• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 30, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নাগৰিকত্ব আইনৰ ৬ক ধাৰাৰ সাংবিধানিক বৈধতা পৰীক্ষাৰ বাবে গঠিত হ’ব সাংবিধানিক বিচাৰপীঠ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 5, 2018 11:10 pm
supreme-court

ভাৰতৰ উচ্চতম ন্যায়ালয়।

153
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব আইনৰ ৬ক ধাৰাৰ সাংবিধানিক বৈধতা পৰীক্ষা কৰিবৰ বাবে এখন সাংবিধানিক বিচাৰপীঠ গঠন কৰা হ’ব।

উচ্চতম ন্যায়ালয়ে আজি সোমবাৰে এই কথা ঘোষণা কৰে।

মুখ্য ন্যায়াধীশ দীপক চোপ্ৰা আৰু ন্যায়াধীশ এ’ এম খানৱিলকাৰ আৰু ডি ৱাই চন্দ্ৰচূড়ৰ এখন তিনিজনীয়া বিচাৰপীঠে কয় যে সাংবিধানিক বিচাৰপীঠখনে নাগৰিকত্ব আইনৰ এই নিৰ্দিষ্ট ধাৰাটোৰ সাংবিধানিক বৈধতা সম্পৰ্কে বিচাৰ কৰিব।

এই সম্বন্ধীয় গোচৰটোৰ এজন গুচৰীয়া অসম সন্মিলিত মহাসংঘৰ মুৰব্বী মতিউৰ ৰহমানে কয়, ‘মাৰ্চ মাহৰ ভিতৰত এই সাংবিধানিক বিচাৰপীঠ গঠন কৰা হ’ব।’

aasu press statement
আছুৰ প্ৰে’ছ বিবৃতি

ইয়াৰ পূৰ্বে ন্যায়াধীশ ৰঞ্জন গগৈ আৰু এফ আৰ নৰিমনেও আইনখনৰ এই ধাৰাটোৰ সাংবিধানিক বৈধতা পৰীক্ষাৰ বাবে ৫ জনীয়া এক সাংবিধানিক বিচাৰপীঠ গঠনৰ পৰামৰ্শ আগবঢ়াইছিল।

নাগৰিকত্ব আইনৰ ৬ক ধাৰাই ১৯৭১ চনৰ ২৪ মাৰ্চৰ পিছত অসমত প্ৰৱেশ কৰা সকলো অনুপ্ৰৱেশকাৰীকে অবৈধ বুলি অভিহিত কৰে আৰু নাগৰিকৰ মৰ্য্যাদা দিবই লগা ‘স্থানান্তৰিত লোক’ (উৎপীড়নৰ পৰা বাচিবলৈ পলায়ন কৰা মূলতঃ হিন্দু আৰু অন্যান্য সংখ্যালঘূ গোট)ৰ পৰা এইসকলক পৃথক কৰিবই লাগিব বুলি নিৰ্দেশ দিয়ে।

এন ই নাওলৈ আছুৱে প্ৰেৰণ কৰা এক প্ৰে’ছ বিবৃতিত কোৱা হৈছে, ‘অসম চুক্তিৰ আধাৰত অসমৰ জ্বলন্ত বিদেশী নাগৰিকৰ সমস্যাৰ স্থায়ী সমাধান সম্ভৱ।’

আছুৱে চুক্তিৰ প্ৰতিটো দফা ৰূপায়নৰ বাবে এক সময়নিৰ্ধাৰিত কাৰ্য্যসূচীৰ প্ৰয়োজন বুলি মত প্ৰকাশ কৰিছে।

আজিৰ শুনানিৰ সময়ত সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য্য, সভাপতি দীপাংক নাথ আৰু শিক্ষাবিদ বসন্ত ডেকাও উচ্চতম ন্যায়ালয়ত উপস্থিত থাকে।

Recent News

মাজ আকাশত কাৰিকৰী বিজুতি; টকিঅ’-দিল্লী এয়াৰ ইণ্ডিয়াৰ বিমানৰ কলকাতাত জৰুৰী অৱতৰণ  

মাজ আকাশত কাৰিকৰী বিজুতি; টকিঅ’-দিল্লী এয়াৰ ইণ্ডিয়াৰ বিমানৰ কলকাতাত জৰুৰী অৱতৰণ  

গৰুখুটি প্ৰকল্পক লৈ ৰাজনৈতিক উত্তাপ; মাটি আৰু গৰুৰ অপব্যৱহাৰৰ অভিযোগ প্ৰব্ৰজন বিৰোধী মঞ্চৰ

গৰুখুটি প্ৰকল্পক লৈ ৰাজনৈতিক উত্তাপ; মাটি আৰু গৰুৰ অপব্যৱহাৰৰ অভিযোগ প্ৰব্ৰজন বিৰোধী মঞ্চৰ

মেঘালয়ৰ লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা; মধ্যপ্ৰদেশৰ পৰা উদ্ধাৰ ৰঘুবংশী দম্পতীৰ সোণৰ গহনা

মেঘালয়ৰ লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা; মধ্যপ্ৰদেশৰ পৰা উদ্ধাৰ ৰঘুবংশী দম্পতীৰ সোণৰ গহনা

একেৰাহে ৩২ ঘণ্টা যান-জঁট! আৱদ্ধ হৈ পৰে বহু গাড়ী, শ্বাসৰুদ্ধ হৈ মৃত্যু কমেও তিনিজনৰ

একেৰাহে ৩২ ঘণ্টা যান-জঁট! আৱদ্ধ হৈ পৰে বহু গাড়ী, শ্বাসৰুদ্ধ হৈ মৃত্যু কমেও তিনিজনৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd