• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নৱম শ্ৰেণীত অধ্যয়নৰত কন্যাৰ বিয়া : দৰা-মৌলবী- পিতৃৰ বিৰুদ্ধে সাংবাদিকৰ গোচৰ

মিণ্টু দাস by মিণ্টু দাস
July 14, 2018 11:06 am
child-marriage

প্রতিনিধিত্বমূলক ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাল্য বিবাহ, সমাজৰ বাবে বৰবিহ যদিও ৰাজ্যত আজিও অব্যাহত আছে।  চৰকাৰ, স্বেচ্ছাসেৱী অনুষ্ঠান আদিয়ে বাল্য বিবাহ ৰোধ কৰিবৰ বাবে চেষ্টা অব্যাহত ৰখাৰ সময়তে নগাঁও জিলাৰ বটদ্ৰৱাত এগৰাকী নৱম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীক বিয়া দিয়া কাৰ্যই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

উল্লেখ্য যে, ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত থকা বাল্য বিবাহৰ দৰে কু-প্ৰথাই সভ্য সমাজক চিন্তিত কৰাৰ সময়তে নগাঁৱত সাংবাদিকৰ তৎপৰতাত বাল্য বিবাহৰ কৱলত পৰা এগৰাকী কিশোৰীক সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

এজাহাৰ
সাংবাদিক দিলদাৰ হুছেইনে আৰক্ষী থানাত দিয়া এজাহাৰৰ প্ৰতিলিপি।

জানিব পৰা মতে, বৃহস্পতিবাৰে নিশা প্ৰায় ৯ বজাত জিলাখনৰ জাজৰি থানাৰ অন্তৰ্গত হাতীযুঁজোৱা নিবাসী ইন্নত আলীৰ ১৫ বছৰীয়া নাবালিকা কন্যাৰ সৈতে বটদ্ৰৱাৰ নিকটৱৰ্তী ছলাপথাৰৰ আব্দুল ছালামৰ পুত্ৰ আনজাৰুল ইছলামৰ  গোপনে বাল্য বিবাহ সম্পন্ন হোৱাৰ বিষয়ে গোপন সূত্ৰে জানিব পাৰে বটদ্ৰৱাৰ স্থানীয় সাংবাদিক দিলদাৰ হুছেইনে। তেওঁ লগে লগে সাংবাদিকগৰাকীয়ে এই সন্দৰ্ভত বটদ্ৰৱা আৰক্ষীক অৱগত কৰে৷

আনহাতে,আৰক্ষীয়ে বিষয়টো গুৰুত্ব সহকাৰে লৈ থানাৰ উপ-পৰিদৰ্শক মহেশ্বৰ শইকীয়াৰ নেতৃত্বত এটা আৰক্ষীৰ দলে নিশাই বিবাহ কাৰ্য সম্পন্ন হোৱা ছলপথাৰৰ আব্দুল ছালামৰ ঘৰত অভিযান চলায়। অভিযান কালত আৰক্ষীয়ে সাংবাদিক দিলদাৰ হুছেইন আৰু আমছুৰ ৰামপুৰ সত্ৰ আঞ্চলিকৰ সভাপতি নজৰুল ইছলামৰ সহযোগত আব্দুল ছালামৰ নিকট আত্মীয় নাচিৰ উদ্দিনৰ ঘৰৰ পৰা লুকৱাই থোৱা বাল্য বিবাহৰ কৱলত পৰা দুৰ্ভগীয়া নাবালিকাগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

অৱশ্যে আৰক্ষীৰ অভিযানৰ বিষয়ে আগতীয়াকৈ জানিব পাৰি দৰাৰ লগতে কন্যাৰ পিতৃ আৰু দৰা ঘৰৰ লোকসকলে আত্মগোপন কৰিবলৈ সক্ষম হয়। বাল্য বিবাহত বহিবলৈ বাধ্য কৰোৱা নাবালিকাগৰাকী নৱম মানৰ ছাত্ৰী আৰু ছাত্ৰীগৰাকীক জোৰ কৰি বিবাহ কাৰ্য সম্পন্ন কৰিছিল বুলি নাবালিকা ছাত্ৰীগৰাকীয়ে আৰক্ষীক অৱগত কৰাৰ কথা জানিব পৰা গৈছে।

ইফালে, ঘটনা সংক্ৰান্তত সাংবাদিক দিলদাৰ হুছেইনে বাল্য বিবাহৰ দৰে আইন বিৰোধী কাৰ্য সম্পন্ন কৰা মৌলবী জিয়াবুৰ ৰহমান, নাবালিকাগৰাকীৰ পিতৃ ইন্নচ আলী, দৰা আনজাৰুল ইছলাম আৰু দৰাৰ পিতৃ আব্দুল ছালামৰ বিৰুদ্ধে বটদ্ৰৱা থানাত এজাহাৰ দাখিল কৰে৷

সাংবাদিকজনৰ এজাহাৰৰ ওপৰত ভিত্তিত আৰক্ষীয়ে বাল্য বিবাহ প্ৰতিৰোধ আইনৰ অধীনত ভাৰতীয় দণ্ড বিধিৰ ৯নং ধাৰাত ১৮৬/১৮ নম্বৰত এটি গোচৰ পঞ্জীয়ন কৰি পলাতক অভিযুক্তসকলক কৰায়ত্ত কৰিবলৈ অভিযান অব্যাহত ৰাখিছে।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd