• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বৈদেশিক সচিবৰ কন্যাই স্বতন্ত্ৰ সংবাদ মাধ্যমত কাম কৰিব পাৰেনে? সংবিধানে কি কয়? সবিশেষ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 13, 2025 4:48 pm
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ কন্যা ডিডন মিশ্ৰীয়ে কৰা কামক লৈ শেহতীয়াকৈ তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে। বহুতে ডিডনৰ কামক চৰকাৰক সমালোচনা কৰা বুলি অনুভৱ কৰা পৰিলক্ষিত হৈছে। যাৰ ফলত অক্সফৰ্ড হিউমেন ৰাইটছ হাবৰ সদস্য আৰু জিণ্ডাল গ্ল’বেল ল’ স্কুলৰ স্নাতক তথা �দ্য ৱায়াৰ’ত কাম কৰা ডিডনৰ পেছাদাৰী স্বাধীনতাৰ বিষয়ে আলোচনাৰ চলিছে।

পেছাত ডিডন মিশ্ৰী এগৰাকী অধিবক্তা আৰু তেওঁৰ শিক্ষাগত অৰ্হতা বি.এ. এল এল বি। তদুপৰি ডিডন জিণ্ডাল গ্ল’বেল ল’ স্কুলৰ পৰা আৰু অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা চিভিল ল’ (বিচিএল)ত স্নাতক ডিগ্ৰীধাৰী। চৰকাৰী নীতিৰ সততে সমালোচনা কৰা ভাৰতীয় সংবাদ মাধ্যম দ্য ৱায়াৰৰ বাবে ডিডনে পাকিস্তানৰ সংবাদ স্বাধীনতাৰ দৰে আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰবন্ধ লিখিছে। অক্সফৰ্ড হিউমেন ৰাইটছ হাবৰ সৈতে তেওঁ বিশ্বজনীন মানৱ অধিকাৰৰ ওপৰত শৈক্ষিক কামৰ লগত জড়িত হৈ আছে, আৰু তেওঁ লণ্ডনৰ ইউএনএইচচিআৰৰ জৰিয়তে ৰোহিংগীয়া শৰণাৰ্থীসকলক আইনী সহায় আগবঢ়াইছে।

Apply Now

কিন্তু বিতৰ্কৰ পাছত এটা কথা আলোচনা হৈছে যে বৈদেশিক সচিবৰ কন্যাই স্বতন্ত্ৰ সংবাদ মাধ্যমত কাম কৰিব পাৰেনে? তাৰ উত্তৰ হল- ভাৰতীয় সংবিধানৰ ১৯(১)(ক) অনুচ্ছেদত ডিডনকে ধৰি সকলো নাগৰিকৰ বাক আৰু মত প্ৰকাশৰ স্বাধীনতা নিশ্চিত কৰা হৈছে। বিক্ৰম মিশ্ৰীৰ দৰে চৰকাৰী কৰ্মচাৰীয়ে ৰাষ্ট্ৰক সমালোচনা কৰাত নিষেধাজ্ঞা আৰোপ কৰা কেন্দ্ৰীয় অসামৰিক সেৱা (আচৰণ) নিয়ম, ১৯৬৪ পৰিয়ালৰ সদস্যৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়।

দ্য ৱায়াৰ আৰু অক্সফৰ্ড হিউমেন ৰাইটছ হাবলৈ আগবঢ়োৱা অৱদানকে ধৰি ডিডনৰ কাম তেওঁৰ সাংবিধানিক অধিকাৰৰ ভিতৰত পৰে। আইনী বিশেষজ্ঞসকলে জোৰ দি কয় যে তেওঁৰ পেছাদাৰী পছন্দসমূহ তেওঁৰ পিতৃৰ বৈদেশিক সচিব হিচাপে লোৱা ভূমিকাৰ পৰা স্বাধীন। দিল্লীৰ এগৰাকী সাংবিধানিক অধিবক্তাই নাম প্ৰকাশ নকৰাকৈয়ে কয় যে তেওঁৰ পাৰিবাৰিক সম্পৰ্কৰ ভিত্তিত তেওঁৰ কেৰিয়াৰত বাধা প্ৰদান কৰাৰ কোনো আইনী ভিত্তি নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমেৰিকাত হত্যা হায়দৰাবাদৰ যুৱতী নিকিতাক; আগ্ৰাৰ পৰা গ্ৰেপ্তাৰ অভিযুক্ত অৰ্জুন

আমেৰিকাত হত্যা হায়দৰাবাদৰ যুৱতী নিকিতাক; আগ্ৰাৰ পৰা গ্ৰেপ্তাৰ অভিযুক্ত অৰ্জুন

August 28, 2026 10:03 am
পুনৰ ৰক্তাক্ত হ’ল অশান্ত মণিপুৰ; বিদ্যালয়ৰ প্ৰধান শিক্ষককে ধৰি ৫ জনক হত্যা!

পুনৰ ৰক্তাক্ত হ’ল অশান্ত মণিপুৰ; বিদ্যালয়ৰ প্ৰধান শিক্ষককে ধৰি ৫ জনক হত্যা!

August 28, 2026 9:11 am
নেপালৰ প্ৰলয়ংকাৰী বানত মৃত্যুৰ সংখ্যা ৩৯২ লৈ বৃদ্ধি, ১৪৬৮জন সন্ধানহীন; এতিয়া কি পৰিস্থিতি?

নেপালৰ প্ৰলয়ংকাৰী বানত মৃত্যুৰ সংখ্যা ৩৯২ লৈ বৃদ্ধি, ১৪৬৮জন সন্ধানহীন; এতিয়া কি পৰিস্থিতি?

August 28, 2026 8:22 am
২২ হাজাৰ কোটিৰ ঋণ, মাত্ৰ ৬.৫ কোটি টকাত নিষ্পত্তি! সুভাষ চন্দ্ৰৰ ব্যক্তিগত দেউলীয়া প্ৰক্ৰিয়াত NCLT-ৰ সিদ্ধান্তক লৈ তীব্ৰ বিতৰ্ক

২২ হাজাৰ কোটিৰ ঋণ, মাত্ৰ ৬.৫ কোটি টকাত নিষ্পত্তি! সুভাষ চন্দ্ৰৰ ব্যক্তিগত দেউলীয়া প্ৰক্ৰিয়াত NCLT-ৰ সিদ্ধান্তক লৈ তীব্ৰ বিতৰ্ক

August 28, 2026 7:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকাত হত্যা হায়দৰাবাদৰ যুৱতী নিকিতাক; আগ্ৰাৰ পৰা গ্ৰেপ্তাৰ অভিযুক্ত অৰ্জুন

আমেৰিকাত হত্যা হায়দৰাবাদৰ যুৱতী নিকিতাক; আগ্ৰাৰ পৰা গ্ৰেপ্তাৰ অভিযুক্ত অৰ্জুন

August 28, 2026 10:03 am
পুনৰ ৰক্তাক্ত হ’ল অশান্ত মণিপুৰ; বিদ্যালয়ৰ প্ৰধান শিক্ষককে ধৰি ৫ জনক হত্যা!

পুনৰ ৰক্তাক্ত হ’ল অশান্ত মণিপুৰ; বিদ্যালয়ৰ প্ৰধান শিক্ষককে ধৰি ৫ জনক হত্যা!

August 28, 2026 9:11 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd