• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভোট যুদ্ধ তীব্ৰতৰ কৰি তুলিবলৈ ত্ৰিপুৰাৰ চিপিআই(এমে) এইবাৰ ব্যৱহাৰ কৰিছে ছচিয়েল মিডিয়াৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 13, 2018 12:25 pm
Cover-page-image-of-Tripura-CPI-Ms-Facebook-page-570x320

ত্ৰিপুৰাৰ চিপিআইএমৰ ফেচবুকৰ ক'ভাৰপেজটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিৰ্বাচনলৈ আৰু মাত্ৰ পাঁচদিন বাকী থকা অৱস্থাত ত্ৰিপুৰাত দিনে দিনে নিৰ্বাচনী যুঁজখন আকৰ্ষণীয় হৈ পৰিছে।

ইয়াৰ প্ৰধান প্ৰতিদ্বন্দ্বীৰ পৰা প্ৰত্যাহ্বান গ্ৰহণ কৰি ভাৰতীয় কমিউনিষ্ট পাৰ্টিয়ে ৰাজ্যখনত ছচিয়েল মিডিয়াৰ জৰিয়তে ব্যাপক নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে।

Apply Now

ভাৰতীয় জনতা পাৰ্টিৰ ছচিয়েল মিডিয়াত এটা শক্তিশালী নেটৱৰ্ক আছে। ফেচবুক,হোৱাটএপকে ধৰি ছচিয়েল মিডিয়াৰ সকলো মাধ্যমৰ ব্যৱহাৰ কৰি দলটোৱে উত্তৰ-পূৰ্বাঞ্চলৰ দুখন ৰাজ্য অসম আৰু মণিপুৰৰ বিগত বিধানসভাৰ নিৰ্বাচনত ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাইছিল।

এইবাৰ বিজেপিৰ তীব্ৰ নিৰ্বাচনী প্ৰচাৰৰ প্ৰত্যুত্তৰ দিবলৈ চিপিআই এমে ছচিয়েল মিডিয়াৰ ব্যাপক ব্যৱহাৰ আৰম্ভ কৰি দিছে।

বাওঁপন্থী দলটোৱে ২০১৬ চনৰ শেহৰ পিনে ছচিয়েল মিডিয়াৰ প্ৰচাৰ আৰম্ভ কৰিছিল। সেই সময়ত প্ৰতিখন জিলা আৰু মহকুমা সমিতিয়ে ফেচবুক পেজ খুলি তথা হোৱাটএপ গ্ৰুপৰ জৰিয়তে দৈনিক ১৫ টাকৈ প’ষ্ট আপলোড কৰি প্ৰচাৰ কৰিছিল।

বিগত অসম আৰু মণিপুৰ বিধানসভাৰ নিৰ্বাচনত ছচিয়েল মিডিয়াৰ ব্যৱহাৰ কৰি বিজেপিয়ে অসাধাৰণ সফলতা লাভ কৰিছিল।

একেধৰণৰ কৌশল ৰচনাৰে গেৰুৱা বাহিনীয়ে ত্ৰিপুৰাতো শক্তিশালী ৰূপত প্ৰচাৰ যুদ্ধ আৰম্ভ কৰি দিছে। নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্যখনত দলটোৱে ১,০০০ কৰ্মীক প্ৰশিক্ষণ দিবলৈ ছচিয়েল মিডিয়া কৰ্মশালাও অনুষ্ঠিত কৰিছিল।

এইবাৰ চিপিআই-এমে আৰম্ভ কৰিছে ব্যাপক ছচিয়েল মিডিয়াৰ ব্যৱহাৰ। চিপিআইএমৰ ছচিয়েল মিডিয়া দলৰ এগৰাকী সদস্য ৰাহুল সিনহাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে যে ‘’ আমি আমাৰ নিজৰ সদস্যৰে এটা দল গঠন কৰিছো আৰু আমি কোনো বাহিৰৰ সংস্থাক ভাড়াত লোৱা নাই। আমাৰ ফেচবুক পেজ আছে আৰু হোৱাটএপ গ্ৰুপো গঠন কৰিছো।‘’

সিনহাই লগতে কয় যে টুইটাৰ ত্ৰিপুৰাত ইমান জনপ্ৰিয় নোহোৱাৰ বাবে দলে টুইটাৰত বহু বেছি প’ষ্ট কৰা হোৱা নাই।

চিপিআই-এমৰ প্ৰসিদ্ধ নেত্ৰী বৃন্দা কাৰাটেও কৈছে যে ছচিয়েল মিডিয়াত দলৰ উপস্থিতি যথেষ্ট বৃদ্ধি পাইছে আৰু নিৰ্বাচনী প্ৰচাৰত ই ভাল সঁহাৰি লাভ কৰিব।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

June 27, 2026 11:23 pm
কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

June 27, 2026 10:42 pm
‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

June 27, 2026 9:34 pm
ভাৰতৰ হাতৰ পৰা ওলাই গ’ল মংলা বন্দৰৰ প্ৰকল্প! প্ৰথমখন বিদেশ ভ্ৰমণত চীনৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

ভাৰতৰ হাতৰ পৰা ওলাই গ’ল মংলা বন্দৰৰ প্ৰকল্প! প্ৰথমখন বিদেশ ভ্ৰমণত চীনৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

June 27, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

June 27, 2026 11:23 pm
কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

June 27, 2026 10:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd