই নাও নিউজ by এন ই নাও নিউজ
March 26, 2018 10:00 am
cancer-awareness-570x320

প্ৰতিনিধিত্বমূলক ফটো

127
VIEWS
Share on FacebookShare on Twitter

ত্ৰিপুৰাৰ স্বাস্থ্যমন্ত্ৰী সুদীপ ৰায় বৰ্মনে ৰাজ্যখনৰ জনসাধাৰণক, বিশেষকৈ মহিলাসকলক কৰ্কট ৰোগ প্ৰতিৰোধৰ বাবে তেওঁলোকৰ জীৱন প্ৰণালী সলনি কৰিবলৈ আহ্বান জনাইছে।

বৰ্মনে কয় যে ৰাজ্যখনত কৰ্কট ৰোগৰ ঘটনা দ্ৰুতভাৱে বৃদ্ধি পাইছে আৰু ত্ৰিপুৰাত প্ৰতিবছৰে প্ৰায় ২,৫০০ নতুন কৰ্কট ৰোগী চিনাক্ত হয়। বৰ্তমান ৰাজ্যখনৰ মুঠ কৰ্কটৰোগীৰ ভিতৰত ৪০ শতাংশই হৈছে মহিলা।

‘’ এইটো আমাৰ বাবে এটা চিন্তাৰ বিষয় যে ৰাজ্যখনৰ মহিলাসকলৰ মাজত ধপাত সেৱন বা ধূম্ৰপানৰ বাবে কৰ্কট ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। মই ভাৱো জীৱন প্ৰণালীৰ সলনিয়ে তেওঁলোকক কৰ্কটৰ পৰা মুক্ত ৰখাত সহায় কৰিব,’’-বৰ্মনে সাংবাদিকৰ আগত এইদৰে কয়।

মন্ত্ৰীগৰাকীয়ে এক প্ৰতিবেদনৰ উদ্ধৃতিৰে কয় যে সকলো ধৰণৰ ধপাত সেৱনৰ ক্ষেত্ৰত উত্তৰ-পূবৰ ভিতৰত ত্ৰিপুৰা শীৰ্ষত আছে।

বৰ্মনে কয় যে চৰকাৰে ইয়াত থকা আঞ্চলিক কৰ্কট হাস্পাতলখন আধুনিকীকৰণৰ সিদ্ধান্ত লৈছে আৰু লগতে ধালাই জিলাৰ আম্বাছাত আন এখন কৰ্কট হাস্পাতাল স্থাপন কৰিব।

‘’ এয়া আমাৰ লক্ষ্য। ৰাজ্যপাল তথাগত ৰায়েও বিধানসভাত তেওঁৰ ভাষণত এই কথা উল্লেখ কৰিছে,’’-তেওঁ কয়।

বৰ্মনে কয় যে চৰকাৰে ৰাজ্যখনত কৰ্কট ৰোগৰ সম্পৰ্কত অধিক স্বাস্থ্য সজাগতামূলক প্ৰচাৰ অভিযানৰ আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

কৰ্কটৰ চিকিৎসাৰ বাবে সজাগতা অভিযানৰ ওপৰত গুৰুত্ব আৰোপ কৰি আঞ্চলিক কৰ্কট হাস্পাতলৰ অধীক্ষক ড০ গৌতম মজুমদাৰে কয় যে সজাগতাৰ অভাৱৰ বাবেই ৭০ শতাংশ কৰ্কট ৰোগীয়ে অন্তিম পৰ্যায়ত আহে।

তেওঁ কয় যে ২০১৬ চনত ৰাজ্যখনত ১,৪৫৮ জন কৰ্কট ৰোগীৰ আৰু ২০১৪ৰ পৰা ২০১৬ ৰ ভিতৰত ৩,৭৮৬ জন কৰ্কট ৰোগীৰ মৃত্যু হৈছে।

ৰাজ্যখনৰ সকলো কৰ্কট ৰোগীৰ মাজৰ ৪০ শতাংশই মূৰ আৰু ডিঙিৰ কৰ্কটত ভূগে যিটো ধপাত সেৱনৰ ফলত হয় বুলিও তেওঁ উল্লেখ কৰে।

যোৱা বৃহস্পতিবাৰে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্য তেওঁ –‘’ বীট কেন্সাৰ : ৰাণ এণ্ড ৰাইড ২০১৮’’ শীৰ্ষক এক মটৰবাইক ৰেলীৰ শুভাৰম্ভ কৰিছিল।

Recent News

জিম নে যোগাসন? স্বাস্থ্য ৰক্ষাৰ বাবে বেছি উপযোগী কি?

জিম নে যোগাসন? স্বাস্থ্য ৰক্ষাৰ বাবে বেছি উপযোগী কি?

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd