• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাজুলীৰ অনুসুচীত জাতিৰ কৃষকক চৰকাৰে আগবঢ়াব ৰাজ- সাহায্যযুক্ত পাৱাৰটিলাৰ-পাৱাৰ পাম্প

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
May 23, 2018 3:09 pm
hqdefault

প্ৰতিনিধিত্বমূলক ফটো

176
VIEWS
Share on FacebookShare on Twitter

মাজুলী জিলাৰ অনুসুচীত জাতিৰ কৃষকৰ বাবে ৰাজ্য চৰকাৰে আত্ম-নিয়োজন আঁচনিৰ অধীনত ৰাজ-সাহায্যযুক্ত ৫খন পাৱাৰ টিলাৰ আৰু ২০ টা পাৱাৰ পাম্প বিতৰণৰ ব্যৱস্থা কৰিছে। মাজুলী মহকুমা কল্যাণ বিষয়াৰ কাৰ্যালয়ৰ জৰিয়তে এই প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।

ইয়াৰ বাবে জিলাখনৰ ইচ্ছুক অনুসুচীত জাতিৰ কৃষকৰ পৰা আবেদন পত্ৰ বিচাৰি মহকুমা কল্যাণ বিষয়াই জাননী জাৰি কৰিছে।

ৰাজপত্ৰিত বিষয়াৰ স্বাক্ষৰ সম্বলিত জাতিগত প্ৰমাণপত্ৰৰ প্ৰতিলিপিসহ আগ্ৰহী ব্যক্তিগত হিতাধিকাৰী সকলে কমলাবাৰীত থকা মহকুমা কল্যাণ বিষয়াৰ কাৰ্যালয়ত অহা ১০ জুনৰ ভিতৰত নিজৰ আবেদন পত্ৰ জমা দিব পাৰিব।

অনুসচীত জাতিৰ কৃষক গোটৰ ক্ষেত্ৰত আবেদন দাখিল কৰোতে গোটৰ পঞ্জীয়ন নম্বৰ তথা পঞ্জীয়নৰ প্ৰমাণ পত্ৰ, প্ৰতিজন কৃষক সদস্যৰ  নামত থকা মাটিৰ প্ৰমাণপত্ৰ আৰু সদস্য সকলৰ জাতিগত প্ৰমাণ পত্ৰৰ প্ৰতিলিপি জমা দিব লাগিব।

এই সন্দৰ্ভত অধিক তথ্যৰ বাবে আগ্ৰহী অনুসুচীত জাতিৰ কৃষক সকলে মহকুমা কল্যাণ বিষয়াৰ কাৰ্যালয়ত যোগাযোগ কৰিব পাৰিব ।

Recent News

বিপন্ন গিবন সংৰক্ষণৰ বাবে জৰুৰী পৰিকল্পনাৰ আহ্বান- প্ৰাইমেট’লজিষ্ট দিলীপ চেত্ৰীৰ

বিপন্ন গিবন সংৰক্ষণৰ বাবে জৰুৰী পৰিকল্পনাৰ আহ্বান- প্ৰাইমেট’লজিষ্ট দিলীপ চেত্ৰীৰ

অসমীয়া চিনেমাৰ বাবে কিয় সময় নাই অসমৰ ছবিগৃহ সমূহৰ?

অসমীয়া চিনেমাৰ বাবে কিয় সময় নাই অসমৰ ছবিগৃহ সমূহৰ?

ভুৱা অস্ত্ৰোপচাৰ বিশেষজ্ঞ! ভণ্ডৰ অস্ত্ৰোপচাৰৰ পিছত কেলেংকাৰী ধৰা পৰিল শিলচৰৰ চিকিৎসালয়ৰ

ভুৱা অস্ত্ৰোপচাৰ বিশেষজ্ঞ! ভণ্ডৰ অস্ত্ৰোপচাৰৰ পিছত কেলেংকাৰী ধৰা পৰিল শিলচৰৰ চিকিৎসালয়ৰ

কলাজ-অতীতৰ অস্থিৰ অসমৰ খণ্ডচিত্ৰ : ৰিমলী বৰকটকী

কলাজ-অতীতৰ অস্থিৰ অসমৰ খণ্ডচিত্ৰ : ৰিমলী বৰকটকী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd