• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নাগালেণ্ড লোকসভা উপ নিৰ্বাচন : ৭৫ শতাংশ ভোটদান

ভদ্ৰ গগৈ by ভদ্ৰ গগৈ
May 28, 2018 10:40 pm
Nagaland by-poll
108
VIEWS
Share on FacebookShare on Twitter

আজি অনুষ্ঠিত নাগালেণ্ড লোকসভা সমষ্টিৰ উপ নিৰ্বাচনত ৰাজ্যখনৰ ৭৫ শতাংশ ভোটাৰ ৰাইজে ভোটদান কৰে। আজি পুৱা ৭ বজাৰ পৰা কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত অনুষ্ঠিত হোৱা এই ভোটগ্ৰহণ বিয়লি ৪ বজাত সামৰণি পৰে।

দুই এটা সৰু-সুৰা অপ্ৰীতিকৰ ঘটনাৰ বাহিৰে প্ৰায় শান্তিপূৰ্ণ ভাৱে অনুষ্ঠিত হৈ যোৱা উক্ত নিৰ্বাচনটোক কেন্দ্ৰ কৰি ৰাজ্যখনত প্ৰায় ২০,০০০ নিৰাপত্তা কৰ্মী নিয়োগ কৰা হৈছিল।

উপ নিৰ্বাচনটোত শাসনাধিস্থ পি ডি এই ইয়াৰ প্ৰধান মিত্ৰজোঁট এন ডি পি পিৰ সদস্য তথা প্ৰাক্তন মন্ত্ৰী টোখেহো য়েপঠোমিক প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ বিপৰীতে বিৰোধী দল এন পি এফে প্ৰাক্তন সংসদীয় সচিবক প্ৰাৰ্থিত্ব আগবঢ়াই।

উল্লেখযোগ্য যে ডিমাপুৰৰ পুৰণা বজাৰৰ ৩৫ নং ভোট কেন্দ্ৰৰ লগতে মোকোকচুং জিলাৰ অন্তৰ্গত কুবজাৰ ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা ই ভি এম মেচিন ক্ষতিসাধনৰ খবৰ পোৱা গৈছে।

২১৯৬ ভোটকেন্দ্ৰত অনুষ্ঠিত আজিৰ এই উপ নিৰ্বাচনটোত সৰ্বমুঠ ১১,৯৭,৪৩৬ গৰাকী ভোটাৰৰ ভিতৰত ৬,০৭,৫৮৯ গৰাকী পুৰুষ ভোটাৰ হোৱাৰ বিপৰীতে ৫,৮৯,৮৪৭ গৰাকী মহিলা ভোটাৰ আছিল। মন কৰিবলগীয়া যে নিৰ্বাচনটোত কেৱল মহিলা ভোটাৰৰ বাবে ২৫৩ ভোটকেন্দ্ৰ স্থাপন কৰা হৈছিল।

ইয়াৰ উপৰিও নিৰ্বাচনটোত আটাইকেইটা ভোটকেন্দ্ৰ মিলাই সৰ্বমুঠ ৩১৯৬ টা ই ভি এম আৰু ৩০৭৫ টা ভি ভি পি এ টি মেচিন ব্যৱহাৰ কৰা হৈছিল।

Recent News

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd