• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ বিজেপি চৰকাৰৰ পুনৰ নতুন কৌশল- অসমলৈ অহাৰ প্ৰতিশ্ৰুতি উলংঘা

এন ই নাও নিউজ by এন ই নাও নিউজ
April 4, 2018 8:20 am
Citizenship Amendment Bill, 2016
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অতি বিতৰ্কিত তথা অসমীয়া জাতিৰ ভৱিষ্যতৰ প্ৰশ্ন জড়িত হৈ থকা নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত কেন্দ্ৰ আৰু ৰাজ্যত থকা বিজেপি চৰকাৰে অসমৰ মানুহক ইয়াৰ সম্পৰ্কত নিজৰ মত প্ৰদানৰ সাংবিধানিক অধিকাৰৰ পৰা বঞ্চিত কৰাৰ বাবে কৌশল ৰচনা কৰিছে। বিধেয়কখন সন্দৰ্ভত অসমীয়া ৰাইজ তথা দল-সংগঠনৰ মতামত লোৱ হ’ব আৰু তাৰ বাবে ইয়াৰ বাবে গঠিত যুটীয়া সংসদীয় কমিটিখন অসমলৈ আহিব বুলি পূৰ্বে কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰে আশ্বাস দি আহিছিল যদিও এতিয়া পাভলুটি মাৰি দিল্লীতে যুটীয়া সংসদীয় কমিটিয়ে এখন পৰ্য্যালোচনা বৈঠক অনুষ্ঠিত কৰি অসমৰ দল-সংগঠনক তাতহে মত দিবলৈ আমন্ত্ৰণ কৰিছে।

জানিব পৰামতে, অসমৰ ২৮টা দল-সংগঠনক অহা ১২ এপ্ৰিলত তেওঁলোকৰ মত প্ৰদান কৰিবৰ বাবে আমন্ত্ৰণ জনাইছে। কিন্তু প্ৰশ্ন হয়, অসমৰ ৰাইজৰ মতামত ল’বলৈ অসমলৈ আহিব বুলি কোৱা সংসদীয় কমিটিয়ে কিয় অসমলৈ অহাৰ কাৰ্য্যসূচী বাৰে বাৰে বাতিল কৰিছে? এই কমিটিখন সঁচা আন্তৰিকতাৰে অসমৰ মানুহৰ মত লোৱাৰ স্থিতিত আছে নে? নে অসমৰ ৰাইজক দেখুৱাই এখন ভেকো ভাওনা পাতিছে? আনহাতে ৩ এপ্ৰিলৰ দিনা অসমৰ বিজেপিৰ সাংসদ তথা এই সংসদীয় কমিটিৰ এজন ৰমেন ডেকাই সংবাদ মাধ্যমৰ আগত কৈছিল যে বাৰ এপ্ৰিলৰ পিছত কমিটিখন অসমলৈ যাব। কিন্তু যদি বাৰ এপ্ৰিলৰ পিছত কমিটিখন অসমলৈ আহেই তেন্তে অসমতে মতামত লোৱা হ’ব বুলি দিয়া প্ৰতিশ্ৰুতি আওকাণ কৰি কিয় দিল্লীলৈ মতামত দিবৰ বাবে সংগঠনবোৰক মতা হৈছে? আনহাতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও পূৰ্বে এই কমিটিখনে অসমৰ ৰাইজৰ মতামত ল’বলৈ অসমলৈ আহিব বুলি প্ৰতিশ্ৰুতি দিছিল। সেই প্ৰতিশ্ৰুতিৰ কি হ’ল? অসমৰ এটা জ্বলন্ত সমস্যা সম্পৰ্কত সিদ্ধান্ত লোৱাৰ পূৰ্বে ৰাজ্যখনৰ নাগৰিকৰ মতামতক কৌশলেৰে এৰাই চলিব বিচৰা হৈছে নেকি বুলি সচেতন নাগৰিকসকলে প্ৰশ্ন কৰিছে।

উল্লেখযোগ্য যে কেন্দ্ৰৰ বিজেপিৰ চৰকাৰখনে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ জৰিয়তে চুবুৰীয়া ৰাষ্ট্ৰবোৰৰ পৰা ২০১৪ চন পৰ্য্যন্ত ভাৰতলৈ অহা ভগনীয়া হিন্দু লোকসকলক নাগৰিকত্ব দিয়াৰ কৌশল লৈছে, যিটোৱে অসমত থকা লাখ লাখ হিন্দু নাগৰিকক বৈধ নাগৰিকত পৰিণত কৰিব আৰু অসমৰ ভাষা-সংস্কৃতিৰ প্ৰতি এক ডাঙৰ ভাবুকি থিয় কৰাব। আনহাতে এই নাগৰিকত্ব বিধেয়ক গৃহীত হ’লে অসম চুক্তিৰ দেখদেখকৈ অৱমাননা হ’ব। কাৰণ অসম চুক্তিৰ মতে ১৯৭১ চনৰ ২৫ মাৰ্চ পিছত অহা সকলো বিদেশী নাগৰিকেই অবৈধ। ধৰ্মৰ বিচাৰত নাগৰিকৰ বৈধতা নিৰ্ণয়ৰ যি সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰখনে গ্ৰহণ কৰিবলৈ ওলাইছে সি অসম চুক্তিক অৰ্থহীন কৰি তুলিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd