• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পৰৱৰ্তী বিধানসভা নিৰ্বাচনতো জেলিয়াঙেই হ’ব এনপিএফৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী

এন ই নাও নিউজ by এন ই নাও নিউজ
December 19, 2017 7:40 am
t r zeliang
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগালেণ্ডৰ অহা ২০১৮ ত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনত শাসনাধীস্থ এনপিএফ দলে ইয়াৰ সভাপতি ড০ সুৰহোজেলি লাইজিয়েটছুৰ নেতৃত্বত টি আৰ জেলিয়াঙক মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে লৈ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব বুলি বিধায়িনী দলৰ সভাত এক প্ৰস্তাৱ গ্ৰহণ কৰিছে।

সোমবাৰে কোহিমাৰ ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত এন পিএফ বিধায়িনী দলৰ এক বৈঠকত বিধায়িনী দলে পাঁচটা প্ৰস্তাৱ গ্ৰহণ কৰে। নগা জনসাধাৰণৰ আশা আকাঙ্খা সন্মুখত ৰাখি নাগালেণ্ডৰ সমস্যাসমূহ সমাধানৰ পথ সুৰক্ষিত কৰাৰ স্বাৰ্থত আগতীয়াকৈ গ্ৰহণ কৰা প্ৰস্তাৱত কোৱা হৈছে যে দলে ইয়াৰ বৰ্তমান নেতৃত্বৰ অধীনতে এক সুস্থ বাতাবৰণ ৰচনা কৰিবলৈ সক্ষম হৈছে আৰু দলটোৰ বাবেও বুজাবুজি আৰু সন্তুলন ৰক্ষা কৰা হৈছে। ইয়াত কোৱা হৈছে যে বুজাবুজিৰ এই প্ৰক্ৰিয়াটো আগবঢ়াই নিয়াৰ উদ্দেশ্য হৈছে ভাৰত চৰকাৰৰ সৈতে এনএছচিএন(আইএম) আৰু ছটা নগা জাতীয় গোটৰ চলি থকা আলোচনাৰ মাজেৰে নগা ৰাজনৈতিক সমস্যাটোৰ এটা সৰ্বসন্মত গ্ৰহণযোগ্য আৰু সন্মানজনক সমাধানৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱা।

বিধায়িনী দলে ইয়াৰ কিছুমান সদস্যৰ বিৰুদ্ধে লোৱা নিলম্বন তথা অপসাৰণৰ লগতে আদালত, নিৰ্বাচন আয়োগ আৰু নাগালেণ্ড বিধানসভাৰ অধ্যক্ষৰ কাৰ্যালয়ত পৰি থকা গোচৰসমূহ প্ৰত্যাহাৰ কৰাৰ বাবে লোৱা সিদ্ধান্তক আদৰণি জনাইছে।

বিধায়িনী দলে লগতে বুজাবুজিৰ প্ৰক্ৰিয়াটোত দৃঢ়তাৰে ঐক্যবদ্ধ হৈ থকাৰ পোষকতা কৰে যাতে ৰাজ্যখনত এটা সুস্থিৰ বাতাবৰণ গঢ়ি উঠে আৰু নগা ৰাজনৈতিক সমস্যাটোৰ আশু সমাধান সম্ভৱ হৈ উঠে।

ইয়াৰ লগতে এনপিএফ বিধায়িনী দলে ড০ সুৰহোজেলি লাইজিটছু আৰু টি আৰ জেলিয়াঙৰ নেতৃত্বৰ ওপৰত থকা আস্থা আৰু বিশ্বাস ব্যক্ত কৰি দুয়োজন নেতাৰ সৈতে কাম কৰি যোৱাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰে।

প্ৰতিজন সদস্যই সমৰ্থন উক্ত পাঁচটা প্ৰস্তাৱ সৰ্বসন্মতিক্ৰমে গৃহিত হয়।

ইয়াৰ মাজতে ডেম’ক্ৰেটিক এলায়েন্স অফ নাগালেণ্ড (ডিএএন)ৰ সোমবাৰে কোহিমাৰ ৰাজ্যিক অতিথিশালাত হোৱা এখন বৈঠকত এপিএফ দলত হোৱা মতানৈক্য অঁতৰোৱাৰ প্ৰচেষ্টাটোৰ শলাগ লোৱা হয়। ই লগতে এনপিএফ বিধায়িনী দলে সেইদিনাই গ্ৰহণ কৰা পাঁচ প্ৰস্তাৱৰ বিষয়ে আলোচনা কৰি ইয়াৰ প্ৰশংসা কৰে।

ডিএএন বিধায়িনী দলে অহা বছৰৰ প্ৰাৰম্ভতে অনুষ্ঠিত হ’বলগীয়া ৰাজ্য বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে ভাৰত চৰকাৰ আৰু এনএছচিএন (আইএম) তথা ছটা নগা জাতীয় ৰাজনৈতিক গোটৰ মাজত চলি থকা নগা ৰাজনৈতিক সমস্যাটোৰ আলোচনাৰ এক সু-সমাধানৰ বাবে আহ্বান জনায়।

তদুপৰি, বৈঠকত ডিএএন দলৰ সকলো সদস্যকে অহা নিৰ্বাচনত ডিএএনৰ অধ্যক্ষ ড০ সুৰহোজেলিৰ নেতৃত্বত আৰু টি আৰ জেলিয়াঙক মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে সমৰ্থন জনাই ঐক্যবদ্ধভাৱে নিৰ্বাচনত অৱতীৰ্ণ হৈ পুনৰ শাসনলৈ ঘুৰি অহাৰ বাবে প্ৰচেষ্টা চলাবলৈ আহ্বান জনায়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কৈশোৰ কালত সন্তানক কিমান স্বাধীনতা দিব লাগে? অভিভাৱকসকলৰ বাবে কিছু কিটিপ

কৈশোৰ কালত সন্তানক কিমান স্বাধীনতা দিব লাগে? অভিভাৱকসকলৰ বাবে কিছু কিটিপ

August 17, 2025 7:30 am
পাৰ্লাৰলৈ যাবলৈ সময় নাই নেকি? ঘৰতে কেনেকৈ ধুনীয়া নখ পাব পাৰি জানো আহক

পাৰ্লাৰলৈ যাবলৈ সময় নাই নেকি? ঘৰতে কেনেকৈ ধুনীয়া নখ পাব পাৰি জানো আহক

August 17, 2025 6:30 am
ভুৱা ভোটাৰ বিতৰ্ক: ৰাহু গান্ধীৰ পদযাত্ৰাৰ আৰম্ভণিৰ দিনাই নিৰ্বাচন আয়োগৰ সংবাদমেল আয়োজন

ভুৱা ভোটাৰ বিতৰ্ক: ৰাহু গান্ধীৰ পদযাত্ৰাৰ আৰম্ভণিৰ দিনাই নিৰ্বাচন আয়োগৰ সংবাদমেল আয়োজন

August 16, 2025 9:30 pm
ৰাজ্যপাল-ৰাষ্ট্ৰপতিৰ ক্ষমতাৰ ওপৰত ন্যায়পালিকাৰ হস্তক্ষেপ! সাংবিধানিক সংকটৰ আশংকা কেন্দ্ৰৰ

ৰাজ্যপাল-ৰাষ্ট্ৰপতিৰ ক্ষমতাৰ ওপৰত ন্যায়পালিকাৰ হস্তক্ষেপ! সাংবিধানিক সংকটৰ আশংকা কেন্দ্ৰৰ

August 16, 2025 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৈশোৰ কালত সন্তানক কিমান স্বাধীনতা দিব লাগে? অভিভাৱকসকলৰ বাবে কিছু কিটিপ

কৈশোৰ কালত সন্তানক কিমান স্বাধীনতা দিব লাগে? অভিভাৱকসকলৰ বাবে কিছু কিটিপ

August 17, 2025 7:30 am
পাৰ্লাৰলৈ যাবলৈ সময় নাই নেকি? ঘৰতে কেনেকৈ ধুনীয়া নখ পাব পাৰি জানো আহক

পাৰ্লাৰলৈ যাবলৈ সময় নাই নেকি? ঘৰতে কেনেকৈ ধুনীয়া নখ পাব পাৰি জানো আহক

August 17, 2025 6:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd