• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নিৰ্বাচন আয়োগৰ তথ্য প্ৰদানত অৱহেলা…!  স্তব্ধ হৈ পৰিছে কৰ্ণাটকৰ ভোটাৰ জালিয়াতিৰ তদন্ত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 18, 2025 12:21 pm
34
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ্ণাটক আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগে ২০২৩ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে কালাবুৰাগী জিলাৰ আলণ্ড বিধান সভা সমষ্টিত নিৰ্বাচনী তালিকাৰ পৰা ৫,৯৯৪ জন ভোটাৰৰ নাম আঁতৰোৱাৰ কাৰ্যৰ তদন্ত আৰম্ভ কৰিছে। ভুৱা ফৰ্ম-৭ আবেদন ব্যৱহাৰ কৰি এই ভোট আঁতৰাবলৈ চেষ্টা কৰিছিল । স্থানীয় প্ৰাৰ্থী তথা কংগ্ৰেছ নেতা বি.আৰ. পাটিলে  এই কথা জানিব পাৰি ভাৰতীয় নিৰ্বাচন আয়োগত অভিযোগ দাখিল কৰে। যি সকল লোকৰ আঁতৰাইছিল তাৰে কেইবাজনো ভোটাৰে স্থানীয় তহচিলদাৰৰ ওচৰতো অভিযোগ দাখিল কৰে। জালিয়াতিৰ গোচৰ ৰুজু হৈছিল যদিও নিৰ্বাচন আয়োগে গুৰুত্বপূৰ্ণ কাৰিকৰী তথ্য প্ৰকাশ নকৰাৰ বাবে তদন্ত স্থবিৰ হৈ পৰিছে।

উল্লেখ্য যে ভুৱা আবেদনৰ বিষয়ে জানিব পাৰি আলণ্ডৰ ভোটাৰসকলে স্তম্ভিত হৈ পৰে। মেকানিক শ্ৰীশৈলা বাৰাবাই আৰু কৃষক কাছিম আলীয়ে তেওঁলোকৰ বুথ লেভেল অফিচাৰ (বি এল অ’)ৰ পৰা জানিব পাৰিলে যে কোনোবাই তেওঁলোক স্থানান্তৰিত হোৱা বুলি দাবী কৰি তেওঁলোকৰ ভোট আঁতৰ কৰাৰ চেষ্টা কৰিছিল। অৱসৰপ্ৰাপ্ত অধ্যক্ষ সূৰ্য্যকান্ত গোবিন্দৰ নামত নখন ভুৱা প্ৰ-পত্ৰ পোৱা গৈছিল আন ভোটাৰৰ সবিশেষ ব্যৱহাৰ কৰি এই আৱেদনসমূহ দাখিল কৰা হৈছিল বুলি জানিব পৰা গৈছে। কিছুমান ক্ষেত্ৰত অৱসৰপ্ৰাপ্ত আৰক্ষীৰ ঘৰৰ আঠজন সদস্যকে ধৰি সমগ্ৰ পৰিয়ালকো লক্ষ্য কৰি লোৱা হৈছিল। এই ভুৱা আবেদনসমূহ ৰাষ্ট্ৰীয় ভোটাৰ সেৱা পৰ্টেল আৰু ভোটাৰ হেল্পলাইনৰ দৰে নিৰ্বাচন আয়োগৰ এপৰ জৰিয়তে দাখিল কৰা হৈছিল বুলি পোহৰলৈ আহিছে। পৰীক্ষা কৰা ৬,০১৮খন আবেদনৰ ভিতৰত মাত্ৰ ২৪খন আবেদন হে প্ৰকৃত বুলি ধৰা পৰিছিল।

Apply Now

দুবছৰতকৈ অধিক সময় ধৰি চি আই ডিৰ তদন্ত চলি আছে যদিও নিৰ্বাচন আয়োগৰ সহায় অবিহনে আগবাঢ়িব নোৱাৰে। তেওঁলোকে ব্যৱহৃত ডিভাইচসমূহ অনুসৰণ কৰিবলৈ সম্পূৰ্ণ IP ঠিকনা আৰু পৰ্ট তথ্য বিচাৰিছিল, কিন্তু কেৱল আংশিক তথ্যহে লাভ কৰিছিল। এই এপসমূহৰ সৈতে জড়িত মোবাইল নম্বৰসমূহ আন ৰাজ্যৰ লোকৰ, যিসকলে এই একাউণ্টসমূহ সৃষ্টি কৰা নাই বুলি দাবী কৰে। তদন্তত ভুৱা লগ ইন, ফোন নম্বৰ সলনি, লুকাই থকা ইণ্টাৰনেট ঠিকনা আদিৰ সৈতে জড়িত এক চক্ৰৰ কথা পোহৰলৈ আহিছে। ইয়াৰ পিছতে নিৰ্বাচন আয়োগৰ এপসমূহৰ নিৰাপত্তাৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছে চিআইডিয়ে। ২০২৩ চনৰ নিৰ্বাচনত জয়ী হোৱাৰ সম্ভাৱনা থকা পাটিলে কয় যে দোষীক ধৰিবলৈ আৰু গণতন্ত্ৰক ৰক্ষা কৰিবলৈ নিৰ্বাচন আয়োগে তথ্য প্ৰকাশ কৰিব লাগে। কিন্তু পৰিতাপৰ বিষয় যে নিৰ্বাচন আয়োগে তথ্যৰ বাবে কৰা অনুৰোধৰ কোনো সঁহাৰি নিদিলে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd