• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পঞ্চদশ বিত্ত আয়োগৰ সৈতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বৈঠক

এন ই নাও নিউজ by এন ই নাও নিউজ
April 26, 2018 8:48 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত পঞ্চদশ বিত্ত আয়োগৰ সৈতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এক বৈঠকত মিলিত হয়।

বৈঠকত ভাষণ প্ৰসংগত মুখ্য মন্ত্ৰী গৰাকীয়ে বিত্ত আয়োগক কয় যে ৰাজ্যখনৰ বাজেট ব্যয় ২০১৫-১৬ ৰ তুলনাত ২০১৭-১৮ বৰ্ষত বহু পৰিমাণে বৃদ্ধি পাইছে। ঠিক তেনেদৰে ৰাজ্যখনৰ মূলধনী ব্যয়ো পূৰ্বৰ তুলনাত বহু পৰিমাণে বৃদ্ধি পাইছে। ৰাজ্যখনৰ জি এছ টিৰ বাহিৰে ৰাজহ আহৰণো বিগত বৰ্ষ দুটাত বাৰ্ষিক হিচাপত প্ৰায় ২০ শতাংশলৈ বৃদ্ধি পাইছে।

লগতে মুখ্য মন্ত্ৰী গৰাকীয়ে ৰাজ্যখনে যাতে ক্ষতিৰ সন্মুখীন নহয় এই বিষয়টোৰ ওপৰতো বিশেষভাৱে নিৰীক্ষণ কৰিবলৈ বিত্ত আয়োগক আহ্বান জনায়।

বৈঠকতে আধ্যাত্মিক আৰু সাংস্কৃতিক পীঠস্থান নদী দ্বীপ মাজুলীৰ গৰাখহনীয়া সমস্যা এক ভয়াবহ সমস্যা বুলি উল্লেখ কৰে মুখ্য মন্ত্ৰী গৰাকীয়ে। লগতে কয় যে মাজুলী সুৰক্ষা নিশ্চিত কৰাৰ বাবে মথাউৰিক বৃত্তাকাৰ পথ হিচাপে গঢ় দিয়াৰ বাবে ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছে।

গতিকে এই প্ৰস্তাৱক বিশেষভাৱে গুৰুত্ব প্ৰদান কৰি ইয়াৰ যাৱতীয় অনুমোদনৰ ব্যৱস্থা ল’বলৈ মুখ্য মন্ত্ৰী গৰাকীয়ে বিত্ত আয়োগক আহ্বান জনাই।

তাৰোপৰি মুখ্য মন্ত্ৰী গৰাকীয়ে সাধাৰণ এলেকাৰ দৰে ষষ্ঠ অনুসূচীৰ এলেকা সমূহৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিবলৈ বিত্ত আয়োগক আহ্বান জনায়।

লগতে অসমৰ বাংলাদেশ আৰু ভূটানৰ সৈতে বৃহৎ দৈৰ্ঘ্যৰ আন্তৰ্জাতিক সীমান্তৰ কথা উল্লেখ কৰি মুখ্য মন্ত্ৰী গৰাকীয়ে বিত্ত আয়োগক উত্তৰ-পূৰ্বাঞ্চলৰ বাবে আন্তৰাজ্যিক সীমান্ত উন্নয়ন কাৰ্যসূচী গ্ৰহণ কৰাৰ বাবেও আহ্বান জনায়।

তাৰোপৰি মুখ্য মন্ত্ৰী গৰাকীয়ে কয় যে ৰাজ্যখনৰ আইন শৃংখলাজনিত পৰিস্থিতি বৰ্তমান শান্তিপূৰ্ণ যদিও ৰাজ্যখনে উগ্ৰপন্থী তথা মৌলবাদী কাৰ্য কলাপৰ দ্বাৰা আক্ৰান্ত হোৱাৰ সম্ভাৱনা আছে। গতিকে তেওঁ ৰাজ্যৰ পুলিচ প্ৰশাসনক শক্তিশালী আৰু আধুনীকৰণৰ বিশেষ প্ৰয়োজন আছে বুলি কয়।

গতিকে মুখ্য মন্ত্ৰী গৰাকীয়ে বিত্ত আয়োগৰ অনুমোদনাৱলীত ইয়াৰ বাবে পৰ্যাপ্ত পুঁজি ধাৰ্য কৰা হোৱা নাছিল বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰীয়ে এই দিশত যথোচিত গুৰুত্ব দিবলৈও আহ্বান জনায়।

আনহাতে মুখ্য মন্ত্ৰী গৰাকীয়ে মহিলাৰ বিপৰীতে শেহতীয়াভাৱে বৃদ্ধি হোৱা অপৰাধ ৰোধ কৰিবৰ বাবে ন্যায়িক ব্যৱস্থা আৰু আৰক্ষীৰ আন্তঃগঁথনি শক্তিশালী কৰাৰ বাবে পৰ্যাপ্ত পুঁজিৰ অনুমোদনৰ ব্যৱস্থা কৰিবলৈও আহ্বান জনায়।

বৈঠকত বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন কাৰ্যসূচী, আঁচনি সমূহৰ বিষয়ে আয়োগক অৱগত কৰে। লগতে বিভিন্ন বিভাগৰ উচ্চ পদস্থ বিষয়া সকলে নিজৰ নিজৰ বিভাগে গ্ৰহণ কৰা আঁচনি সম্বন্ধে আয়োগক অৱগত কৰে।

আনহাতে আজিৰ বৈঠকত পঞ্চদশ বিত্ত আয়োগৰ অধ্যক্ষ এন কে সিং, আয়োগৰ সদস্য শক্তিকান্ত দাস, অধ্যাপক ড০ অনুপ সিং, ড০ আশোক লাহিৰীকে ধৰি অন্যান্য সদস্য সকলে অংশ গ্ৰহণ কৰাৰ লগতে মুখ্য সচিব টি ৱাই দাসকে ধৰি ৰাজ্য চৰকাৰৰ বিভিন্ন দপ্তৰৰ মন্ত্ৰী বৰ্গ, উচ্চ পদস্থ বিষয়া সকল উপস্থিত আছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এইবাৰ ‘হাইড্ৰ’জেন বোমা ফুটালে ৰাহুলে গান্ধীয়েঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে ৰক্ষণাবেক্ষণ দিছে ভোট চোৰক!

এইবাৰ ‘হাইড্ৰ’জেন বোমা ফুটালে ৰাহুলে গান্ধীয়েঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে ৰক্ষণাবেক্ষণ দিছে ভোট চোৰক!

September 18, 2025 11:10 am
৭৫ বছৰ বয়সত মোদী, অৱসৰৰ জল্পনা-কল্পনা পুনৰ বাতৰিত! কি চলিছে বিজেপিৰ অভ্যন্তৰত?

৭৫ বছৰ বয়সত মোদী, অৱসৰৰ জল্পনা-কল্পনা পুনৰ বাতৰিত! কি চলিছে বিজেপিৰ অভ্যন্তৰত?

September 18, 2025 10:46 am
চৰম বিপৰ্যয়! গাজা চহৰত খাদ্য আৰু ইন্ধনৰ নাটনিৰ সতৰ্কবাণী ৰাষ্ট্ৰসংঘৰ

চৰম বিপৰ্যয়! গাজা চহৰত খাদ্য আৰু ইন্ধনৰ নাটনিৰ সতৰ্কবাণী ৰাষ্ট্ৰসংঘৰ

September 18, 2025 10:16 am
গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

September 18, 2025 9:07 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এইবাৰ ‘হাইড্ৰ’জেন বোমা ফুটালে ৰাহুলে গান্ধীয়েঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে ৰক্ষণাবেক্ষণ দিছে ভোট চোৰক!

এইবাৰ ‘হাইড্ৰ’জেন বোমা ফুটালে ৰাহুলে গান্ধীয়েঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে ৰক্ষণাবেক্ষণ দিছে ভোট চোৰক!

September 18, 2025 11:10 am
৭৫ বছৰ বয়সত মোদী, অৱসৰৰ জল্পনা-কল্পনা পুনৰ বাতৰিত! কি চলিছে বিজেপিৰ অভ্যন্তৰত?

৭৫ বছৰ বয়সত মোদী, অৱসৰৰ জল্পনা-কল্পনা পুনৰ বাতৰিত! কি চলিছে বিজেপিৰ অভ্যন্তৰত?

September 18, 2025 10:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd