• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ত্ৰিপুৰা চিপিআই(এম) প্ৰাৰ্থী তথা ৰাজ্যখনৰ মীন মন্ত্ৰী খগেন্দ্ৰ জামাতিয়াৰ মৃত্যু

এন ই নাও নিউজ by এন ই নাও নিউজ
March 2, 2018 11:38 am
Khagendra-Jamatia-

ফাইল ফটো

133
VIEWS
Share on FacebookShare on Twitter

ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পূৰ্বে চিপিআই(এম) সমৰ্থকসকলৰ বাবে এক দুখবৰ। কৃষ্ণপুৰ সমষ্টিৰ চিপিআই(এম) প্ৰাৰ্থী তথা মীন মন্ত্ৰী খগেন্দ্ৰ জামাতিয়াই আজি ৰাতিপুৱা প্ৰায় ৮.১১ বজাত নতুন দিল্লীস্থিত AIIMSত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত নেতাগৰাকীৰ বয়স আছিল ৬৪।

উল্লেখ্য যে ত্ৰিপুৰা নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিম ভাগত জামাতিয়া গুৰুতৰভাবে অসুস্থ হৈ পৰাত তেওঁক উন্নত চিকিৎসাৰ বাবে দিল্লীৰ AIIMSত ভৰ্তি কৰোৱা হয়।

জানিব পৰা মতে বৰ্ষীয়ান চিপিআই(এম)ৰ নেতাজন দীৰ্ঘদিন ধৰি জণ্ডিজৰ দৰে জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল। আৰু অৱশেষত আজি ৰাতিপুৱা মৃত্যুক আকোৱালি লয়।

উল্লেখযোগ্য যে খগেন্দ্ৰ জামাতিয়াই ১৯৮৩ চনতে চিপিআই(এম) দলত যোগদান কৰিছিল। মৃত্যুৰ সময়লৈকে তেওঁ কোনো এবাৰো নিৰ্বাচনত পৰাজিত হোৱা নাই।

ৰাজনীতি পথাৰত অভিজ্ঞ বুলি পৰিচিত জামাতিয়াই ১৯৮৮ চনৰ পৰাই একেৰাহে ছয়বাৰ কৃষ্ণপুৰ সমষ্টিক প্ৰতিনিধিত্ব কৰিছে।

বৰ্ষীয়ান চিপিআই(এম) নেতাজনৰ মৃত্যুয়ে স্বাভাবিকতে দলটোৰ মনোবল কিছু পৰিমানে হ্ৰাস কৰা পৰিলক্ষিত হ’ব।

ইফালে প্ৰাক্তন মন্ত্ৰীগৰাকীৰ শেষ কৃত্ব সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ’ব বুলি চৰকাৰী শুত্ৰই জানিবলৈ দিছে।

Recent News

চাকৰিৰ ক্ষেত্ৰত থলুৱা মহিলাসকলে লাভ কৰিব ৩৫ শতাংশ সংৰক্ষণ : ঘোষণা বিহাৰ চৰকাৰৰ

চাকৰিৰ ক্ষেত্ৰত থলুৱা মহিলাসকলে লাভ কৰিব ৩৫ শতাংশ সংৰক্ষণ : ঘোষণা বিহাৰ চৰকাৰৰ

পুনৰ অভিনয় জগতলৈ স্মৃতি ইৰাণী! দেখা যাব জনপ্ৰিয় ধাৰাবাহিক ‘Kyunki Saas Bhi Kabhi Bahu Thi-2’ ত তুলসী ৰূপত

পুনৰ অভিনয় জগতলৈ স্মৃতি ইৰাণী! দেখা যাব জনপ্ৰিয় ধাৰাবাহিক ‘Kyunki Saas Bhi Kabhi Bahu Thi-2’ ত তুলসী ৰূপত

কিংবদন্তিলৈ সন্মান! লাৰাৰ অভিলেখ ভংগ কৰিবলৈ চেষ্টা নকৰি কিয় ইনিংছ ঘোষণা কৰিলে মুল্ডাৰে?  

কিংবদন্তিলৈ সন্মান! লাৰাৰ অভিলেখ ভংগ কৰিবলৈ চেষ্টা নকৰি কিয় ইনিংছ ঘোষণা কৰিলে মুল্ডাৰে?  

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পিতালত ভয়ংকৰ অগ্নিকাণ্ড! হাহাকাৰ ৰোগী অভিভাৱকৰ মাজত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পিতালত ভয়ংকৰ অগ্নিকাণ্ড! হাহাকাৰ ৰোগী অভিভাৱকৰ মাজত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd