আজি পুৱাৰ ভাগতে দৰং জিলাৰ খাৰুপেটীয়াত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। জানিব পৰা মতে খাৰুপেটীয়াৰ বালুগাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত পুৱাই সংঘটিত উক্ত পথ দুৰ্ঘটনাটোৰ ফলত এজন কিশোৰে প্ৰাণ হেৰুৱাব লগীয়া হয়। নিহত কিশোৰজনৰ নাম ছাহিদুল ইছলাম(১১) বুলি জানিব পৰা গৈছে। প্ৰত্যক্ষদৰ্শী সকলৰ মতে কিশোৰজন বালুগাঁৱৰ পথেৰে ঘৰলৈ উভতি গৈ থকা অৱস্থাত পিছফালৰ পৰা অহা এখন তীব্ৰবেগী ট্ৰাকে মহতিয়াই লৈ যোৱাৰ ফলত কিশোৰজনৰ থিতাতে মৃত্যু হয়। আনহাতে স্থানীয় ৰাইজে তৎক্ষনাত আৰক্ষীক খবৰ দিয়াত আৰক্ষী লোক আহি ঘটনাস্থলীত উপস্থিত হয়। অৱশ্যে পথ দুৰ্ঘটনাটো সংঘটিত কৰিয়েই ট্ৰাক চালকজন ঘটনাস্থলীৰ পৰা পলায়ন কৰে যদিও আৰক্ষীয়ে ট্ৰাকখনক জব্দ কৰিবলৈ সক্ষম হয়।
দৰঙত পথ দুৰ্ঘটনা: ১ জন নিহত
-
By NE NOW NEWS
- Categories: অসম
Related Content
বিদেশত মেডিকেল পঢ়িবলৈ গৈ মাৰাত্মক বিপদত ভাৰতীয় শিক্ষাৰ্থী; সতৰ্ক কৰি দিলে বিদেশ মন্ত্ৰালয়ে
By
এন ই নাও নিউজ
May 18, 2024 2:53 pm
সম্বিৎ ঘূৰি অহা নাই স্মাৰ্ট আৰক্ষীৰ! গুৱাহাটীত সপ্তম শ্ৰেণীৰ কিশোৰীক অপহৰণ কৰি ধৰ্ষণ
By
এন ই নাও নিউজ
May 18, 2024 2:45 pm
মেঘালয়মুখী হৈছে অসমৰ মদৰ দামত অতিষ্ঠ সুৰাপায়ী! ৩৩% হ্ৰাস পাইছে সুৰাৰ বিক্ৰী
By
এন ই নাও নিউজ
May 18, 2024 1:36 pm
ৰে’লযাত্ৰীৰ বাবে ডাঙৰ খবৰ! ৰে’ল সেৱাৰ বাতিলকৰণ, সময় পুনৰ নিৰ্ধাৰণ আৰু নিয়ন্ত্ৰণ তথা পথ পৰিৱৰ্তন
By
এন ই নাও নিউজ
May 18, 2024 1:34 pm
ৰঞ্জিত-আইজং পাহৰি যাওক : আপোনাৰ ভঁৰাল ভৰাবলৈ আহিছে প্ৰচুৰ, শতাব্দী আৰু পাটকাই
By
এন ই নাও নিউজ
May 18, 2024 12:16 pm
শ্বাহৰুখক লৈ প্ৰীতি জিন্তাই কৰা মন্তব্যত তোলপাৰ বলীউডত! কি এনে কথা ক’লে প্ৰীতিয়ে?
By
এন ই নাও নিউজ
May 18, 2024 11:57 am