• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ব্ৰহ্মপুত্ৰৰ পানীত কোনো ৰাসায়নিক পদাৰ্থ নাই : মন্ত্ৰী ৰিহন দৈমাৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
December 21, 2017 12:05 pm
226
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান চমুকৈ আই আই টি গুৱাহাটীয়ে প্ৰকাশ কৰা এক তথ্য অনুসৰি ব্ৰহ্মপুত্ৰৰ পানী বিষাক্ত হোৱা নাই আৰু উপযুক্ত পৰিশোধনৰ দ্বাৰা এই পানী সেৱন কৰিব পাৰি। অবশ্যে ব্ৰহ্মপুত্ৰৰ জলৰাশি ভাৰতীয় মানদণ্ড অনুসৰি উন্নত মানৰ নহয় বুলি প্ৰতিবেদনত উল্লেখ কৰিছে।

আই আই টি য়ে এই প্ৰতিবেদন প্ৰকাশ কৰাৰ পিছতে মন্ত্ৰী ৰিহন দৈমাৰীয়ে মন্তব্য প্ৰকাশ কৰে। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ব্ৰহ্মপুত্ৰৰ পানীত কোনো ৰাসায়নিক পদাৰ্থৰ উপস্থিতি ধৰা পৰা নাই। তদুপৰি এই পানী কঠিন নহয় বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। লক্ষণীয় যে জনস্বাস্থ্য কাৰিকৰী বিবাগে যোৱা ৬ ডিচেম্বৰত শুৱালকুচি, আমিনগাওঁ, বৃহত্তৰ বোন্দা, বীৰকুচি আৰু মঠঘৰীয়া অঞ্চলৰ পৰা ব্ৰহ্মপুত্ৰৰ পানীৰ নমুনা সংগ্ৰহৰ বাবে আই আই টি লৈ প্ৰেৰণ কৰিছিল।

 

জানিব পৰা মতে আই আই টি য়ে চলোৱা এই পৰীক্ষাৰ অন্তত প্ৰকাশ কৰা প্ৰতিবেদনত কেলছিয়াম, মেগনেছিয়াম, ছালফেট,সীহ আদিৰ দৰে পদাৰ্থ ১০৫০০-২০১২ অনুমোদিত মাত্ৰাৰ তুলনাত কম পোৱাৰ বিপৰীতে লোহ, এমনিয়াৰ দৰে পদাৰ্থ অধিক মাত্ৰাত লাভ কৰা বুলি উল্লেখ কৰিছে। ইয়াৰ উপৰিও প্ৰতিবেদনত উল্লেখ থকা অনুসৰি ব্ৰহ্মপুত্ৰৰ পানী অতিমাত্ৰা ঘোলা হোৱাৰ বাবেই জলৰাশিৰ ৰং বগা ধৰণৰ হৈ পৰিছে লগতে এই ঘোলা পানীৰ ৰহস্য উদঘাটন কৰিবলৈ আৰু অধিক পৰীক্ষা কৰাৰ প্ৰয়োজনীয়তা আছে।

Recent News

যুদ্ধৰ পৰিস্থিতিত জৰুৰীকালীন ক্ষমতা প্ৰয়োগ কৰিবলৈ ৰাজ্যসমূহলৈ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

যুদ্ধৰ পৰিস্থিতিত জৰুৰীকালীন ক্ষমতা প্ৰয়োগ কৰিবলৈ ৰাজ্যসমূহলৈ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰি দিলে স্বতন্ত্ৰ নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰি দিলে স্বতন্ত্ৰ নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd