• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিপিএফৰ মণ্ডল সমিতিয়ে প্ৰস্তুত কৰা কেলেণ্ডাৰত তাৰিখৰ বিসংগতি

চাজিদ খান by চাজিদ খান
February 5, 2018 9:31 am
BPF-calendar-2018
74
VIEWS
Share on FacebookShare on Twitter

বড়োলেণ্ড পিপল’ছ ফ্ৰণ্ট চমুকৈ বিপিএফৰ লগতে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ ছবি সম্বলিত এখন ২০১৮ বৰ্ষৰ তাৰিখৰ বিসংগতি থকা কেলেণ্ডাৰ প্ৰস্তুত কৰি উলিয়াইছে ওদালগুৰি জিলাৰ নোনাই ছাৰফাং মণ্ডল সমিতিয়ে।

কেলেণ্ডাৰখনত ফেব্ৰুৱাৰি মাহটো আমি জনাৰ দৰে ২৮ দিন বা ২৯ দিনৰ নহয় একেবাৰে ৩১ দিনীয়া।

বিপিএফ দলৰ ওদালগুৰি জিলাৰ নোনাই ছাৰফাং মণ্ডল সমিতিয়ে দেখুওৱা এনে কাণ্ডজ্ঞানহীনতা তথা তাৰিখৰ বিসংগতি থকা কেলেণ্ডাৰ প্ৰস্তুত কৰাৰ বাবে এতিয়া চকু কপালত উঠিছে সৰ্বসাধাৰণ ৰাইজৰ।

উল্লেখ্য যে এই বছৰৰ ফেব্ৰুৱাৰি মাহটো ২৮ দিনীয়া। কিন্তু ২৮ দিনৰ পৰিৱৰ্তে নোনাই ছাৰফাং মণ্ডল সমিতিয়ে ফেব্ৰুৱাৰি মাহটো কৰিলে ২৯, ৩০ আৰু ৩১ৰ।

এনেধৰণৰ সীমিত জ্ঞানৰ পৰিচয় দাঙি ধৰি একাংশ বিপিএফ কৰ্মীয়ে বিপিএফৰ লগতে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীক অপমান কৰাৰ দৰে পৰিলক্ষিত হ’ল।

ইয়াৰ উপৰি এনে কাণ্ডজ্ঞানহীনতাৰ বাবে বিপিএফক সমগ্ৰ ৰাজ্যৰে সচেতন লোকে সমালোচনা কৰাৰ লগতে ছ’চিয়েল মিডিয়াটো ব্যাপক সমালোচনা হোৱা দেখা গৈছে।

এই ভূলৰ বাবে বিটিচি অঞ্চলৰ লোকসকলে বিপিএফক সমালোচনা কৰাৰ লগতে উপহাস কৰাও পৰিলক্ষিত হৈছে।

নৰ্থ-ইষ্ট নাওে এই সম্বন্ধত নোনাই ছাৰফাং মণ্ডল সমিতিৰ সভাপতি ৰঞ্জিত ডেকাৰ লগত যোগাযোগ সম্পৰ্ক কৰাত তেওঁ জানিবলৈ দিয়ে যে এই বছৰত মুঠ ৫০০০ খন কেলেণ্ডাৰ মুদ্ৰণৰ বাবে দিয়া হৈছিল।

‘৫০০০ কেলেণ্ডাৰৰ ভিতৰত আমি ইতিমধ্যে এইপৰ্যন্ত ২০০০ খন বিলাই দিছো। কিন্তু যেতিয়াই এই ভূল ধৰা পৰে লগে লগে আমি কেলেণ্ডাৰ বিতৰণ কৰাৰ পৰা বিৰত থাকো আৰু বাকী কেলেণ্ডাৰ সমূহৰো মুদ্ৰণ বন্ধ কৰিছো’, এইদৰে আমাৰ আগত মন্তব্য কৰে সভাপতি ডেকাই।

ইয়াৰ লগতে তেওঁ কয় যে তেওঁলোকৰ ভূলৰ বাবে নোনাই ছাৰফাং মণ্ডল সমিতিয়ে অতি শীঘ্ৰে তেওঁলোকে অজ্ঞাতে কৰা ভূলৰ বাবে ক্ষমা বিচাৰি সংবাদ মাধ্যম সমূহলৈ স্পষ্টীকৰণ দিব ।

Recent News

মহিলাসকলৰ ডিম্বাশয়ৰ কৰ্কট ৰোগ: জানো আহোক ৰোগৰ কাৰণ, লক্ষণ আৰু প্ৰাৰম্ভিক চিনাক্তকৰণ প্ৰক্ৰিয়াৰ বিষয়ে…

মহিলাসকলৰ ডিম্বাশয়ৰ কৰ্কট ৰোগ: জানো আহোক ৰোগৰ কাৰণ, লক্ষণ আৰু প্ৰাৰম্ভিক চিনাক্তকৰণ প্ৰক্ৰিয়াৰ বিষয়ে…

যুদ্ধ এটা ৰোমাণ্টিক বিষয় নতুবা বলীউডৰ ছবি নহয়: প্ৰাক্তন সেনা প্ৰধান নৰৱাণ

যুদ্ধ এটা ৰোমাণ্টিক বিষয় নতুবা বলীউডৰ ছবি নহয়: প্ৰাক্তন সেনা প্ৰধান নৰৱাণ

এটাও ভোট নাপালে বঙাইগাঁৱত পঞ্চায়তৰ এইজন প্ৰাৰ্থীয়ে

এটাও ভোট নাপালে বঙাইগাঁৱত পঞ্চায়তৰ এইজন প্ৰাৰ্থীয়ে

ভাৰত-পাকিস্তানৰ ডিজিএমঅ’ৰ বৈঠক! কি স্থিতি সিন্ধু জল সন্ধিৰ?

ভাৰত-পাকিস্তানৰ ডিজিএমঅ’ৰ বৈঠক! কি স্থিতি সিন্ধু জল সন্ধিৰ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd