• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বড়োলেণ্ড বিশ্ববিদ্যালয়ত এছ বি আইৰ এটিএম উন্মোচন

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
February 19, 2018 7:56 pm
BU_Vice_Chancellor_and_SBI_Chief_Manager_at_new_ATM_at_BU_
89
VIEWS
Share on FacebookShare on Twitter

আজি কোকৰাঝাৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ চৌহদত ভাৰতীয় ষ্টেট বেংকৰ এটা এটিএম আনুষ্ঠানিকভাবে শুভউদ্বোধন কৰে। কোকৰাঝাৰৰ উচ্চ শিক্ষা প্ৰতিষ্ঠানত এছ বি আইৰ এয়া দ্বিতীয়টো এটিএম স্থাপন। ইয়াৰ পূৰ্বে এছ বি আয়ে চেণ্ট্ৰেল ইনষ্টিটিউট অৱ টেকন’লজী চমুকৈ চি আই টিত স্থাপন কৰিছিল এটা এটিএম।

কোকৰাঝাৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ মূল তোৰণৰ বিপৰীত দিশত এই এটিএমটো স্থাপন কৰা হয়। এটিএমটো আনুষ্ঠানিকভাবে শুভ উদ্বোধন কৰে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হেমন্ত কুমাৰ বৰুৱাই।

উন্মোচনী অনুষ্ঠানত উপস্থিত থকা এছ বি আইৰ উত্তৰ-পূৰ্বাঞ্চল চাৰ্কোলৰ মহাপ্ৰৱন্ধক পিভিএছএলএন মুৰ্থীয়ে এই এটিএমটো স্থাপনৰ জৰিয়তে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বিশ্ববিদ্যালয়খনলৈ পঢ়িবলৈ অহা ছাত্ৰ-ছাত্ৰীৰ লগতে সকলো পৰ্যায়ৰ লোকৰে সুবিধা হ’ব বুলি আশা ব্যক্ত কৰে। তেওঁ লগতে কয় যে এতিয়াৰে পৰা ছাত্ৰ-ছাত্ৰী, শিক্ষক তথা কৰ্মচাৰীসকলে টকা উলিয়াবৰ বাবে কোকৰাঝাৰ চহৰলৈ যাব নালাগে।

উল্লেখযোগ্য যে উন্মোচনী অনুষ্ঠানত মহাপ্ৰৱন্ধক ওপি মিশ্ৰা, বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ৰেজিষ্ট্ৰাৰ ড০ শেখৰ ব্ৰহ্ম, বড়োলেণ্ড মহাবিদ্যালয় আন্তঃগাথনি উন্নয়ন সমিতিৰ পৰিচালক ড০ দীননাথ বসুমতাৰীৰ লগতে অন্যান্য বিশিষ্ট লোকো উপস্থিত থাকে।

Recent News

মাটি-ভেটিৰ সুৰক্ষাৰ কথা পাহৰি আদানিৰ স্বাৰ্থত খিলঞ্জীয়াৰ মাটি কাঢ়িব বিচাৰিছে চৰকাৰে

মাটি-ভেটিৰ সুৰক্ষাৰ কথা পাহৰি আদানিৰ স্বাৰ্থত খিলঞ্জীয়াৰ মাটি কাঢ়িব বিচাৰিছে চৰকাৰে

ধুবুৰী আৱৰ্ত্ত ভৱনৰ বাহিৰত ৰহস্যজনক দেৱাল লিখন! দেশবিৰোধী শক্তিৰ হাত থকাৰ সন্দেহ

ধুবুৰী আৱৰ্ত্ত ভৱনৰ বাহিৰত ৰহস্যজনক দেৱাল লিখন! দেশবিৰোধী শক্তিৰ হাত থকাৰ সন্দেহ

থাৰ্মেল পাওৱাৰ প্ৰকল্পৰ নামত আদানী গ্রুপক প্ৰদান বিটিআৰৰ শ শ বিঘা ভূমি : তীব্ৰ গৰিহণা এবছুৰ

থাৰ্মেল পাওৱাৰ প্ৰকল্পৰ নামত আদানী গ্রুপক প্ৰদান বিটিআৰৰ শ শ বিঘা ভূমি : তীব্ৰ গৰিহণা এবছুৰ

আমি এক তৃতীয় বিশ্ব যুদ্ধৰ ফালে গতি কৰি আছোঁ নেকি?

আমি এক তৃতীয় বিশ্ব যুদ্ধৰ ফালে গতি কৰি আছোঁ নেকি?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd