• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

কিদৰে হাত সাৰিব হাৰ্ট এটেকৰ পৰা? হৃদৰোগী সকলে কিদৰে যত্ন ল’ব স্বাস্থ্যৰ?

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
December 21, 2024 3:10 pm
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হৃদতন্ত্ৰৰ ৰোগ আজিকালি তেনেই সুলভ হৈ আহিছে। ইয়াৰ বাবে মূলতঃ জীৱনশৈলীয়েই দায়ী। গতিকে, ভাল জীৱনশৈলী গঢ়ি নুতুলিলে আৰু চিকিৎসা নকৰিলে ই মাৰাত্মক হৈ উঠিব পাৰে।

হৃদৰোগী সকলে কেনেদৰে নিজৰ যত্ন ল’ব লাগে জানি লওঁ আহক –

Apply Now

১. চিকিৎসাৰ পৰামৰ্শ অনুসৰণ কৰক : সদায় চিকিৎসকৰ নিৰ্দেশনা অনুসৰি ঔষধ গ্ৰহণ কৰক।  আপোনাৰ চিকিৎসাৰ বাবে নিয়মিতভাৱে কাৰ্ডিঅ’লজিষ্টৰ ওচৰলৈ যাওক। নিয়মত স্বাস্থ্য পৰীক্ষা কৰাওক।

২. হৃদযন্ত্ৰৰ বাবে স্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰক : ফলমূল আৰু শাক-পাচলি বেছিকৈ খাওক। পৰিশোধিত শস্যৰ ঠাইত ব্ৰাউন ৰাইচ, অটছৰ দৰে গোটা শস্য খাদ্যৰ তালিকাত ৰাখক। আপোনাৰ খাদ্যত মাছ, হাঁহ-কুকুৰা, বীন, আৰু বাদাম অন্তৰ্ভুক্ত কৰক।  অস্বাস্থ্যকৰ চৰ্বি সীমিত কৰক। অলিভ অইলৰ দৰে স্বাস্থ্যসন্মত চৰ্বি বাছি লওক।

অত্যধিক ছডিয়ামে ৰক্তচাপ বৃদ্ধি কৰিব পাৰে। সেয়ে নিমখ কমকৈ খাওক।

হৃদৰোগী সকলে প্ৰচুৰ পৰিমাণে পানী খাব লাগে আৰু চেনিযুক্ত পানীয় খোৱাৰ পৰা বিৰত থাকিব লাগে।

৩. ওজন বজাই ৰাখক :  অতিৰিক্ত ওজনৰ বাবে হৃদযন্ত্ৰৰ ৰোগ হ’ব পাৰে। গতিকে সুষম খাদ্য আৰু নিয়মীয়া ব্যায়ামে ওজন বজাই ৰখাত সহায় কৰিব পাৰে।

৪. নিয়মিতভাৱে ব্যায়াম : প্ৰথমে চিকিৎসকৰ পৰামৰ্শ লওক। চিকিৎসকৰ পৰামৰ্শ অনুসৰি ব্যায়ামৰ কাৰ্যসূচী বাচনি কৰক।  খোজ কঢ়া, সাঁতোৰ, বা যোগাসন হৃদৰোগৰ বাবে উপকাৰী। প্ৰত্যেক দিনাই অন্ততঃ ৩০ মিনিট মধ্যমীয়া ব্যায়াম কৰক।

৫. মানসিক চাপ : ধ্যান, গভীৰ উশাহ-নিশাহ আদিয়ে মানসিক চাপ সন্তুলন কৰে। মানসিক চাপে হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে।

৬. ধূমপান বন্ধ কৰক আৰু মদ্যপান সীমিত কৰক :  ধূমপান বন্ধ কৰক। ধূমপান হৃদতন্ত্ৰৰ বাবে অতি ক্ষতিকাৰী। লগতে, মদ্যপান সীমিত কৰক। যথাসম্ভৱ মদৰ পৰা আঁতৰত থাকক।

৭. ৰক্তচাপ আৰু মধুমেহ নিয়ন্ত্ৰণত ৰাখক : ৰক্তচাপ আৰু মধুমেহৰ লগত হৃদতন্ত্ৰৰ ৰোগৰ সম্পৰ্ক আছে। গতিকে ঔষধ, প্ৰয়োজনীয় জীৱনশৈলীৰ দ্বাৰা ৰক্তচাপ আৰু মধুমেহ নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰক।

৮. পৰ্যাপ্ত টোপনি : অপাৰ্যপ্ত টোপনিয়ে হৃদতন্ত্ৰৰ ক্ষতি কৰে। গতিকে, ৮/৯ ঘন্টা টোপনি যাবলৈ চেষ্টা কৰক।

হাৰ্ট এটেকৰ লক্ষণসমূহ জানি লওক –

 – বুকুৰ বিষ বা অস্বস্তি।

 – উশাহ চুটি হোৱা।

 – মূৰ ঘূৰোৱা বা পাতল যেন লগা।

 – অস্পষ্ট ভাগৰ।

এইবোৰ লক্ষণে দেখা দিলে তৎক্ষণাত চিকিৎসকৰ কাষ চাপক।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

October 6, 2026 11:35 am
সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

October 6, 2026 10:34 am
নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

October 6, 2026 9:44 am
বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

October 6, 2026 8:49 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

October 6, 2026 11:35 am
সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

October 6, 2026 10:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd