• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পৃথক সীমান্ত নাগালেণ্ডৰ দাবী পূব নাগালেণ্ডৰ অন্তৰ্গত সাতটা সংগঠনৰ

ভদ্ৰ গগৈ by ভদ্ৰ গগৈ
July 6, 2018 7:58 pm
JNQTEJOHXTELQDYNNFXX_resize
106
VIEWS
Share on FacebookShare on Twitter

পূব নাগালেণ্ডৰ অন্তৰ্গত ৭টা কৈ নাগা সংগঠনে সুকীয়া সীমান্ত নাগালেণ্ডৰ দাবীত পুনৰ সৰৱ হৈ পৰিছে। ২০১২চনৰ ২৪ আগষ্টৰ সুকীয়া ৰাজ্যৰ দাবীৰ সৈতে কোনো আপোচ নকৰাৰ প্ৰস্তাৱৰ স্থিতিত অটল থাকি সংগঠনকেইটাই কয় যে সুকীয়া ৰাজ্যৰ ক্ষেত্ৰত কোনো আপোচ কৰা নহ’ব।

সংগঠনকেইটাই প্ৰকাশ কৰিছে যে ইষ্টাৰ্ন নাগালেণ্ড পীপল্‌ছ অৰ্গেনাইজেশ্যনৰ পৃষ্ঠপোষকতাত সুকীয়া বিধানসভাৰ অন্যথাই পূব নাগালেণ্ডৰ লোকসকল সন্তুষ্ট নহয়।

চলিত বৰ্ষৰ ৩ জুলাইত মন জিলাৰ প্ৰধান কাৰ্যালয়ত অনুষ্ঠিত যুটীয়া বৈঠকত পূব নাগালেণ্ডৰ ৭টা সংগঠন- চাং খুলেই ছেটশ্বাং, খিয়ামনিউংগান ট্ৰাইবেল কাউঞ্চিল, কনিয়াক য়ুনিয়ন, ফোম পীপল্‌ছ কাউঞ্চিল, য়ুনাইটেড ছাংটাম লিখম পুমজি, য়িমচুংগাৰ ট্ৰাইবেল কাউঞ্চিল, ইষ্টাৰ্ন নাগালেণ্ড পীপল্‌ছ অৰ্গেনাইজেশ্যন আৰু ইষ্টাৰ্ন নাগালেণ্ড ষ্টুডেণ্টছ য়ুনিয়নে যোগদান কৰে।

সংগঠনসমূহৰ সভাপতিসকলৰ দ্বাৰা স্বাক্ষৰিত যুটীয়া বিজ্ঞপ্তিটোত কোৱা হৈছে যে কোনো সংগঠন বা ব্যক্তিয়ে এটা শক্তিশালী প্ৰস্তাব মৰ্মে আন্দোলনটোৰ (বাহিৰ বা ভিতৰৰ পপৰা) ক্ষতি হ’ব পৰা কাম কৰিলে বা ইষ্টাৰ্ন নাগালেণ্ড পীপল্‌ছ অৰ্গেনাইজেশ্যন নেতাসকল বা জনজাতীয় আৰু আগশাৰীৰ সংগঠনসমূহৰ নেতাসকলক কোনো ব্যক্তি বা সংগঠনে যিকোনো প্ৰকাৰে ভাবুকি প্ৰদান কৰাটো পূব নাগালেণ্ডৰ জনসাধাৰণে কেতিয়াও সহ্য নকৰে আৰু ইয়াৰ বিৰূদ্ধে উপযুক্ত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব।

Recent News

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd