• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰতত জামাত উল মুজাহিদিন, বেংগালুৰুত গ্ৰেপ্তাৰ বাংলাদেশৰ পৰা পলোৱা দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীক

এন ই নাও নিউজ by এন ই নাও নিউজ
August 7, 2018 8:52 pm
Arrested-JMB-terrorist-570x320
98
VIEWS
Share on FacebookShare on Twitter

বাংলাদেশৰ এজন শীৰ্ষ সন্ত্ৰাসবাদী নেতাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা (National Investigations Agency)। বেংগালুৰু নগৰত সোমবাৰে নিশা জহিদ উল ইছলাম ওৰফে বমাৰু মিজানক আটক কৰে তদন্তকাৰী সংস্থাটোৱে।

গ্ৰেপ্তাৰ সন্দৰ্ভত নিয়াৰ বিষয়াই মুখ খুলিব নুখুজিলেও জহিদ উল ইছলামৰ লগতে তেওঁৰ সহযোগীসকলৰ পিছ লোৱাৰ ক্ষেত্ৰত তদন্তকাৰী সংস্থাটোৱে গোপন সূত্ৰৰ সহায়ত আগবাঢ়িছিল বুলি ধাৰণা কৰা হৈছে। গ্ৰেপ্তাৰ সন্দৰ্ভত অৱগত কৰা আৰু উগ্ৰপন্থীজনৰ পৰিচয় পৰীক্ষা কৰাৰ বাবে তেওঁলোকক অনুৰোধ জনোৱা হৈছে বুলি বাংলাদেশৰ কূটনৈতিক বিষয়াই নৰ্থ ইষ্ট নাও-ক নিশ্চিত কৰিছে।

আদালতলৈ নি থকা অৱস্থাত প্ৰিজন ভেনৰ পৰা বাংলাদেশৰ মৈমনসিং জিলাৰ ত্ৰিশালৰ পৰা জহিদ উলক ২০১৪ চনৰ ২৩ ফেব্ৰুৱাৰিত তেওঁৰ জামাত উল মুজাহিদিনৰ সতীৰ্থই পলুৱাই নিছিল।

ভেনখনৰ পৰা পলাওঁতে বাংলাদেশ আৰক্ষীয়ে এজন সন্ত্ৰাসবাদীক গুলীয়াই মৰাৰ লগতে আন এজনক আটক কৰিছিল যদিও জহিদ উলে প্ৰথমে অসমলৈ আৰু পিছত পশ্চিম বংগলৈ পলায়ন কৰিবলৈ সক্ষম হৈছিল।

তেতিয়াৰে পৰা ভাৰততে পলাই আছিল জামাত উল মুজাহিদিনৰ এই দুৰ্ধৰ্ষ ব’মা বিশেষজ্ঞজন। দক্ষিণ ভাৰতত আত্মগোপন কৰি থকা বুলি সম্ভেদ পোৱাৰ পৰাই যোৱা দুমাহত জহিদ উলক ধৰিবলৈ নিয়াই ব্যাপক অভিযান চলাই আহিছিল।

Recent News

অৱতৰণ কৰাৰ সময়তে ৰখাই থোৱা বিমানত খুন্দা মাৰি ভয়াবহ অগ্নিকাণ্ড; ছানি ধৰিলে জুই-ধোঁৱাই

অৱতৰণ কৰাৰ সময়তে ৰখাই থোৱা বিমানত খুন্দা মাৰি ভয়াবহ অগ্নিকাণ্ড; ছানি ধৰিলে জুই-ধোঁৱাই

দুটাকৈ ভোটাৰ আইডি বিজেপি নেতাৰ! জাননী জাৰি কৰিলে নিৰ্বাচন আয়োগে

লক্ষ্য স্বচ্ছ নিৰ্বাচন! ৪৭৬টা নিষ্ক্ৰিয় ৰাজনৈতিক দলৰ পঞ্জীয়ন বাতিল নিৰ্বাচন আয়োগৰ

৩ মাহত ২০০ৰো অধিক পুৰুষৰ ধ*ৰ্ষণৰ বলি বাংলাদেশী নাবালিকা; মুম্বাইৰ পৰা উদ্ধাৰ, ১০ জনক গ্ৰেপ্তাৰ

৩ মাহত ২০০ৰো অধিক পুৰুষৰ ধ*ৰ্ষণৰ বলি বাংলাদেশী নাবালিকা; মুম্বাইৰ পৰা উদ্ধাৰ, ১০ জনক গ্ৰেপ্তাৰ

উচ্ছেদ অভিযানৰ বিৰুদ্ধে উত্থাপিত অভিযোগ নস্যাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ! ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ পোষকতা

উচ্ছেদ অভিযানৰ বিৰুদ্ধে উত্থাপিত অভিযোগ নস্যাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ! ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ পোষকতা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd