• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নবেম্বৰ মাহত ১৭ টাকৈ চোৰাংচিকাৰী আটক কৰাত সফল জখলাবন্ধা আৰক্ষী

 ৰমনী শৰ্মা, কলিয়াবৰ : by ৰমনী শৰ্মা, কলিয়াবৰ :
November 30, 2017 5:38 pm
121
VIEWS
Share on FacebookShare on Twitter

দেবেন বৰাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে পুনৰ বাৰ আটক কৰিবলৈ সক্ষম হ’ল চাৰিটাকৈ চোৰাংচিকাৰী। জখলাবন্ধা আৰক্ষীৰ জালত দুই আৰু চাৰি নৱেম্বৰত কাজিৰঙাৰ বুঢ়াপাহাৰত পোৱালীসহ তিনিটাকৈ গড়ঁহত্যাৰ এটাৰ পিচত আনটো ঘটনাৰ লগত জড়িত চোৰাংচিকাৰী।  চলিত মাহৰ দুই আৰু চাৰি তাৰিখৰ নিশা বুঢ়াপাহাৰ বনাঞ্চলৰ টুনিকাটি বনশিৱিৰ এলেকাত ৪৮ ঘণ্টাৰ ভিতৰতে তিনিটাকৈ গড়ঁহত্যা কৰিছিল চোৰাংচিকাৰীয়ে। সেই ধাৰাবাহিক গড়ঁহত্যাৰ লগত জড়িত এটা এটাকৈ এইপৰ্য্যন্ত জখলাবন্ধা আৰক্ষীয়ে আটক কৰিছে ১৭টাকৈ চোৰাংচিকাৰী। এই চলিত মাহতে প্ৰায় ১৭ জন চোৰাংচিকাৰীক গ্ৰেপ্তাৰ কৰিব পৰাটো আৰক্ষী বিষয়া দেৱেন বৰাৰ লগতে জখলাবন্ধা আৰক্ষীৰ এক বৃহৎ সাফল্য বুলি বিবেচিত হৈছে।

দুই আৰু চাৰি নৱেম্বৰত গড়হত্যাৰ দিনকেইটাত মনিপুৰি চিকাৰী জন থাঙৰ লগত ধৃত চাৰিজনে বহুবাৰ ফোনযোগে কৰা যোগাযোগৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে। তদুপৰি নিতুল হাজৰিকা আৰু ছহিদ আলিকো কেইদিনমান পূৰ্বে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল জখলাবন্ধা আৰক্ষীয়ে।এনেদৰে বহু গোপন তথ্যৰ পম খেদি আৰক্ষীয়ে এই চোৰাংচিকাৰীকেইজনক গ্ৰেপ্তাৰত সন্তোষ প্ৰকাশ কৰি প্ৰকৃতি প্ৰেমী তথা সচেতন লোকসকলে আৰক্ষী বিষয়া দেৱেন বৰাৰ লগতে জখলাবন্ধা আৰক্ষীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে। জখলাবন্ধা আৰক্ষী থানাত  আৰক্ষী বিষয়া হিচাপে যোগদান কৰাৰ পৰা আৰম্ভ কৰি  বৰাৰ নেতৃত্বত বৰ্তমানলৈকে ১০০ ৰো অধিক চোৰাং চিকাৰীক আৰক্ষীয়ে আটক কৰা বুলি জানিব পৰা গৈছে।

Recent News

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd