• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডিমৌত মে-দা- মে-ফিত আহোম জনগোষ্ঠীৰ সাজপাৰ প্ৰতিযোগিতা

হিতোজ্জ্বল চেতিয়া by হিতোজ্জ্বল চেতিয়া
January 31, 2018 7:13 am
1.2k
VIEWS
Share on FacebookShare on Twitter

বিগত কেইবছৰৰ দৰে এইবাৰো ডিমৌ তাই-আহোম সমাজৰ উদ‍্যোগত আৰু ডিমৌবাসী ৰাইজৰ সহযোগত ৩০ আৰু ৩১ জানুৱাৰিত দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত ‘মে-দাম-মে-ফি’ৰ মঙলবাৰে শুভাৰম্ভণি হয়।

প্ৰথমদিনৰ প্ৰথম কাৰ্যসূচী হিচাপে মঙলবাৰে বিয়লি ৩ বজাৰ পৰা ৫ বজালৈ ফুৰালুং অনুষ্ঠিত হয় আৰু বিয়লি ৫ বজাৰ পৰা আহোম জনগোষ্ঠীৰ সাজপাৰ প্ৰতিযোগিতা আৰম্ভ হয়।

সাজপাৰ প্ৰতিযোগিতা প্ৰথম শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণীলৈ ‘ক’ শাখা আৰু অষ্টম শ্ৰেণীৰ পৰা উচ্চ শাখালৈ ‘খ’ শাখা এই দুটা শাখাত অনুষ্ঠিত কৰা হয়।

উক্ত সাজপাৰ প্ৰতিযোগিতাত দুয়োটা দলত প্ৰায় ৩০ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে।

‘মে-দাম-মে-ফি’ৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী হিচাপে পুৱা ৯ বজাত মৈদাম তৰ্পন আৰু ১০ বজাৰ পৰা দাম-ফি পূজা আৰম্ভ কৰা হ’ব। ১০.৩০ বজাত চিত্ৰাংকন আৰু ৰচনা প্ৰতিযোগিতা আৰম্ভ কৰা হ’ব। চিত্ৰাংকন প্ৰতিযোগিতা প্ৰথম শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণীলৈ আৰু অষ্টম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ এই দুটা শাখাত অনুষ্ঠিত কৰা হ’ব।

চিত্ৰাংকন প্ৰতিযোগিতাৰ ‘ক’ শাখাৰ বাবে বিষয় নিৰ্দ্ধাৰণ কৰা হৈছে  ‘আহোম যুগৰ যিকোনো এবিধ যুদ্ধৰ সঁজুলি’ আৰু ‘খ’ শাখাৰ বাবে ‘আহোমৰ যিকোনো কীৰ্তিচিহ্ন’। আনহাতে ৰচনা প্ৰতিযোগিতাৰ বিষয় হিচাপে নিৰ্দ্ধাৰণ কৰা হৈছে ‘মে-দাম-মেফি আৰু আহোম সমাজ’।

উল্লেখযোগ্য যে ‘মে-দাম-মে-ফি’ৰ প্ৰথম দিনাৰ কাৰ্যসূচী সুকলমে পাৰ হৈ যোৱা বুলি আয়োজক সকলে আমাৰ সাংবাদিকক জানিবলৈ দিয়ে।

Recent News

বৈদেশিক সচিবৰ কন্যাই স্বতন্ত্ৰ সংবাদ মাধ্যমত কাম কৰিব পাৰেনে? সংবিধানে কি কয়? সবিশেষ

বৈদেশিক সচিবৰ কন্যাই স্বতন্ত্ৰ সংবাদ মাধ্যমত কাম কৰিব পাৰেনে? সংবিধানে কি কয়? সবিশেষ

বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ কন্যাক সামাজিক মাধ্যমত ট্ৰল একাংশৰঃ উদ্বেগ প্ৰকাশ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ

বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ কন্যাক সামাজিক মাধ্যমত ট্ৰল একাংশৰঃ উদ্বেগ প্ৰকাশ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ

অধিক শক্তিশালী হ’ব ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাঃ ভাৰতে অতি সোনকালে লাভ কৰিব ৩টা নতুন ক্ষেপণাস্ত্ৰ

অধিক শক্তিশালী হ’ব ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাঃ ভাৰতে অতি সোনকালে লাভ কৰিব ৩টা নতুন ক্ষেপণাস্ত্ৰ

চীন-আমেৰিকাৰ শুল্ক যুদ্ধত সাময়িক বিৰতি : ৯০ দিনৰ বাবে শুল্ক কমোৱাৰ সিদ্ধান্ত দুই ৰাষ্ট্ৰৰ

চীন-আমেৰিকাৰ শুল্ক যুদ্ধত সাময়িক বিৰতি : ৯০ দিনৰ বাবে শুল্ক কমোৱাৰ সিদ্ধান্ত দুই ৰাষ্ট্ৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd