• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

টেংনৌপল জিলাৰ গাঁওবাসীৰ মাজত ফল আৰু আলংকাৰিক গছৰ পুলি বিতৰণ আছাম ৰাইফলছৰ

সভাপতি চামম by সভাপতি চামম
May 26, 2018 1:21 pm
Assam Rifles distributes more than one lakh plants
169
VIEWS
Share on FacebookShare on Twitter

আছাম ৰাইফলছে মণিপুৰৰ টেংনৌপল জিলাৰ ৩১ গৰাকী গাওবাসীৰ মাজত ১,১০,০০০ টা ফল আৰু আলংকাৰিক গছৰ পুলি বিতৰণ কৰিছে।

নিৰ্বনানীকৰণৰ বাবে লাখ লাখ গছ গছনি আৰু পশু পক্ষীয়ে বাসস্থান হেৰুৱাই পেলোৱাৰ লগতে জলবায়ু পৰিৱৰ্তন হোৱাটো ৰক্ষা কৰাৰ প্ৰতি এটা দায়িত্ব হিচাপে আছাম ৰাইফলছে এই উদ্যোগ গ্ৰহণ কৰিছে বুলি বাহিনীটোৰ জন সম্পৰ্কৰক্ষী বিষয়াগৰাকীৰ (দক্ষিণ) দ্বাৰা প্ৰকাশিত এটা সংবাদ বিজ্ঞপ্তিত প্ৰকাশ।

ফল গছৰ পুলিসমূহ হৈছে কাজু বাদাম, লিচু, নাৰিকল, কমলা, নেমু, কল, তামোল, পাণ আৰু য়াংচাক। তাৰোপৰি বিভিন্ন আলংকাৰিক গছৰ পুলিও বিতৰণ কৰা হয়।

বন বিষয়াসকলৰ সৈতে অনুকুল পৰিৱেশ সম্পৰ্কে অৱগত হৈ সুপৰিকল্পিতভাৱে ফাৰ্ম পকেট প্ৰস্তুত কৰি আছাম ৰাইফলছে এই গছ পুলিসমূহ বিতৰণ কৰিছে।

এটা কষ্টকৰ জীৱন যাপন কৰি থকা স্থানীয় লোকসকলে আছাম ৰাইফলছৰ এইকামৰ শলাগ লৈছে আৰু এই গছপুলিসমূহৰ পৰা তেওঁলোকৰ ভৱিষ্যত ভাল হ’ব বুলি আশা কৰিছে।

বিগত এপ্ৰিল মাহত আছাম ৰাইফলছে বন আৰু উদ্যানশস্য বিভাগৰ সহায়ত গাঁওৰ মুখিয়ালসকলৰ সৈতে এই কাৰ্যসূচী সম্পৰ্কত বিতং আলোচনা কৰি বৃক্ষ ৰোপণ আৰু ইয়াৰ যত্ন সম্পৰ্কে এখন সজাগতা সভা অনুস্থিত কৰিছিল।

উল্লেখে যে শুকুৰবাৰে ঊন আৰু উদ্যান মন্ত্ৰী থ শ্যামকুমাৰে এই ফলধাৰী গছ ৰোপণ কৰাৰ সম্ভাৱনীয়তা সন্দৰ্ভত জনাৰ বাবে ভাৰত-ম্যানমাৰ সীমান্তৱৰ্তী টেংনৌপন জিলা ভ্ৰমণ কৰিছিল।

Recent News

ভাৰতীয় বংশোদ্ভৱ মহিলা চিকিৎসকৰ বিৰুদ্ধে ৪ বছৰীয়া কন্যাক হত্যা কৰাৰ অভিযোগ!

ভাৰতীয় বংশোদ্ভৱ মহিলা চিকিৎসকৰ বিৰুদ্ধে ৪ বছৰীয়া কন্যাক হত্যা কৰাৰ অভিযোগ!

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd