• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দ্ৰোণাচাৰ্য কণিষ্ঠ মহাবিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত যোগ্যতা সন্ধানী পৰীক্ষাৰ ফলাফল ঘোষণা

এন ই নাও নিউজ by এন ই নাও নিউজ
May 23, 2018 4:52 pm
17553758_1873292549625039_2698343046008752180_n
100
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগাঁও জিলাৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান দ্ৰোণাচাৰ্য কণিষ্ঠ মহাবিদ্যালয় আৰু মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত হোৱা যোগ্যতা সন্ধানী পৰীক্ষা-২০১৮’ ৰ ফলাফল মঙলবাৰে ঘোষণা কৰা হয়।

উল্লেখ্য যে, যোৱা ১৩ মে’ত অনুষ্ঠিত হোৱা যোগ্যতা সন্ধানী পৰীক্ষাৰ ঘোষিত ফলাফল অনুসৰি প্ৰথম স্থান লাভ কৰে ননৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ দীপ শইকীয়া, দ্বিতীয় স্থান লাভ কৰে শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰী কৃষ্টিৰূপা বৰা আৰু তৃতীয় স্থান লাভ কৰে দ্ৰোণাচাৰ্য মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰী চাবিনা চুলতানা আহমেদে।

দশম আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত অবতীৰ্ণ হোৱা প্ৰায় সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে এই পৰীক্ষাত অংশগ্ৰহণ কৰিছিল। উদ্যোক্তাই অংশগ্ৰহণ কৰা প্ৰতিগৰাকী ছাত্ৰ- ছাত্ৰীৰ লগতে বিজয়ী তিনিওগৰাকী শিক্ষাৰ্থীক বিশেষভাৱে অভিনন্দন জ্ঞাপন কৰে।

দশম শ্ৰেণী তথা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলে শিক্ষা জীৱনৰ এটা নতুন স্তৰলৈ গন্তব্য কৰাৰ প্ৰাক্ মুহূৰ্তত তেওঁলোকৰ যোগ্যতা সম্পৰ্কে সজাগ কৰি তোলাৰ লক্ষ্যৰে আয়োজন কৰা এই যোগ্যতা সন্ধানী পৰীক্ষাত ছাত্ৰ-ছাত্ৰীসকলৰ ব্যাপক হাৰত কৰা অংশগ্ৰহণ এক ইতিবাচক দিশ হিচাপে বিবেচিত হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তিনিচুকীয়াত আলফা স্বাধীন, এনএছচিএনৰ সৈতে জড়িত বৃহৎ পৰিমানৰ বিস্ফোৰক জব্দ

তিনিচুকীয়াত আলফা স্বাধীন, এনএছচিএনৰ সৈতে জড়িত বৃহৎ পৰিমানৰ বিস্ফোৰক জব্দ

August 14, 2025 7:02 pm
ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব; জানি লওক সঠিক নিয়ম

ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব; জানি লওক সঠিক নিয়ম

August 14, 2025 6:00 pm
নিৰ্বাচন আয়োগক বাদ পৰা ৬৫ লাখ ভোটাৰৰ নাম কাৰণসহ প্ৰকাশ কৰাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

নিৰ্বাচন আয়োগক বাদ পৰা ৬৫ লাখ ভোটাৰৰ নাম কাৰণসহ প্ৰকাশ কৰাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

August 14, 2025 4:54 pm
বন বিভাগত ৫ দশকৰো অধিক কাল সেৱা আগবঢ়াই মৃত্যু কাজিৰঙাৰ মোহনমালাৰ

বন বিভাগত ৫ দশকৰো অধিক কাল সেৱা আগবঢ়াই মৃত্যু কাজিৰঙাৰ মোহনমালাৰ

August 14, 2025 3:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তিনিচুকীয়াত আলফা স্বাধীন, এনএছচিএনৰ সৈতে জড়িত বৃহৎ পৰিমানৰ বিস্ফোৰক জব্দ

তিনিচুকীয়াত আলফা স্বাধীন, এনএছচিএনৰ সৈতে জড়িত বৃহৎ পৰিমানৰ বিস্ফোৰক জব্দ

August 14, 2025 7:02 pm
ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব; জানি লওক সঠিক নিয়ম

ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব; জানি লওক সঠিক নিয়ম

August 14, 2025 6:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd