• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ত্ৰিপুৰাৰ মন্ত্ৰী আৱাসৰ শৌচাগাৰত চি পি আই (এম)এ লুকুৱাই ৰাখিব পাৰে নৰকংকাল; ব্যৱহাৰৰ পূৰ্বে চাফা কৰাবলৈ অনুৰোধ সুনীল দেওধৰৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 11, 2018 5:40 pm
বিজেপি নেতা সুনীল দেওধৰ

বিজেপি নেতা সুনীল দেওধৰ

102
VIEWS
Share on FacebookShare on Twitter

ত্ৰিপুৰাৰ মন্ত্ৰীসকলৰ শৌচালয়ৰ গাঁতত থাকিব পাৰে লুকুৱাই থোৱা নৰকংকাল! এই আশংকা প্ৰকাশ কৰি মন্ত্ৰীসকলে চৰকাৰী আৱাসসমূহত থাকিবলৈ লোৱাৰ আগতে সকলো আৱাসৰে শৌচাগাৰৰ গাঁতসমূহ পৰিস্কাৰ কৰি ল’বৰ বাবে নতুন মুখ্য মন্ত্ৰী বিপ্লব দেবক অনুৰোধ জনাইছে ত্ৰিপুৰাৰ দায়িত্ববাহী বিজেপি নেতা সুনীল দেওধৰে।

‘থাকিবলৈ লোৱাৰ আগতে মন্ত্ৰীসকলৰ সকলো আৱাসৰ শৌচাগাৰৰ গাঁতসমূহ পৰিস্কাৰ কৰি ল’বলৈ মই ত্ৰিপুৰাৰ নতুন মুখ্য মন্ত্ৰী বিপ্লব দেবক অনুৰোধ জনালো’ নিজৰ টুইটাৰ হেণ্ডলত যোৱা শুকুৰবাৰে এইদৰে লিখিছে দেওধৰে।

sunil deodhar tweet on skeleton in septic tanks of tripura ministers
বিজেপি নেতা দেওধৰৰ টুইট

দেওধৰে একেটা টুইটটে লিখিছে যে ‘এইটো মনত পেলোৱা উচিত যে যোৱা ২০০৫ চনৰ ৪ জানুৱাৰিত মুখ্য মন্ত্ৰী মানিক চৰকাৰৰ শৌচাগাৰৰ গাঁতত এগৰাকী মহিলাৰ জঁকা পোৱা গৈছিল, কিন্তু গোচৰটো পৰিকল্পিতভাৱে দবাই ৰখা হ’ল।’

সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে সেই ঘটনাটো সন্দৰ্ভত তদন্ত কৰা হৈছিল যদিও তদন্ত প্ৰতিবেদন প্ৰকাশ কৰা হোৱা নাছিল।

আনহাতে নিউজ ১৮এ পৰিৱেশন কৰা বাতৰি অনুসৰি ঘটনাটো সন্দৰ্ভত ত্ৰিপুৰাৰ আৰক্ষী সঞ্চালকপ্ৰধান অখিল কুমাৰ শুক্লাক সোধাত তেওঁ ‘আৰক্ষীয়ে কোনো বিষয় গাপ দিয়া নাই’ বুলি জনায়।

আৰক্ষী সঞ্চালক প্ৰধানজনে কয় যে ৰাজনৈতিক দলৰ অভিযোগসমূহৰ আৰক্ষীয়ে তদন্ত কৰিব।

আনহাতে বিজেপি নেতাজনৰ এনে বিস্ফোৰক অভিযোগৰ প্ৰতিক্ৰিয়া কৰি ত্ৰিপুৰা চি পি আই (এম)ৰ মুখপত্ৰ গৌতম দাসে ‘তেওঁলোকে পৰীক্ষা কৰক। আমাৰ কোনো সমস্যা নাই’ বুলি মত প্ৰকাশ কৰিছে।

Recent News

বৈদেশিক সচিবৰ কন্যাই স্বতন্ত্ৰ সংবাদ মাধ্যমত কাম কৰিব পাৰেনে? সংবিধানে কি কয়? সবিশেষ

বৈদেশিক সচিবৰ কন্যাই স্বতন্ত্ৰ সংবাদ মাধ্যমত কাম কৰিব পাৰেনে? সংবিধানে কি কয়? সবিশেষ

বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ কন্যাক সামাজিক মাধ্যমত ট্ৰল একাংশৰঃ উদ্বেগ প্ৰকাশ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ

বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ কন্যাক সামাজিক মাধ্যমত ট্ৰল একাংশৰঃ উদ্বেগ প্ৰকাশ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ

অধিক শক্তিশালী হ’ব ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাঃ ভাৰতে অতি সোনকালে লাভ কৰিব ৩টা নতুন ক্ষেপণাস্ত্ৰ

অধিক শক্তিশালী হ’ব ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাঃ ভাৰতে অতি সোনকালে লাভ কৰিব ৩টা নতুন ক্ষেপণাস্ত্ৰ

চীন-আমেৰিকাৰ শুল্ক যুদ্ধত সাময়িক বিৰতি : ৯০ দিনৰ বাবে শুল্ক কমোৱাৰ সিদ্ধান্ত দুই ৰাষ্ট্ৰৰ

চীন-আমেৰিকাৰ শুল্ক যুদ্ধত সাময়িক বিৰতি : ৯০ দিনৰ বাবে শুল্ক কমোৱাৰ সিদ্ধান্ত দুই ৰাষ্ট্ৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd