• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰতীয় বায়ুসেনাৰ উপ-মুখ্য সেনাধ্যক্ষক সাক্ষাৎ অৰুণাচলৰ ৰাজ্যপালৰ

প্ৰণৱ কুমাৰ দাস by প্ৰণৱ কুমাৰ দাস
June 8, 2018 2:54 pm
Arunachal Governor Mishra with Vice Air Marshal (1)
138
VIEWS
Share on FacebookShare on Twitter

অৰুণাচলৰ ৰাজ্যপাল অৱসৰপ্ৰাপ্ত ব্ৰিগেডিয়াৰ (ড০) বি ডি মিশ্ৰই নতুন দিল্লীত বায়ুসেনা বাহিনীৰ উপ সেনাধ্যক্ষ, এয়াৰ মাৰ্শ্বেল এছ বি দেওক (পিভিএছএম, এভিএছএম, ভিএম, ভিএছএম, এডিচি) সাক্ষাৎ কৰে। ৰাজ্যপাল মিশ্ৰই সেনাধ্যক্ষগৰাকীক সাক্ষাৎ কৰি অৰুণাচলী যুৱক-যুৱতীসকলে ভাৰতীয় সামৰিক বাহিনীৰ বিষয়া হিচাপে সেৱা আগবঢ়োৱাৰ উৎসাহিত কৰাৰ বাবে আৰম্ভণি কৰা ‘পে বেক টু দ্য ছ’চাইটী, অৰুণাচল প্ৰদেশ’ নামৰ কাৰ্যসূচীটোৰ ওপৰত এটা চমু ধাৰণা প্ৰদান কৰে।

ৰাজ্যখনৰ স্বাৰ্থৰ হকে, বিশেষকৈ যুৱশক্তিৰ স্বাৰ্থৰ হকে ৰাজধানী দিল্লীত বিশিষ্ট ব্যক্তিসকলৰ সৈতে আলোচনাত মিলিত হোৱাৰ পাছত ৰাজ্যপালগৰাকীয়ে ভাৰতীয় বায়ুসেনা বাহিনীৰ উপ মুখ্য সেনাধ্যক্ষগৰাকীক সাক্ষাৎ কৰি তেওঁক জনায় যে অৰুণাচলৰ পৰা ভাৰতীয় সামৰিক বাহিনীত কৰ্তব্যৰত মহিলা বিষয়াসহ কেইগৰাকীমান  বিষয়াই ‘পে বেক টু ছ’চাইটী’ নামৰ এটা গোট গঠন কৰিছে।  ৰাজ্যপালগৰাকীৰ অনুৰোধত গঠিত এই গোটটোৰ সদস্যসকলে ৰাজ্যখনৰ বিদ্যালয় আৰু মহাবিদ্যালয়লৈ গৈ ভাৰতীয় সামৰিক বাহিনীত বিষয়া হিচাপে যোগদান কৰি দেশলৈ সেৱা আগবঢ়োৱাৰ বাবে বাবে যুৱচামক অনুপ্ৰেৰণা যোগাব।

ৰাজ্যপালগৰাকীয়ে উপ-মুখ্য সেনাধ্যক্ষগৰাকীক অনুৰোধ কৰে যাতে এই গোটটোৰ অন্তৰ্গত বিষয়াসকলক বছৰৰ কেইদিনমান ছুটি প্ৰদান কৰি তেওঁলোকক ৰাজ্যখন ভ্ৰমণ কৰি ‘পে বেক টু ছ’চাইটী’ৰ অন্তৰ্গত সামাজিক অভিযান বাস্তৱায়িত কৰাৰ সুযোগ প্ৰদান কৰে।

উপ-মুখ্য সেনাধ্যক্ষগৰাকীয়ে ৰাজ্যপালগাৰকীক আশ্বাস প্ৰদান কৰে যে তেওঁ ‘পে বেক টু ছ’চাইটী’ গোটটোৰ সৈতে ইতিবাচক সহযোগিতা আগবঢ়াব। তেওঁ লগতে আৰু কয় যে অৰুণাচল প্ৰদেশ আৰু ৰাষ্ট্ৰৰ স্বাৰ্থত তথা অৰুণাচলৰ যুৱচামৰ ভৱিষ্যত গঠন কৰাত অৱদান যোগাবলৈ পালে তেওঁ আনন্দ লাভ কৰিব।

Recent News

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd