• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিশ্ব বিনিয়োগ সন্মিলন ‘এডভান্টেজ আছাম’ৰ বাবে গুৱাহাটীত মিলিত হৈছে প্ৰধানমন্ত্ৰী মোডীকে ধৰি বিশিষ্ট ব্যক্তিসকল

এন ই নাও নিউজ by এন ই নাও নিউজ
February 3, 2018 1:32 pm
glo-570x320
136
VIEWS
Share on FacebookShare on Twitter

দুদিনীয়াকৈ অনুষ্ঠিত বিশ্ব বিনিয়োগ সন্মিলন এডভান্টেজ আছাম বৰ্তমান সৰুসজাই ষ্টেডিয়ামত চলি আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকে ধৰি আন বিশিষ্ট ব্যক্তিসকলে অনুষ্ঠানত বক্তৱ্য ৰাখিছে।

ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ পৰিচালন সঞ্চালক তথা অধ্যক্ষ মুকেশ আম্বানি, স্পাইচ জেটৰ মুখ্য পৰিচালন সঞ্চালক অজয় সিং, চেন্সুৰি প্লাইউদ লিটমিটেডৰ পৰিচালন সঞ্চালক ছাজ্জন ভজনকা , মেক্ লিয়দ ৰাছেল প্ৰা: লিমিটেডৰ পৰিচালন সঞ্চালক আদিত্য খৈতান, ছান ফাৰ্মাচিউটিকেলছৰ পৰিচালন সঞ্চালক দিলীপ ছাংভি, টাটা ছনছ’ৰ  অধ্যক্ষ এন চন্দ্ৰশেখৰণ, পতঞ্জলিৰ মুখ্য কাৰ্যবাহী বিষয়া আচাৰ্য বালকৃষ্ণ আদি অনুষ্ঠানত উপস্থিত হৈছে।

শনিবাৰে আৱেলি ৫ বজাত ব্ৰেকৱে হলত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত অসম চৰকাৰে ৬০,০০০ কোটি টকাৰ ১৬০ খন বুজাবুজি চুক্তিত স্বাক্ষৰ কৰা আশা কৰা হৈছে।

বিশ্ব বিনিয়োগ সন্মিলনৰ প্ৰাক্ মুহূৰ্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইট কৰিছে যে এডভান্টেজ আছামে শক্তি, কৃষি আৰু খাদ্য সংশাধন, তথ্য প্ৰযুক্তি, পৰিবহন, পেট্ৰ’কেমিকেলছ, ফাৰ্মাচিউটিকেলছ, হস্ততাঁত আৰু হস্তশিল্প তথা পৰ্যটনকে ধৰি গুৰুত্বপূৰ্ণ খণ্ডসমূহত আলোকপাত কৰিব।

এনেধৰণৰ সন্মিলনে অসমৰ যুৱসকলৰ আশা-আকাঙ্খা পূৰণ কৰাত বৰঙণি যোগাব।

 

Recent News

অসম চৰকাৰ আৰু ‘Push Back Order’- কিছু ক’বলগীয়া! – ড০ হীৰেন গোহাঁই

অসম চৰকাৰ আৰু ‘Push Back Order’- কিছু ক’বলগীয়া! – ড০ হীৰেন গোহাঁই

বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যক ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে পুনৰ নাম ঘোষণা কৰিলে অসম গণ পৰিষদে

বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যক ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে পুনৰ নাম ঘোষণা কৰিলে অসম গণ পৰিষদে

দিল্লীত এক পৈশাচিক ঘটনা! ছুটকেছৰ ভিতৰত উলংগ অৱস্থাত নাবালিকা

দিল্লীত এক পৈশাচিক ঘটনা! ছুটকেছৰ ভিতৰত উলংগ অৱস্থাত নাবালিকা

মাকক টকা নিদিয়াৰ বাবে হত্যা! পুত্ৰক যাৱজ্জীৱন কাৰাদণ্ড আদালতৰ

মাকক টকা নিদিয়াৰ বাবে হত্যা! পুত্ৰক যাৱজ্জীৱন কাৰাদণ্ড আদালতৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd