• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাশবাৰী বৰাইবাৰী গাঁওত হাতীৰ গচকত প্ৰাণ গ’ল ছাত্ৰৰ

মুকেশ কুমাৰ সিং by মুকেশ কুমাৰ সিং
May 31, 2018 9:02 am
angry elephant
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মঙলবাৰে নিশা বিটিএডিৰ পৰ্বতঝোৰা ফৰেষ্ট ডিভিজনৰ অন্তৰ্গত বাশবাৰীৰ ওচৰত হাতীৰ গচকত এজন ১২ বছৰীয়া ছাত্ৰৰ প্ৰাণ গৈছে।

ঘটনাৰ বিৱৰণি মতে, যোৱা নিশা এটা হাতীৰ জাক বাশবাৰী বৰাইবাৰী গাঁওলৈ সোমাই আহোতে হাতীৰ গচকত এই ছাত্ৰজনৰ মৃত্যু হয়।বাশবাৰী বৰাইবাৰী গাঁও ধুবুৰী জিলা সদৰৰ পৰা প্ৰায় ২৫ কি:ই মি: নিলগত অৱস্থিত।

মৃত ছাত্ৰজনক বন্ধু ৰাম ব্ৰহ্ম বুলি চিনাক্ত কৰা হৈছে। তেওঁ বাশবাৰী হাইস্কুলৰ সপ্তম শ্ৰেণীত পঢ়ি আছিল।

বিগত কেইসপ্তাহমানৰ পৰা হাবিৰ কাষত থকা মানুহৰ বসতিস্থানত বনৰীয়া হাতীৰ উপস্থিতিয়ে মানুহক ভীতিগ্ৰস্ত কৰি ৰাখিছে।

গাঁওবাসীসকলে কৈছে যে এই বনৰীয়া হাতীৰ জাকটোৱে ইতিমধ্যে বাশবাৰী বৰাইবাৰী এলেকাৰ শস্য পথাৰৰ ব্যাপক ক্ষতি কৰিছে আৰু সকলো কথা অৱগত কৰোৱা সত্তেও বন বিভাগৰ লোকসকলে নিৰৱ দৰ্শকৰ ভূমিকা পালন কৰি আছে।

পৰ্বতঝোৰাৰ ডি এফ অ’ এ সুন্দৰে কৈছে যে বিগত ৪০ বছৰৰ ভিতৰত এই প্ৰথমবাৰৰ বাবে এই এলেকাত হাতীৰ জাক দেখা পোৱা গৈছে। জাকটোত ২-৩টা হাতী আছে আৰু সিঁহত কোকৰাঝাৰ জিলাৰ গোসাইগাঁওৰ কচুগাঁও ফৰেষ্ট ডিভিজনৰ পৰা আহিছে বুলি ভৱা হৈছে।।

হাতীৰ গচকত ছাত্ৰজনৰ মৃত্যুৰ বাতৰি লাভ কৰিয়েই বুধবাৰে পুৱা বন বিভাগৰ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হৈ ছাত্ৰজনৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়ত লৈ যোৱাৰ যাৱতীয় ব্যৱস্থা কৰে।

মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পাছত আৰু আৰক্ষীৰ প্ৰতিৱেদন লাভ কৰাৰ পাছতহে ক্ষতিপূৰণৰ ধন আদায় দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব বুলি ডি এফ অ’গৰাকীয়ে জনাইছে।

বন বিভাগৰ লোকসকলে গাঁওবাসীসকলক হাতী অধ্যূষিত এলেকাতঘূৰা-ফিৰা নকৰিবলৈ সাৱধান কৰি দিছে।

ডি এফ অ’গৰাকীয়ে গৈছে যে গাঁওবাসীসকলক হাতীৰ ওচৰলৈ যোৱাত বাধা দিবলৈ লগতে ওচৰত হাতী দেখিলে বন বিভাগক খবৰ দিবলৈ গাঁওবুঢ়াক জাননী দিছে। তেওঁ আৰু কৈছে যে তেওঁলোকে এতিয়া হাতীৰ জাকটোক অনুসৰণ কৰি আছে আৰু হাতীয়ে যাতে পুনৰ মানুহৰ ওপৰত আক্ৰমণ নকৰে তাৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব।

মুকেশ কুমাৰ সিং

মুকেশ কুমাৰ সিং

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd