• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিশিষ্ট চিত্ৰশিল্পী ধ্ৰুৱ ডেকাৰ আকস্মিক মৃত্যু

এন ই নাও নিউজ ব্যুৰো by এন ই নাও নিউজ ব্যুৰো
December 7, 2017 11:22 am
120
VIEWS
Share on FacebookShare on Twitter

অসমবাসীয়ে হেৰুৱালে এগৰাকী বিশিষ্ট চিত্ৰশিল্পী তথা আৰ্টিষ্টছ গীল্ডৰ সভাপতি ধ্ৰুৱ ডেকাক। বিয়লি ৪.২০ বজাত গুৱাহাটীৰ ব্যক্তিগত নেমকেয়াৰ হাস্পতালত শিল্পী গৰাকীৰ দেহাৱসান ঘটে। শিল্পী গৰাকী যোৱা এসপ্তাহ ধৰি অসুস্থ হৈ থকা বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে। মৃত্যুৰ সময়ত শিল্পী গৰাকীৰ বয়স আছিল ৬৭ বছৰ। যোৱা সপ্তাহত মাজুলীত অনুষ্ঠিত আৰ্টিষ্টছ গীল্ডৰ বাৰ্ষিক চিত্ৰ প্ৰদৰ্শনীত অংশগ্ৰহন কৰাৰ পিচতে অসুস্থ হৈ পৰিছিল বিশিষ্ট চিত্ৰশিল্পী গৰাকী। ততাতৈয়াকৈ যোৰহাটৰ চিভিল হাস্পতালত ভৰ্তি কৰায় আৰু পিচত উন্নত চিকিৎসাৰ বাবে যোৰহাটৰ চিকিৎসালয়ত ভৰ্তি কৰে। পৰৱৰ্তী সময়ত চিকিৎসকে ডেংগিত আক্ৰান্ত বুলি জানিবলৈ দিয়ে। যোৱা ৪ ডিচেম্বৰত গুৱাহাটীৰ চানমাৰিস্থিত বাসগৃহত হঠাৎ  পুনৰ অসুস্থ হৈ পৰাত পৰিয়ালৰ লোকে তেওঁক নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰায়। কিন্তু কালি বিয়লি তেওঁ সকলোকে কন্দুৱাই ইহসংসাৰৰ পৰা বিদায় মাগে। ধ্ৰুৱ ডেকাৰ মৃত্যু ৰাজ্যৰ সাংস্কৃতিক তথা শিল্পক্ষেত্ৰৰ বাবে এক অপূৰণীয় ক্ষতি। ১৯৫০ চনত জন্ম গ্ৰহন কৰা শিল্পীগৰাকী নিজৰ কৰ্মজীৱনত বহুতো সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছিল। ১৯৭৬ চনৰ ১১ জুলাইত প্ৰতিষ্ঠা লাভ কৰা আৰ্টিষ্টছ গীল্ডৰ আছিল তেওঁ অন্যতম প্ৰতিষ্ঠাপক। চানমাৰিৰ নিজ বাসগৃহতে ধ্ৰুপদ নামেৰে এখন স্কুল খুলি জীৱিকা অৰ্জন কৰিছিল। নিজৰ জীৱন চিত্ৰ কৰ্মত উৎসৰ্গা কৰা শিল্পীগৰাকীৰ মৃত্যুৱে শিল্পীসমাজক শোকাস্তব্ধ কৰিছে। গুৱাহাটী ছাত্ৰ সন্থাৰ পুষ্প সজ্জিত বাহনেৰে তেওঁৰ শৱদেহ আৰ্টিষ্টছ গীল্ডত আনি শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে। তাৰ পিচত পৰিয়াল তথা গুণমুগ্ধৰ উপস্থিতিত নৱগ্ৰহ স্মশানত শেষকৃত্য সম্পন্ন কৰে। মৃত্যুৰ সময়ত তেওঁ পত্নী, দুগৰাকী জী আৰু এজন পুত্ৰক ইহসংসাৰত এৰি থৈ যায়।

Recent News

গাজাত যুদ্ধবিৰতিৰ বাবে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ভোট! ভোটদানৰ পৰা বিৰত থাকিল ভাৰত

গাজাত যুদ্ধবিৰতিৰ বাবে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ভোট! ভোটদানৰ পৰা বিৰত থাকিল ভাৰত

আমেৰিকাৰ পৰা বিতাড়ন খাবিৰ লাম! ইটালীৰ ইনফ্লুৱেন্সাৰগৰাকীয়ে কিয় আমেৰিকা এৰিবলগীয়া হ’ল?

আমেৰিকাৰ পৰা বিতাড়ন খাবিৰ লাম! ইটালীৰ ইনফ্লুৱেন্সাৰগৰাকীয়ে কিয় আমেৰিকা এৰিবলগীয়া হ’ল?

সোণমক বচাবলৈ আন যুৱতীক হত্যাৰ পৰিকল্পনা; জেৰাত প্ৰেমিক ৰাজৰ চাঞ্চল্যকৰ স্বীকাৰোক্তি   

সোণমক বচাবলৈ আন যুৱতীক হত্যাৰ পৰিকল্পনা; জেৰাত প্ৰেমিক ৰাজৰ চাঞ্চল্যকৰ স্বীকাৰোক্তি   

দুৰ্ঘটনাগ্ৰস্ত ব’য়িং ৭৮৭ ড্ৰিমলাইনাৰৰ যান্ত্ৰিক দুৰ্বলতাৰ বিষয়ে এবছৰ পূৰ্বে সকীয়াই দিছিল প্ৰাক্তন কৰ্মচাৰীয়ে!

দুৰ্ঘটনাগ্ৰস্ত ব’য়িং ৭৮৭ ড্ৰিমলাইনাৰৰ যান্ত্ৰিক দুৰ্বলতাৰ বিষয়ে এবছৰ পূৰ্বে সকীয়াই দিছিল প্ৰাক্তন কৰ্মচাৰীয়ে!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd