• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বেটী বচাও, বেটী পঢ়াও  আঁচনিৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে নিযুক্ত অসমৰ বক্সাৰ অংকুশিতা বড়ো

এন ই নাও নিউজ by এন ই নাও নিউজ
March 10, 2018 12:19 pm
a-570x320.png
156
VIEWS
Share on FacebookShare on Twitter

সমাজত কন্যা সন্তানক উপযুক্ত মৰ্যাদা সহকাৰে জীয়াই থকাৰ এখন মঞ্চ দিয়াৰ উদ্দ্যেশ্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আৰম্ভ কৰা অভিলাসী আঁচনি ‘বেটী বচাও, বেটী পঢ়াও’ৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে নিৰ্বাচিত হৈছে অসমৰ যুৱ বক্সাৰ অংকুশিতা বড়ো।

কামৰূপ মহানগৰ জিলাৰ বাবে বক্সাৰ গৰাকীক নিযুক্তি দিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

উল্লেখ্য যে পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত আন্ত:ৰাষ্ট্ৰীয় নাৰী দিৱসৰ কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত এটা অনুষ্ঠানত অংকুশিতা বড়োক বেটী বচাও, বেটী পঢ়াওৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে নিযুক্তি দিয়ে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

ৰাজ্য চৰকাৰৰ সমাজ কল্যান বিভাগ আৰু অসম ৰাজ্যিক সামাজিক কল্যান পৰিষদৰ যৌথ উদ্যোগত অনুষ্ঠিত অনুষ্ঠানটোত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ উপৰি অন্যান্য বিশিষ্ট লোকসকল উপস্থিত থাকে।

স্মৰ্তব্য যে বেটী বচাও, বেটী পঢ়াওৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে নিযুক্ত অসমৰ বক্সাৰ অংকুশিতা বড়োৱে বিগত বৰ্ষত অনুষ্ঠিত বিশ্ব মহিলা যুৱ বক্সিং চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰি অসম তথা সমগ্ৰ দেশলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল।

শেহতীয়াভাৱে তেওঁক বেটী বচাও, বেটী পঢ়াওৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে নিযুক্ত কৰাত উৎফুল্লিত হৈছে বক্সাৰ গৰাকীৰ শুভাকাংক্ষী সকল।

Recent News

পুঁজিপতিৰ চৰণ চুই খিলঞ্জীয়াক উচ্ছেদ কৰিবলৈ উদ্যত চৰকাৰ! কুলশী নদীৰ বান্ধ নিৰ্মাণৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

পুঁজিপতিৰ চৰণ চুই খিলঞ্জীয়াক উচ্ছেদ কৰিবলৈ উদ্যত চৰকাৰ! কুলশী নদীৰ বান্ধ নিৰ্মাণৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

হাবিৰ জুই

হাবিৰ জুই

বঙাইগাঁৱৰ থানাৰ ভিতৰত মৃত অৱস্থাত উদ্ধাৰ আৰক্ষী জোৱান

বঙাইগাঁৱৰ থানাৰ ভিতৰত মৃত অৱস্থাত উদ্ধাৰ আৰক্ষী জোৱান

মহাৰাষ্ট্ৰত তৃতীয় ভাষাৰ অধিসূচনা সংশোধন! হিন্দী বাধ্যতামূলক নহয় বিদ্যালয়ত

মহাৰাষ্ট্ৰত তৃতীয় ভাষাৰ অধিসূচনা সংশোধন! হিন্দী বাধ্যতামূলক নহয় বিদ্যালয়ত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd