• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মহিলা আৰক্ষীৰ কব্জাত হিমন্ত বিশ্ব শৰ্মাৰ ভুৱা ‘পি এ’

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
August 2, 2018 8:12 pm
120
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীৰ মহিলা আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভুৱা পি এ’।

ভুৱা পৰিচয়েৰে প্ৰভাৱশালী মন্ত্ৰীজনৰ সৈতে সম্পৰ্ক থকা বুলি পৰিচয় দি এগৰাকী যুৱতীৰ পৰা চাকৰিৰ নামত ঘোচ বিচৰাৰ অভিযোগত আজি ২ জুলাইত গ্ৰেপ্তাৰ হৈছে নীতীন কুমাৰ ৰাজপুত নামৰ এজন।

‘যুৱকজনে মহিলাগৰাকীক সমাজ কল্যাণ বিভাগত চাকৰি দিম বুলি মেছেজ পঠিয়াইছিল। লগতে তিনি লাখ বা পাঁচ লাখ টকা দিলে চাকৰিটো দিব পাৰিব বুলি জনাইছিল,’ যোৱা ২৬ জুলাইত অভিযোগকাৰী মহিলাগৰাকীয়ে দাখিল কৰা এক এজাহাৰৰ ভিত্তিত ৰাজপুতক গ্ৰেপ্তাৰ কৰা হৈছিল বুলি উল্লেক কৰি মন্তব্য পাণবজাৰ মহিলা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰতী শইকীয়াৰ।

যুৱতীগৰাকীক ভাবুকি আৰু অশ্লীল মেচেজো দিছিল দিচপুৰ চুপাৰ মাৰ্কেটৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা গ্ৰেপ্তাৰ কৰা যুৱকজনে।

‘বিভিন্ন কথাৰে ভাবুকি প্ৰদানৰ লগতে অশ্লীল ইংগিত দিয়া বুলিও অভিযোগ কৰিছে মহিলাগৰাকীয়ে,’ নৰ্থ ইষ্ট নাও-ক জানিবলৈ দিয়ে আৰক্ষী বিষয়াগৰাকীয়ে।

ঘটনাটো সন্দৰ্ভত পানবজাৰ মহিলা আৰক্ষী থানাত ভাৰতীয় দণ্ড বিধিৰ ৩৫৪(ডি) আৰু আই টি এক্টৰ ৬৫ ধাৰাত ৮৩/২০১৮ নম্বৰৰ গোচৰ ৰুজু হৈছিল।

জেৰাত হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সম্পৰ্কৰ কোনো তথ্য পোৱা নাই বুলি আৰক্ষীয়ে জনাইছে। ‘হিমন্ত বিশ্ব শৰ্মাৰ লগত সম্পৰ্ক থকাৰ কোনো তথ্য এতিয়ালৈকে লাভ কৰা নাই,’ জনালে আৰক্ষী বিষয়াগৰাকীয়ে।

আৰক্ষী বিষয়াগৰাকীয়ে জনোৱা মতে যুৱকজনে ‘তৰংগ’ নামৰ জনৈক লোকৰ জৰিয়তে মন্ত্ৰীগৰাকীৰ লগত চিনাকি হৈছিল বুলিহে জনাইছে। ‘যুৱকজনে হিমন্ত বিশ্ব শৰ্মাৰ লগত চিনাকি থকা বুলি জনাইছে। তৰংগ নামৰ লোক এজনৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মাৰ লগত চিনাকি হোৱা বুলি কৈছে,’ মন্তব্য আৰক্ষী বিষয়া শইকীয়াৰ।

Recent News

“ভাৰতত আইফোন নবনাব…” এপলৰ চিইঅ’ টিম কুকলৈ ড’নাল্ড ট্ৰাম্পৰ বিশেষ অনুৰোধ, কিন্তু কিয়?

“ভাৰতত আইফোন নবনাব…” এপলৰ চিইঅ’ টিম কুকলৈ ড’নাল্ড ট্ৰাম্পৰ বিশেষ অনুৰোধ, কিন্তু কিয়?

বিজেপি চৰকাৰ গণতন্ত্ৰ আৰু সংবিধান বিৰোধীঃ ৰাহুল গান্ধী

বিজেপি চৰকাৰ গণতন্ত্ৰ আৰু সংবিধান বিৰোধীঃ ৰাহুল গান্ধী

অসমত বিলুপ্ত হ’ল ৯৪৪টা নিম্ন স্নাতক শিক্ষকৰ পদ! শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

অসমত বিলুপ্ত হ’ল ৯৪৪টা নিম্ন স্নাতক শিক্ষকৰ পদ! শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

কোনো নথকাৰ সুযোগত দিন দোপৰতে চুৰি কাণ্ড গুৱাহাটীত! পবিত্ৰ মাৰ্ঘেৰিটাৰ বাসগৃহৰ পৰা কেবা লাখ টকাৰ সামগ্ৰী লৈ উধাও চুৰ

কোনো নথকাৰ সুযোগত দিন দোপৰতে চুৰি কাণ্ড গুৱাহাটীত! পবিত্ৰ মাৰ্ঘেৰিটাৰ বাসগৃহৰ পৰা কেবা লাখ টকাৰ সামগ্ৰী লৈ উধাও চুৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd