• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰতিবাদকাৰী নিহত হোৱা ঘটনাৰ বাবে দৰঙৰ উপায়ুক্তই ঘোষণা কৰিলে তদন্ত

ময়ুখ গোস্বামী by ময়ুখ গোস্বামী
January 10, 2018 5:36 pm
প্ৰতিবাদকাৰীৰ থানা ঘেৰাও
84
VIEWS
Share on FacebookShare on Twitter

দৰং জিলাৰ ধুলা অঞ্চলত সৃষ্টি হোৱা উত্তেজনাময় পৰিৱেশৰ পিছত আৰক্ষীৰ গুলীত এজন লোক নিহত হোৱাৰ লগতে দুজনলোক আহত হৈছিল। এই ঘটনা সংঘটিত হোৱাৰ ঠিক পিছতে জিলা উপায়ুক্ত অশোক কুমাক বৰ্মনে ঘটনা সন্দৰ্ভত মেজিস্ট্ৰেট পৰ্যায়ৰ তদন্তৰ ঘোষণা কৰিছে। উপায়ুক্তগৰাকীয়ে এই কথা ঘোষণা কৰি কয় যে অতিৰিক্ত উপায়ুক্তই ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিব আৰু পোন্ধৰ দিনৰ ভিতৰত এখন প্ৰতিবেদন দাখিল কৰিব।

উল্লেখযোগ্য যে দৰং জিলাৰ আৰক্ষী জিম্মাত এজন শ্ৰমিকৰ মৃত্যক কেন্দ্ৰ কৰি জিলাখনৰ ধুলাত আজি এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। উত্তেজিত ৰাইজে ধুলা আৰক্ষী থানা ঘেৰাও কৰি লাহে লাহে থানাত আক্ৰমণ কৰা বাতৰিও লাভ কৰা গৈছিল। পিছত পৰিস্থিতিয়ে ভয়ংকৰ ৰূপ লোৱাত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে গুলীচালনা কৰিবলৈ লয়। আৰু শেহতীয়াকৈ আমালৈ অহা খবৰ অনুসৰি এই গুলীচালনাত এজন লোকে প্ৰাণ হেৰুৱাইছে। মৃত লোকজন ময়দুল ইছলাম(২৮)বুলি জানিব পৰা গৈছে। আনহাতে উক্ত গুলীচালনাতে মুস্তাফা আলি(৪০) আৰু গুল ৰেহেনা(১৮) নামৰ লোকদুজন গুৰুতৰ ভাবে আহত হোৱাৰ খবৰ লাভ কৰা গৈছে।

ইয়াৰ উপৰি ঘটনা সন্দৰ্ভত ৰাজ্যৰ আৰক্ষী বিভাগে তৎকালীনভাৱে কাৰ্য্যকৰী হোৱাকৈ থানাখনৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জিত হাজৰিকাক নিলম্বন কৰিছে।

Recent News

হংকঙ, ছিংগাপুৰত পুনৰ কৰ’নাৰ সংক্ৰমণ, বহু জনৰ মৃত্যু, হাস্পাতালত বাঢ়িছে ভিৰ; ভাৰতত কি পৰিস্থিতি?

হংকঙ, ছিংগাপুৰত পুনৰ কৰ’নাৰ সংক্ৰমণ, বহু জনৰ মৃত্যু, হাস্পাতালত বাঢ়িছে ভিৰ; ভাৰতত কি পৰিস্থিতি?

ৰুছ-ইউক্ৰেইন যুদ্ধ : অন্ত পৰিল প্ৰথম শান্তি আলোচনাৰ : সিদ্ধান্ত কি ?

ৰুছ-ইউক্ৰেইন যুদ্ধ : অন্ত পৰিল প্ৰথম শান্তি আলোচনাৰ : সিদ্ধান্ত কি ?

আমেৰিকাৰ ফাৰ্ষ্ট লেডী মেলানিয়া ট্ৰাম্পৰ স্লোভেনিয়াত থকা ব্ৰঞ্জৰ মূৰ্তি অন্তৰ্ধান, তদন্ত আৰক্ষীৰ

আমেৰিকাৰ ফাৰ্ষ্ট লেডী মেলানিয়া ট্ৰাম্পৰ স্লোভেনিয়াত থকা ব্ৰঞ্জৰ মূৰ্তি অন্তৰ্ধান, তদন্ত আৰক্ষীৰ

স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে বিজুলী বাতি জ্বলিল ছত্তীশগড়ৰ ১৭ খনকৈ গাঁৱত

স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে বিজুলী বাতি জ্বলিল ছত্তীশগড়ৰ ১৭ খনকৈ গাঁৱত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd