কালি বাক্সা জিলাৰ ককলাবাৰীত গাওঁবাসীয়ে এটা খটীয়া পহু উদ্ধাৰ কৰে। নাদত পৰি থকা পহুটো কেইবা ঠাইতো আঘাতপ্ৰাপ্ত হয়। গাওঁবাসীৰ পৰা পহুটোৰ অৱস্থানৰ খবৰ পোৱাৰ পিছতে বন বিভাগৰ লোক আৰু মানস মাওজিগেন্দ্ৰি ইক’-টুৰিজমৰ সদস্য উপস্থিত হয় আৰু পহুটো উদ্ধাৰ কৰে। আঘাতপ্ৰাপ্ত পহুটোৰ বৰ্তমান চিকিৎসা চলাই থকা হৈছে। সুস্থ হোৱাৰ পিছত পহুটোক মানস ৰাষ্ট্ৰীয় উদ্যানত এৰি দিব বুলি বন বিভাগৰ লোকে জনাইছে।
বাক্সাত খটীয়া পহু উদ্ধাৰ
-
By NE NOW NEWS
- Categories: অসম
Related Content
প্ৰেমৰ ভয়ানক পৰিভাষা! ধেমালিয়েই হ’ল কাল; প্ৰেমিকাৰ ছলনাত পৰি সৰ্বনাশ মাতিলে প্ৰেমিকে
By
এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :
May 21, 2024 12:24 pm
উদ্বিগ্ন অভিভাৱক! সন্তানে ফোনটো এৰিবই নিবিচাৰে? চাওক কেনেকৈ দূৰ কৰিব সন্তানৰ মোবাইলৰ আসক্তি
By
এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :
May 21, 2024 11:03 am
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশলৈ উন্নীত ন্যায়াধীশ এছ পি খাউণ্ড আৰু মিতালী ঠাকুৰীয়া
By
এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :
May 21, 2024 9:42 am
বিদ্যুৎ বিভাগৰ গাফিলতি : বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু চাৰিটাকৈ দুষ্প্ৰাপ্য শিয়ালৰ
By
এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :
May 21, 2024 8:49 am
পুৰীৰ বিজেপি প্ৰাৰ্থী সম্বিত পাত্ৰৰ ‘জিভা পিছলিল’! জগন্নাথ-মোডীৰ বিতৰ্কিত মন্তব্যকলৈ সৰৱ বিৰোধী
By
এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :
May 21, 2024 7:58 am
ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থী
By
এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :
May 21, 2024 7:01 am